Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Biswajit Dwimary:বিজেপিৰ ঘোৰ সমালোচক কণ্ঠশিল্পী নিলোৎপল বৰাৰ গীত নিজৰ প্ৰফাইলত আপলোড কৰি বিপদত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    পুনৰ ভাৰতীয় নক্সা চুৰি : প্ৰাডাৰ পাছত এইবাৰ অভিযুক্ত ফেশ্বন ব্ৰেণ্ড ‘ৰাল্‌ল্ফ লৰেন’

    জলবায়ু অভিযোজন আৰু সহনশীলতা বৃদ্ধিৰ ওপৰত কমনৱেলথৰ কৰ্মশালাত ৰণজিৎ কুমাৰ দাস

    কলিয়াবৰত অঘোষিত বন্ধত বন্ধ হৈছে বহু চৰকাৰী স্কুল

    Guwahati:মহানগৰীৰ পল্টনবজাৰত আটক ১৯ বাংলাদেশী নাগৰিক

    Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

শাক-পাচলিৰ অনাৱশ্যক মূল্যবৃদ্ধিয়ে ৰাজ্যত কেকোঁৰা চেপা দিছে গ্রাহকক

publisher by publisher
October 29, 2020
in Assam, City, News
Reading Time: 1 min read
0
শাক-পাচলিৰ অনাৱশ্যক মূল্যবৃদ্ধিয়ে ৰাজ্যত কেকোঁৰা চেপা দিছে গ্রাহকক
17
SHARES
174
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

ৰাজ্যত সম্প্রতি ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে শাক-পাচলিৰ মূল্যবৃদ্ধিয়ে। সাধাৰণ গ্রাহকৰ বাবে যেন একো একোটা জলকীয়া, পটল, ভেণ্ডি, বেঙেনাই বিয়াগােম আকাৰ ধাৰণ কৰিছে। যাৰ কেকোঁৰা চেপাত প্রায় কোঙা হৈ পৰিছে তলাবন্ধই সৃষ্টি কৰা আর্থিক জটিলতাত ভােগা সাধাৰণ পাচলি গ্রাহক। ৰাজ্যৰ সর্বত্রেই পাচলিৰ বজাত এতিয়া অৰাজক অৱস্থা।

ADVERTISEMENT

অসাৰ খাদ্য, অসামৰিক যােগান বিভাগ আৰু গ্রাহক পৰিক্ৰমা বিভাগে নিজে ধোঁৱাচাঙত উঠি থকাৰ সুযােগ গ্রহণ কৰি অসাধু পাইকাৰী তথা খুচুৰা ব্যৱসায়ীয়ে অধিক মুনাফা লাভৰ আশাত পাচলিৰ আকাশলংঘী মূল্যবৃদ্ধি কৰাত সাধাৰণ গ্রাহকে এতিয়া আতংকতে বজামুখী হােৱাৰ পৰা বিৰত থাকিবলগীয়া অৱস্থাৰ উদ্ভৱ ঘটিছে।

অথচ এই বিষয়ত ৰাজ্য চৰকাৰ বা বিভাগৰ তৰফৰ পৰা কোনাে ধৰণৰ পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হােৱা নাই। ফলত এইদৰে অনাৱশ্যক মূল্যবৃদ্ধিৰ সেউজ সংকেত দিয়া শিপাডাল কিমান দূৰলৈ শিপাই আছে, তাকে লৈও সর্বসাধাৰণৰ মনত প্ৰশ্নৰ উদয় হৈছে। এই ক্ষেত্ৰত অসাধু ব্যৱসায়ীৰে যােগান বিভাগৰ গােপন বুজাবুজিৰাে অভিযােগ উত্থাপিত হৈছে।

আশ্চৰ্যকৰভাৱে পাচলিৰ এনে গগনচুম্বী মূল্যবৃদ্ধি কোনে কি কাৰণত কৰিছে, সেয়া খুচুৰা বিক্রেতাসকলেও ক’ব নােৱাৰে। মূল্যবৃদ্ধিৰ সন্দৰ্ভত অধিকাংশ পাচলি ব্যৱসায়ীয়ে কোনাে ধৰণৰ সদুত্তৰ দিব পৰা নাই। এইসকল পাচলি ব্যৱসায়ীৰ সততে এটাই ধৰা-বন্ধা উত্তৰ, ‘জেগাতে দাম বাঢ়িছে।’

