Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কোনো কাৰণতে বিজেপিক পাটাছাৰকুছি এৰি দিয়া নহ’বঃ ফণীভূষণ চৌধুৰী

publisher by publisher
November 1, 2020
in Assam, News
Reading Time: 1 min read
0
কোনো কাৰণতে বিজেপিক পাটাছাৰকুছি এৰি দিয়া নহ’বঃ ফণীভূষণ চৌধুৰী
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

ধনু ভঙা পণ লৈ ২৮ বছৰ খালী ভৰিৰে আছিল আঙুৰবালা

বিজেপিৰ কাৰ্যালয়ো গংগাজল চটিয়াই শুদ্ধিকৰণ কৰা হ’ল

অগপই কোনো কাৰণতে পাটাছাৰকুছি সমষ্টি এৰি নিদিয়ে l যিহেতু পাটাছাৰকুছি সমষ্টিত অগপৰ এটা ভেটি অাছে অাৰু ১৯৮৫ চনত অগপই এই সমষ্টিত অভিলেখ সৃষ্টি কৰি থৈছে৷ গতিকে অগপই পাটাছাৰকুছি সমষ্টি বিজেপিক এৰি দিয়াৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে ৷আজি পাঠশালাত এই মন্তব্য প্ৰদান কৰে অগপ নেতা তথা মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ৷ পাঠশালাৰ আজাদ ভৱনত অনুষ্ঠিত পাটাছাৰকুছি অগপ মহিলা পৰিষদৰ এখন সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে মন্ত্ৰী চৌধুৰীয়ে ৷

ADVERTISEMENT

স্বাভাৱিকতে সাম্প্ৰতিক পৰিস্থিতিত যি সময়ত বিজেপিৰ কেইবাগৰাকী জেষ্ঠ নেতাই পাটাছাৰকুছি সমষ্টি বিজেপিৰ বাবে বিচাৰিছে আনকি বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ নাম উচ্চাৰিত হৈছে তেনে ক্ষণত অাজি অগপৰ শীৰ্ষ নেতা গৰাকীৰ এনে মন্তব্য তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷ একে সময়তে অগপ বিধায়ক পবিন্দ্ৰ ডেকা দলৰ মজিয়াত এঘৰীয়া হৈছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত চৌধুৰীয়ে কয় যে কোনো কাৰণতে পবিন্দ্ৰ ডেকা এঘৰীয়া হোৱা নাই অাৰু এতিয়াও তেওঁ অগপত বিধান পৰিষদৰ সদস্য হিচাপে অাছে ৷

ইপিনে বজাৰত জুই ছাই দাম সন্দৰ্ভত মন্ত্ৰী চৌধুৰী চৌদিশে সমালোচিত হোৱা প্ৰসংগত তেওঁ অসমত চাহিদা অনুপাতে পিয়াঁজ উৎপাদন নহয় বুলি কয় যাৰ বাবে ইন্দোৰ, নাছিক অাৰু ৰাজস্থানৰ পৰা আনিব লগা হয়৷ এনে পৰিস্থিতিত ডিচেম্বৰ মাহতহে অসমত মূল্য বৃদ্ধি নিয়ন্ত্ৰণ হ’ব বুলি ঘোষণা কৰে ফণীভূষণ চৌধুৰীয়ে৷ ইয়াৰ পূৰ্বে অাজি পাঠশালাৰ আজাদ ভৱনত সমাবেশত অগপ নেত্ৰী সৰজু ৰয়ৰ সভাপতিত্বত অাৰু অগপ নেত্ৰী মিনি কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত মন্ত্ৰী গৰাকীয়ে উদাত্ত ভাষণেৰে পাটাছাৰকুছি অগপৰ দখলত থাকিব বুলি কৰ্মী সকলক উৎসাহিত কৰে ৷

আনহাতে উক্ত সভাত অংশগ্ৰহণ কৰা অগপৰ মহিলা পৰিষদৰ সভানেত্ৰী বৰদা কলিতাই অসমৰ পাটাছাৰকুছি, বটদ্ৰৱা, শিৱসাগৰ, গোলাঘাটকে আদি কৰি 5 টাকৈ সমষ্টিত মহিলা প্ৰাৰ্থীক টিকট প্ৰদান কৰাৰ দাবী উত্থাপন কৰে অাৰু প্ৰাৰ্থীৰ নাম সভাপতি লৈ প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে ৷

সভাত অাজি প্ৰাক্তন বিধায়ক তথা বৰ্ষীয়ান নেতা ভূৱনেশ্বৰ বৰ্মনৰ বিয়োগত শোক পালন কৰিও মৌনতা অৱলম্বন কৰা হয় ৷ সভাত মন্ত্ৰী ফনীভূষণ চৌধুৰীৰ উপৰিও বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ দাস, ড০ ৰণজিৎ ডেকা, অগপ নেতা ধ্ৰুব দত্ত, ধৰ্মেশ্বৰ ৰয়, অমিয় দাস, ধনজিৎ ডেকা, জিন্টু চৌধুৰী আদি নেতা- কৰ্মী উপস্থিত আছিল ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AgpBJPPhani Bhusan Choudhury
publisher

publisher

Related Posts

নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য
India

August 20, 2026
ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা
Assam

মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d