Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Biswajit Dwimary:বিজেপিৰ ঘোৰ সমালোচক কণ্ঠশিল্পী নিলোৎপল বৰাৰ গীত নিজৰ প্ৰফাইলত আপলোড কৰি বিপদত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    পুনৰ ভাৰতীয় নক্সা চুৰি : প্ৰাডাৰ পাছত এইবাৰ অভিযুক্ত ফেশ্বন ব্ৰেণ্ড ‘ৰাল্‌ল্ফ লৰেন’

    জলবায়ু অভিযোজন আৰু সহনশীলতা বৃদ্ধিৰ ওপৰত কমনৱেলথৰ কৰ্মশালাত ৰণজিৎ কুমাৰ দাস

    কলিয়াবৰত অঘোষিত বন্ধত বন্ধ হৈছে বহু চৰকাৰী স্কুল

    Guwahati:মহানগৰীৰ পল্টনবজাৰত আটক ১৯ বাংলাদেশী নাগৰিক

    Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

শালবাৰীত ইউ পি পি এলৰ নিৰ্বাচনী সভা

publisher by publisher
December 2, 2020
in Assam, India, News
Reading Time: 1 min read
0
শালবাৰীত ইউ পি পি এলৰ নিৰ্বাচনী সভা
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

পৰিৱৰ্তনৰ শ্লোগানেৰে বি টি এ ডিৰ পৰিষদীয় নিৰ্বাচনত সৰ্বশক্তিৰে নিৰ্বাচনী প্রচাৰত নামি পৰিছে ইউ পি পি এল দল৷ দলটোৰ নেতা-কৰ্মীসকলে গাঁৱে গাঁৱে নিৰ্বাচনী প্ৰচাৰ সভা আয়োজন কৰি হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফৰ ১৭ বছৰীয়া শাসনৰ বেলি মাৰ নিয়াবলৈ উঠি-পৰি লাগিছে৷ শালবাৰী পৰিষদীয় সমষ্টিতো ইউ পি পি এলৰ নেতা-কৰ্মীসকলে দলীয় প্রতীক ‘ট্রেক্টৰ’ চিহ্নত যাতে সৰ্বোচ্চ ভোট লাভ কৰিব পাৰে তাৰ ৰণকৌশল হাতত লৈ সমষ্টিটোৰ চুকে কোণে নামি পৰা দেখা গৈছে৷ সমষ্টিটোৰ কংগ্রেছ, বি পি এফ আৰু গণ সুৰক্ষা পাৰ্টীৰ প্রাৰ্থীৰ নিৰ্বাচনী প্রচাৰ জোৰদাৰ হৈ পৰাৰ সমান্তৰালভাৱে ইউ পি পি এলৰ প্রাৰ্থী বিনোদ মুছাহাৰীৰ সপক্ষেও নিৰ্বাচনী প্রচাৰে জোৰদাৰ গতি লাভ কৰা দেখিবলৈ পোৱা গৈছে৷

ADVERTISEMENT

ইউ পিপিএলৰ সভাপতি তথা বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে প্রক্ষেপিত নেতা প্রমোদ বড়োৰ পত্নী পাৰুল ভৰালী বড়োৱে আজি ২১ নং শালবাৰী সমষ্টিৰ প্রাৰ্থী বিনোদ মুছাহাৰীৰ সপক্ষে একাধিক নিৰ্বাচনী প্রচাৰ সভা আয়োজন কৰি প্রাৰ্থীগৰাকীক ভোট দিবলৈ ৰাইজক আহ্বান জনায়৷ পাৰুল ভৰালী বড়োৱে আনন্দ বজাৰ পশ্চিম হাটখোলাস্থিত নামঘৰ প্রাংগণত এখন সভাত কয়, ‘এইবাৰ নিৰ্বাচনে বড়ো-অবড়োৰ মাজত থকা বিভাজন মছি পেলাইছে৷ ১৭ বছৰৰ অপশাসনে এই বিভাজনৰ সৃষ্টি কৰিছিল৷ কিন্তু এতিয়া ৰাইজে বুজি উঠিছে ক্ষমতাৰ বাবে এই বিভাজন কৰা হৈছিল৷ বিটিএডিৰ ৰাইজে বুজি পাইছে যে বি টি এ ডি অঞ্চলটো এখন ঘৰৰ দৰে৷ ঘৰত এজন ভাতৃয়ে যদি অন্যজনৰ লগত কাজিয়া কৰি থাকে তেনেহ’লে উন্নয়ন নহয় অশান্তিহে হ’ব৷’ নেত্রীগৰাকীয়ে প্রমোদ বড়োৰ পৰিৱৰ্তনৰ যাত্রাত সকলো শ্রেণীৰ জনসাধাৰণক একত্রিত হ’বলৈ আহ্বান জনায় ।