লক্ষ্যণীয়ভাৱে ৰাজ্যত সম্প্রতি পাচলিৰ কোনাে অভাৱ পৰিলক্ষিত হােৱা নাই। তলাবন্ধৰ সময়ৰ পৰাই বহু লােকে পাচলিৰ ব্যৱসায়ত হাত দিছে। বজাৰত পাচলিৰ অভাৱ নাই যদিও সেইবােৰ ক্ৰয় কৰা গ্ৰাহকৰহে অভাৱ ঘটিবলৈ ধৰিছে। নগাঁও চহৰতাে সম্প্রতি শাক-পাচলিৰ খুচুৰা বজাৰৰ মূল্য হাে-হােৱাই বাঢ়ি আছে।

আজি চহৰখনৰ খুচুৰা পাচলিৰ বজাৰসমূহত প্রতি কিলােগ্রামত বিলাহী ৭০-৮ টকা, পটল ৮০ টকা, ফুলকবি ৮০ টকা, বন্ধাকবি ৬০ টকা, লেচেৰা মাহ ৮০ টকা, ফ্রেন্স বিন ৮০ টকা, স্কোৱাছ ৪০ টকা, বেঙেনা ৬০ টকা, তিয়হ ৪০-৪৫ টকা, কেঁচা জলকীয়া দুশ টকা, কুন্দুলি ৬০ টকা, তিতা কেৰেলা ৮০ টকা, গাজৰ ৮০ টকা, নহৰু ২৩০-২৫০ টকা, কেপচিকাম এশ টকা, মূলা ৬০ টকা, অমিতা ৪০-৫০ টকা, আদা ৮০ টকা, ভীমকলৰ ডিল এটাত এশ টকা, কাছকলৰ আশী ৫০-৬০ টকা, পানীলাউ এটাত ৪০-৫০ টকা, নেমু হালিত ১২ টকা দৰত বিক্ৰী হােৱা পৰিলক্ষিত হয়।

অৱশ্যে চহৰৰ বিভিন্ন পথৰ দাঁতিত বহা অস্থায়ী পাচলিৰ বজাৰসমূহত এইসমূহ পাচলিৰ মূল্য চহৰৰ আন বৃহৎ খুচুৰা বজাৰ কেইখনৰ তুলনাত প্রতি কেজিত দুই-তিনি টকা বেছি আছিল। মন কৰিবলগীয়া যে মৰিগাঁও জিলাৰ ভূৰাগাঁও, লাহৰীঘাট, মৈৰাবাৰী অঞ্চলৰ কৃষকে উৎপাদন কৰা শাক-পাচলি ৰাজ্যৰ বিভিন্ন স্থানলৈ পর্যাপ্ত পৰিমাণে সৰবৰাহ হৈ আহিছিল।

কিন্তু কে’বাটাও বানে চলিত বৰ্ষত এই অঞ্চলসমূহক জুৰুলা কৰাত এইবাৰ পাচলি উৎপাদন যথেষ্ট হ্রাস পাইছে। তৎসত্ত্বেও সদায় শাক-পাচলিৰে উভৈনদী হৈ থকা ভূৰাগাঁও, মৈৰাবাৰী, লাহৰীঘাট আদিৰ কৃষকে বর্তমানেও শাক-পাচলি উৎপাদন কৰি অঞ্চলসমূহৰ চাহিদা পূৰণ কৰি আছে। অথচ এই অঞ্চলসমূহৰ বজাৰৰ পৰা শাক-পাচলি কিনি খােৱাটো সম্প্রতি সাধাৰণ লােকৰ বাবে দুঃস্বপ্নত পৰিণত হৈছে।

আনকি নিজে উৎপাদন কৰি কোনাে দিনেই উচিত মূল্য লাভ নকৰা স্থানীয় কৃষকসকলেই এতিয়া বজাৰত শাক-পাচলিৰ দাম শুনি মূৰে-কপালত হাত দিবলগীয়া অৱস্থা হৈছে। কিয়নাে কপালৰ ঘাম মাটিত পেলাই শাক-পাচলি উৎপাদন কৰা কৃষকসকলে পােৱা মূল্যৰ তুলনাত বজাৰত বিক্ৰী হােৱা পাচলিৰ মূল্য কে’বা গুণে বেছি। একাংশ স্থানীয় কৃষকে অভিযােগ কৰে যে বজাৰত পাচলিৰ যি আকাশলংঘী মূল্য, তাৰ ল তুলনাত তেওঁলােকে উৎপাদন কৰাৰ বাবদ উচিত দাম লাভ কৰিবলৈ সক্ষম হােৱা নাই।

