Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

    Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

    Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

    kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

    Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

    Guwahati accident:মহানগৰীৰ ৰুক্মিণীগাঁও উৰণ সেতুত নিশা দুর্ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মৰিয়নিত আইপিএলৰ জুৱা চক্ৰ উৎখাত

publisher by publisher
October 9, 2020
in Assam, News
Reading Time: 1 min read
0
মৰিয়নিত আইপিএলৰ জুৱা চক্ৰ উৎখাত
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

আই পি এলক লৈ অন্যান্য ঠাইৰ লগতে মৰিয়নিতো ব্যাপক জুৱাৰ বেহা চলি থকা পৰিলক্ষিত হৈছে । মৰিয়নি নগৰৰ বিভিন্ন ঠাইৰ উপৰিও ইয়াৰ উপকণ্ঠ আৰু পাৰ্শ্বৱৰ্তী অঞ্চল সমূহতো ব্যাপক হাৰত আই পি এলৰ জুৱা চলি আছে । মৰিয়নি নগৰৰ দৈনিক বজাৰ, গান্ধী নগৰ, উদয়পুৰ, ষ্টেচন ৰ’ড, ৰে’লৱে পাৱাৰ হাউচ কলনি, লাষ্ট বিল্ডিং, কেনেডী পাৰ্ক আদি অঞ্চলৰ লগতে পাৰ্শ্বৱৰ্তী নিউ সোনোৱাল, নগাধূলী, খৰিকটিয়া, ডকলঙ্গীয়া, দেবেৰাপাৰ আদি অঞ্চলতো ব্যাপক হাৰত এই আইপিএলৰ জুৱা প্ৰচলিত হৈ আছে ।

ADVERTISEMENT

সমান্তৰালভাৱে কাটনিবাৰী, হোনোৱাল, শিলিখা, কঠালগুৰি, দিহিঙীয়াপাৰ আদি চাহ বাগিচাত পূৰ্ণোদ্যমে আই পি এলৰ জুৱা চলি আছে । সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, অসমৰ মৰিয়নি আঞ্চলিক সমিতি, আটছা আদিয়ে এই আইপিএলৰ জুৱা বন্ধ কৰিবলৈ মৰিয়নি আৰক্ষীক স্মাৰক পত্ৰ প্ৰদান কৰিছিল যদিও কাৰ্য্যত একোৱেই নহ’ল । মৰিয়নি আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন সময়ত গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

ইয়াৰ বিপৰীতে বৃহস্পতিবাৰে ৰাতি যোৰহাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে মৰিয়নিত আই পি এল জুৱা চক্ৰৰ বিৰুদ্ধে অভিযান চলাই একাধিক জুৱাৰী চক্ৰক উৎখাত কৰিবলৈ সক্ষম হয় । মৰিয়নিৰ আৰক্ষীৰ নাকৰ তলতে চলি থকা এই আই পি এল জুৱাৰ বিৰুদ্ধে অভিযানৰ বিষয়ে প্ৰথম অৱস্থাত মৰিয়নি আৰক্ষীয়ে গমকে নাপালে । পিছত অৱশ্যে মৰিয়নি আৰক্ষীয়েও সহযোগ কৰে ।

আৰক্ষীৰ দলটোৱে মৰিয়নিৰ গান্ধী নগৰৰ ৰাকেশ আৰু পিংকু বৰুৱা নামৰ দুটা জুৱাৰীৰ ঘৰত অভিযান চলায় । আৰক্ষীয়ে নগদ ১৬ হাজাৰ টকা আৰু আই পি এল জুৱাখেলত ব্যৱহৃত কিছু কাগজ-পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও আৰক্ষীৰ অভিযানৰ বিষয়ে জানিব পাৰি আগতেই দুয়ো পলাই যাবলৈ সক্ষম হয় ।

আনহাতে, অভিযানকাৰী আৰক্ষীৰ দলটোৱে ৰে’লৱে ক’লনীৰ শশাংক ৰয় নামৰ আন এটা জুৱাৰীৰ ঘৰতো অভিযান চলাই যদিও শশাংক ৰয়ক কৰায়ত্ত কৰিবলৈ সক্ষম নহ’ল । উল্লেখ্য যে, মৰিয়নিত ব্যাপক হাৰত চলি থকা এই আই পি এল জুৱাৰ বিষয়ে মৰিয়নি আৰক্ষী সম্পূৰ্ণ জ্ঞাত বুলি অভিযোগ উত্থাপিত হৈছে । কিন্তু জুৱাৰী চক্ৰৰ সৈতে থকা গোপন বুজাবুজিৰ বাবেই আৰক্ষীয়ে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উঠিছে ।

আনহাতে, আজি দুপৰীয়াও যোৰহাটৰ আৰক্ষীৰ এটা দলে পুনৰ অভিযান চলাই ৰাকেশ নামৰ জুৱাৰীটোৰ পৰা নগদ ৩ হাজাৰ টকা উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে । অৱশ্যে আটাইকেইটা জুৱাৰী সম্প্ৰতি পলাতক বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamIPL 2020Mariani
publisher

publisher

Related Posts

তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজলাইছিল বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’
International

তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজলাইছিল বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’

September 11, 2026
Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা
Assam

Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

September 11, 2026
Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা
Assam

Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

September 11, 2026
Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন
Assam

Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

September 11, 2026
kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড
Assam

kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

September 11, 2026
Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা
Assam

Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

September 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d