Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

জনজাতিকৰণ আৰু কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন কৰিলেহে বিজেপিক সমৰ্থন জনাব

publisher by publisher
October 14, 2020
in Assam, News
Reading Time: 1 min read
0
জনজাতিকৰণ আৰু কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন কৰিলেহে বিজেপিক সমৰ্থন জনাব
3
SHARES
33
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত আক্ৰাছুৰ মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত সংবাদ মেলত আক্ৰাছুৰ মুখ‍্য উপদেষ্টা প্ৰদীপ ৰায়ে জনায় যে আগন্তুক ২০২১ৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বে চৰকাৰে কোচ ৰাজবংশী সকলৰ জনজাতিকৰণ আৰু কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ সম্পূৰ্ণৰূপে গঠন কৰিলেহে বিজেপি দলক সমৰ্থন জনাব । তেওঁ লগতে কয় যে কমতাপুৰত আক্ৰাছুয়ে গঠন কৰিব ৰাজনৈতিক দল ।

ADVERTISEMENT

আনহাতে, কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনত আক্ৰাছু তথা প্ৰাক্তন আক্ৰাছু আৰু সংগ্ৰামী সকলক লৈ পৰিষদ গঠনৰ লগতে ৰাজনৈতিক দল গঠন কৰাৰ কথাও জনায় আক্ৰাছুৰ মুখ‍্য উপদেষ্টা প্ৰদীপ ৰায়ে। সংবাদ মেলত আক্ৰাছুৰ সভাপতি অৰুণৰায়ে কয় যে দীৰ্ঘ দিনৰ পৰাই কোচ ৰাজবংশী সকলৰ জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্যৰ পুনৰ গঠনক লৈ আন্দোলন চলাইছিল আক্ৰাছুয়ে ।

শেহতীয়াকৈ বিজেপি নেতৃত্বাধীন চৰকাৰে আক্ৰাছুৰ দীৰ্ঘদিনীয়া আন্দোলনক স্বীকৃতি প্ৰদান কৰি কোচ ৰাজবংশী সকলৰ সমস্যা সমাধানৰ বাবে প্ৰস্তুতি গ্ৰহন কৰিছে সেয়ে আক্ৰাছুৰ তৰফৰ পৰা চৰকাৰক ধন্যবাদ জনায় । আনহাতে, মঙলবাৰে অনুষ্ঠিত আক্ৰাছু আৰু ইয়াৰ সহযোগী সংগঠন সমূহৰ বৰ্ধিত কাৰ্যনিবাহক সভা অনুষ্ঠিত হয় ।

উক্ত সভাত আক্ৰাছু, চিলাৰায় সেনা আৰু মহিলা সমিতিয়ে বিজেপি দল তথা চৰকাৰক ধন্যবাদ জনায় । কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদত কোচ ৰাজবংশী অধ্যুষিত গাঁও আৰু চহৰ সমূহ অন্তৰ্ভূক্ত কৰি প্ৰতি বছৰে ৫০০ কোটি টকাৰ পুজি আৱন্টনৰ দাবী জনায় । যোৱা ৯ অক্টোবৰত গুৱাহাটীৰ খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত কোচ ৰাজবংশী সকলৰ বিভিন্ন দল সংগঠন আৰু পাঁচজনীয়া মন্ত্ৰী গোটৰ মাজত কোচ ৰাজবংশী সকলৰ জনজাতীকৰণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ।

উক্ত সভাত মন্ত্ৰী গোটৰ সভাপতি হিমন্ত বিশ্ব শৰ্মাই তিনিটা প্ৰস্তাৱ আগবঢ়াইছিল । সেই অনুসৰি অবিভক্ত গোৱালপাৰা জিলা( গোৱালপাৰা, ধুবুৰী, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ আৰু দক্ষিণ শালমাৰা জিলা)ৰ কোচ ৰাজবংশী সকল যিহেতু অতি পিচপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত আছিল সেয়ে ভৈয়াম জনজাতিৰ সাংবিধানিক মৰ্যদা দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে চৰকাৰে । এই বিষয়ত আক্ৰাছুয়ে আদৰণি জনায় ।

ইয়াৰ বাহিৰেও বিটিআৰৰ অন্তৰ্গত দুখন জিলা ক্ৰমে বাক্সা আৰু ওদালগুৰি জিলাৰ কোচ ৰাজবংশী সকলকো ভৈয়াম জনজাতিৰ মৰ্যদা প্ৰদানৰ দাবী জনায় । ইয়াৰ বাহিৰত থকা কোচ ৰাজবংশী সকলক জনজাতি প্ৰদান কৰি ফেৰ মাৰিব পৰাকৈ ভূমি, ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক আৰু সামাজিক অধিকাৰ সমূহ সুনিশ্চিত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় । আন এটা প্ৰস্তাব মৰ্মে অসম ভিত্তিত কোচ ৰাজবংশী উন্নয়ন পৰিষদ খন বৰ্তমান অসম চৰকাৰে ৪০/৪৫ জনীয়া সদস্যৰে নতুনকৈ উন্নয়ন পৰিষদ গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাত চৰকাৰক ধন্যবাদ জনায় ।

উক্ত পৰিষদত অধিক পুঁজি প্ৰদান কৰি আক্ৰাছুৰ দ্বাৰা গঠন কৰাৰ বাবে দাবী জনায় আক্ৰাছুয়ে । সংবাদ মেলত আক্ৰাছু সাধাৰণ সম্পাদক গোকুল বৰ্মনে  জনায় যে কম সময়ৰ ভিতৰতে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ আৰু উন্নয়ন পৰিষদৰ বিষয় লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব ।

সংবাদমেলত আক্ৰাছুৰ মুখ্য উপদেষ্টা প্ৰদিপ ৰায়, সভাপতি অৰুণ ৰায়, সাধাৰণ সম্পাদক গোকুল বৰ্মন, মহিলা সমিতিৰ সভানেত্ৰী পুৰবি সৰকাৰ সহ চিলাৰায় সেনাৰ নেতৃত্বও উপস্থিত থাকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamBongaigaon
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d