একাংশ মধ্যভােগীয়ে তেওঁলােকৰ উৎপাদিত পাচলিৰ অভাৱনীয় মূল্যবৃদ্ধি কৰা বুলিও তেওঁলােকে অভিযােগ কৰে। সম্প্রতি ভূৰাগাঁও, লাহৰীঘাট, মৈৰাবাৰী, বৰালিমাৰী, গেৰুৱা আদি বজাৰত প্রতি কিলােগ্ৰামত উৰহী এশ টকা, বিলাহী ৬০ টকা, বেঙেনা ৩০ টকা, ফুল কবি এশ টকা, কেঁচা জলকীয়া ১৬০ টকা, পটল ৪০ টকা, ভাত কেৰেলা ৪০ টকা, জিকা ৩০ টকা দৰত বিক্ৰী হৈ আছে।

অভিযােগ অনুসৰি, একাংশ মধ্যভােগীয়ে চলােৱা ছিণ্ডিকেটৰ বাবেই প্রতি কিলােগ্রামত ১৫-২০ টকাত ক্ৰয় কৰা পাচলিৰ দাম বজাৰত হয়গৈ ৫০-৬০ টকা। যাৰ পৰিণতি ভােগ কৰিছে সাধাৰণ লােকে। বহু লােকে মন্তব্য কৰিছে যে ৰাজ্যৰ বিধানসভা নির্বাচনলৈ মাত্ৰ কেইটামান মাহহে বাকী আছে।

এনে সময়তে পাচলিৰ নিয়ন্ত্রণহীন মূল্য আৰু ছিণ্ডিকেটৰাজে সকলােকে মাধমাৰ শােধাইছে। নির্বাচনৰ দিন চমু চাপিলে আৰু পৰৱৰ্তী সময়ত এই মূল্যবৃদ্ধিয়ে কি আকাৰ ধাৰণ কৰিব, তাকে ভাবি এতিয়াই ত্ৰস্তমান হৈ পৰিছে সাধাৰণ লােক ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam
publisher

publisher

Related Posts

Biswajit Dwimary:বিজেপিৰ ঘোৰ সমালোচক কণ্ঠশিল্পী নিলোৎপল বৰাৰ গীত নিজৰ প্ৰফাইলত আপলোড কৰি বিপদত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী
Assam

September 16, 2026
পুনৰ ভাৰতীয় নক্সা চুৰি : প্ৰাডাৰ পাছত এইবাৰ অভিযুক্ত ফেশ্বন ব্ৰেণ্ড ‘ৰাল্‌ল্ফ লৰেন’
International

পুনৰ ভাৰতীয় নক্সা চুৰি : প্ৰাডাৰ পাছত এইবাৰ অভিযুক্ত ফেশ্বন ব্ৰেণ্ড ‘ৰাল্‌ল্ফ লৰেন’

September 16, 2026
জলবায়ু অভিযোজন আৰু সহনশীলতা বৃদ্ধিৰ ওপৰত কমনৱেলথৰ কৰ্মশালাত ৰণজিৎ কুমাৰ দাস
Assam

জলবায়ু অভিযোজন আৰু সহনশীলতা বৃদ্ধিৰ ওপৰত কমনৱেলথৰ কৰ্মশালাত ৰণজিৎ কুমাৰ দাস

September 16, 2026
কলিয়াবৰত অঘোষিত বন্ধত বন্ধ হৈছে বহু চৰকাৰী স্কুল
Assam

কলিয়াবৰত অঘোষিত বন্ধত বন্ধ হৈছে বহু চৰকাৰী স্কুল

September 16, 2026
Guwahati:মহানগৰীৰ পল্টনবজাৰত আটক ১৯ বাংলাদেশী নাগৰিক
Assam

Guwahati:মহানগৰীৰ পল্টনবজাৰত আটক ১৯ বাংলাদেশী নাগৰিক

September 16, 2026
Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ
Assam

Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ

September 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d