Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

হিমন্ত বিশ্ব শৰ্মা কৰ’নাৰ ডাক্তৰ , দাদা ছুগাৰ বেমাৰীঃহাগ্ৰামী মহিলাৰী

publisher by publisher
November 7, 2020
in News, Politics
Reading Time: 1 min read
0
হিমন্ত বিশ্ব শৰ্মা কৰ’নাৰ ডাক্তৰ , দাদা ছুগাৰ বেমাৰীঃহাগ্ৰামী মহিলাৰী
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

“বিজেপি বিপিএফৰ মিত্ৰতা থাকিলেও হিমন্ত বিশ্ব শৰ্মাই বিপিএফৰ বিৰুদ্ধে ক’ব পাৰে যিকোনো কথা৷ হিমন্ত বিশ্ব শৰ্মাইটো কোৱা নাই বিপিএফ আৰু বিজেপিৰ মিত্ৰতা নাই বুলি ৷এইটো নিৰ্বাচনহে ৷ এই মন্তব্য হাগ্ৰামা মহিলাৰীৰ ৷

ADVERTISEMENT

আজি বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি বিপিএফ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে বাক্সাৰ শালবাৰীৰ সাউদৰভিঠাত অনুষ্ঠিত বিপিএফৰ মহিলা সমাৰোহত ভাগ লৈ সাংবাদিকৰ আগত মন্তব্য কৰে “হিমন্ত দাদাই নিজে মিঠা নাখায়,তেওঁ আনক কিয় মিঠা খাব দিছে৷মিঠা খাব দি বিটিচিৰ মানুহক সকলোৰে ছুগাৰ বঢ়াব বিচাৰিছে হিমন্তই৷ হিমন্ত বিশ্ব শৰ্মা দাদা কৰ’না ডাক্তৰ হয়৷

ৰাইজে মিঠা খাব লাগেনে টেঙা খাব লাগে নে তিতা খাব লাগে তেওঁ সকলো জানে৷ হিমন্ত বিশ্ব শৰ্মাই নিজে মিঠা নাখায় আৰু আনক মিঠা খাবলৈ কয়৷পুৱা আৰু আবেলি হিমন্ত দাদাই খোজ কাঢ়ে৷এইটোৱে ইয়াকে বুজায় যে হিমন্ত বিশ্বৰ ছুগাৰ হৈছে৷ লগতে গ্ৰীণ টী খায় হিমন্তই৷হিমন্ত বিশ্ব শৰ্মাৰ বিপিএফ বিৰোধী প্ৰচাৰক হাগ্ৰামাই তিলমানো ভয় নকৰে৷যদি মই ভয়েই কৰিলোহেঁতেন আজি মিটিংত নাহিলোহেঁতেন৷

মুঠতে বিপিএফে বিটিচি নিৰ্বাচনত ২৫ ৰপৰা ৩০ খন আসন লৈ পুনৰবাৰ এশ শতাংশই চৰকাৰ গঠন কৰিব৷ যাৰ ঘৰত ট্ৰেক্টৰ আছে তাৰ ঘৰত নাঙলো আছে৷ট্ৰেক্টৰতকৈ নাঙলৰ ভ্যেলুহে বেছি৷ট্ৰেক্টৰৰ কাম নাই৷ হিমন্তই ট্ৰেক্টৰৰ ঠিকা লৈ এভেইলেবল্ কৰিব বিচাৰিছে৷কিন্তু নোৱাৰে৷কিমানক ট্ৰেক্টৰ দিব৷ হিমন্ত দাদাই ট্ৰেক্টৰৰ চাপ্লাই লৈ আকৌ টকা খাব বিচাৰিছে৷”

বিজেপিয়ে পাম্প দি থকা বাবেই বিপিএফ চলি আছে বুলি হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰত্যুত্তৰত হাগ্ৰামাই কয় বিজেপিয়ে পাম্প দি থকা বাবে বিপিএফ চলি থকা নাই৷বিপিএফৰ অক্সিজেন লৈহে বিজেপি জীয়াই আছে,বিপিএফৰ অক্সিজেন ন’ললে বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰিলেহেঁতেন৷আছুৱে গোটেই অসমত বিজেপিয়ে য’ত যায় তাতেই ক’লা পতাকা দেখুৱায়৷ বিটিচিত বিপিএফে চিংগেল মেজ’ৰিটি পাই চৰকাৰ বনাব৷ ইউ পি পি এল আৰু বিজেপিয়ে মিত্ৰতাৰে নিৰ্বাচন খেলিব বিচাৰিলেও বিটিচিত বিপিএফক ধ্বংস কৰিব নোৱাৰে৷

এই মন্তব্য হাগ্ৰামা মহিলাৰীৰ৷ মহিলাৰীয়ে মহিলাৰ সবলীকৰণ সন্দৰ্ভত আয়োজিত সভাখনত ৰাইজক উদ্দেশ্য কৰি দিয়া ভাষণ প্ৰসংগত কয়-“ হিমন্ত দাদাই(বিশ্ব শৰ্মাই) বিটিচিত ছমাহ ৰাজ্যপালৰ শাসন দিলে কিন্তু আজিলৈ বিপিএফৰ দুৰ্নীতি দেখুৱাব নোৱাৰিলে৷ বিটিচিত দুৰ্নীতি হোৱা নাই৷দুৰ্নীতি হৈছে যদি ৰাজ্য চৰকাৰতহে হৈছে৷এছআই কেলেংকাৰী,এনৰেগা কেলেংকাৰী,এপিএছচি কেলেংকাৰী,পিএনআৰডি কেলেংকাৰী যিমানবোৰ আছে সকলো অসমতেই হৈছে ৷

বিটিচিত যদি দুৰ্নীতিয়েই হৈছে তেতিয়াহ’লে আজিলৈ এজন মানুহকো গ্ৰেপ্তাৰ কিয় কৰিব পৰা নাই বিটিচিৰ পৰা এখন গাঁৱো কৰ্তন নহয় আৰু নতুনকৈও কোনো গাঁও অন্তৰ্ভুক্ত নহয়৷ হিমন্ত দাদাই নিজেই বিটিআৰ চুক্তি কৰি আনিলে৷ বিটিচিত এতিয়াও নিৰ্বাচনী অধিসূচনা জাৰি অব্যাহত আছে৷হিমন্ত দাদাই কালি সেইয়া ভংগ কৰি গাড়ীৰ চাইৰেণ বজাই গ’ল৷তেওঁ নিজেই কোড অৱ কোনডাক্ত ভংগ কৰিছে৷চৰকাৰে এইক্ষেত্ৰত ব্যৱস্থা ল’ব লাগে৷

বিটিচিত মুছলিম আৰু বঙালীসকলৰ এনআৰচি আৰু ডি ভোটাৰক লৈ কিছু সমস্যা হৈ আছে৷বাকী সকলো দিশতে উন্নয়ন হৈছে বিটিচিবাসীৰ৷বিটিচিবাসীৰ ভাৰতীয় নাগৰিকত্বৰ ক্ষেত্ৰত কোনো ধৰণৰ হাৰাশাস্তি যাতে নহয় সেইয়া আমি দিল্লী-দিছপুৰত গৈ সমাধান কৰিম৷

আমি সকলোকে ওফৰাই বিটিচিত পুনৰ চৰকাৰ গঠন কৰিম৷” উল্লেখ্য যে শালবাৰী জিলা মহিলা বিপিএফৰ সভানেত্ৰী নিভা বসুমতাৰীৰ পৰিচালনাত অনুষ্ঠিত হোৱা আৰু প্ৰাক্তন এমচিএলএ ৰণজিৎ খেৰকটাৰীয়ে উদ্বোধনী ভাষণ আগবঢ়োৱা সভাখনত শালবাৰী আৰু মথনগুৰি সমষ্টিৰ দুই প্ৰাৰ্থী ক্ৰমে জয় মুছাহাৰী আৰু বেগম আখতাৰা আহমেদ,শালবাৰী জিলা বিপিএফৰ সভাপতি মিলন বড়ো,সম্পাদক প্ৰবীন দাস,বাক্সা জিলা সম্পাদক প্ৰবীন বড়ো,সুপ্ৰিয়াৰাণী বসুমতাৰী,নাৰায়ণী বসুমতাৰী,অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা বিপুল ৰাভা আদিয়ে অংশগ্ৰহণ কৰে৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BPFHagrama MohilaryHimanta Biswa Sarma
publisher

publisher

Related Posts

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d