প্রমোদ বড়ো চৰকাৰ গঠন কৰাৰ পাছত যদি বিভিন্ন জাতি-জনগোষ্ঠীৰ কিবা অন্যায় হয় তেনেহ’লে তেওঁ ইয়াৰ বিৰোধিতা কৰিবলৈ প্রথম ওলাই আহিব বুলি হুংকাৰ দিয়ে৷ হাটখোলা নিবাসী যুৱ শিল্পী সঞ্জীৱ তালুকদাৰে পৰিচালনা কৰা সভাখনত ইউ পি পি এলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ধীৰাজ ডেকাই ভাষণত কয়, ‘হাগ্রামা মহিলাৰীয়ে মডেল বিটিচিৰ প্রতিশ্রুতি দি কাৰ্যক্ষেত্রত জাতি জনগোষ্ঠীবোৰক ভাগ ভাগহে কৰিছে৷ জাতি জনগোষ্ঠীবোৰক সম-মৰ্যাদা দিম বুলি কৈ আভুৱা ভাৰিছে৷ হাগ্রামাই ৰাইজক বিভিন্ন প্রতিশ্রুতি দি সেইবিলাক ৰূপায়ণৰ নামত ৰাইজক ৰামঠগন দিছে ৷ বি টি আৰ চুক্তিৰ দ্বাৰা বড়োভূমিত শান্তি আহিছে কিন্তু বি পি এফ আৰু নৱ কুমাৰ শৰণীয়াই এই চুক্তি বেয়া বুলি প্রচাৰ কৰি আছে৷ এই চুক্তিৰ দ্বাৰা অসমীয়া ভাষাটো ঘূৰাই দিয়া হৈছে৷ বিটিআৰ অঞ্চলৰ উন্নয়নৰ বাবে চুক্তিখন কৰা হৈছে৷

তেওঁ সাংসদ নৱ কুমাৰ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টিক বুঢ়া গছ আখ্যা দি এই গছে ফল নিদিয়ে বুলিও কয় ৷ প্রাৰ্থী বিনোদ মুছাহাৰীয়ে কয়, ‘১৭ বছৰে বি পি এফে আমাক মাত্র প্রতিশ্রুতি দি উন্নয়নৰ বাবে অহা ধনখিনি লুণ্ঠন কৰিছে৷ এই লু্ণ্ঠনৰ বিৰুদ্ধে আমি মাৰ বান্ধি থিয় দি লুণ্ঠনকাৰী বি পি এফক বিদায় দিব লাগিব৷ হাগ্রামা মহিলাৰীয়ে বিভিন্ন জাতি-জনগোষ্ঠীক শাসনৰ নামত কৰা শোষণৰ প্রতিশোধ ল’ব লাগিব৷ আমি বিশ্বাসৰ এনাজৰীডাল সুদৃঢ় কৰি নতুন সমাজ এখন গঢ়াৰ বাবে একত্রিত হ’ব লাগিব ৷’ সভাখনত ইউ পি পি এল দলৰ কেন্দ্ৰীয় নেতা-নেত্রী ক্রমে সুৰেশ সৰকাৰ, কনক চন্দ্ৰ বড়ো, বিউটি বসুমতাৰী, প্রদীপ সৰকাৰ, জহুৰা খাতুন, কেন্দ্ৰীয় মহিলা শাখাৰ সভানেত্ৰী মালতী স্বৰ্গীয়াৰী , সাধাৰণ সম্পাদিকা ডালিমী স্বৰ্গীয়াৰী, আবু তাহেৰ,জোনালী পাঠক, সমাজকৰ্মী ৰঞ্জন বৰুৱা উপস্থিত থকে । উল্লেখযোগ্য যে বিনোদ মুছাহাৰীৰ সমৰ্থনত আজি শালবাৰী সমষ্টিৰ বৰটাৰী, ৰৌমাৰী,বাঠাবাৰী,উজান বাঁহবাৰী, সোণপেৰাবড়ীতো নিৰ্বাচনী প্রচাৰ সভা অনুষ্ঠিত হয়৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamElectionUPPL
publisher

publisher

Related Posts

Biswajit Dwimary:বিজেপিৰ ঘোৰ সমালোচক কণ্ঠশিল্পী নিলোৎপল বৰাৰ গীত নিজৰ প্ৰফাইলত আপলোড কৰি বিপদত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী
Assam

September 16, 2026
পুনৰ ভাৰতীয় নক্সা চুৰি : প্ৰাডাৰ পাছত এইবাৰ অভিযুক্ত ফেশ্বন ব্ৰেণ্ড ‘ৰাল্‌ল্ফ লৰেন’
International

পুনৰ ভাৰতীয় নক্সা চুৰি : প্ৰাডাৰ পাছত এইবাৰ অভিযুক্ত ফেশ্বন ব্ৰেণ্ড ‘ৰাল্‌ল্ফ লৰেন’

September 16, 2026
জলবায়ু অভিযোজন আৰু সহনশীলতা বৃদ্ধিৰ ওপৰত কমনৱেলথৰ কৰ্মশালাত ৰণজিৎ কুমাৰ দাস
Assam

জলবায়ু অভিযোজন আৰু সহনশীলতা বৃদ্ধিৰ ওপৰত কমনৱেলথৰ কৰ্মশালাত ৰণজিৎ কুমাৰ দাস

September 16, 2026
কলিয়াবৰত অঘোষিত বন্ধত বন্ধ হৈছে বহু চৰকাৰী স্কুল
Assam

কলিয়াবৰত অঘোষিত বন্ধত বন্ধ হৈছে বহু চৰকাৰী স্কুল

September 16, 2026
Guwahati:মহানগৰীৰ পল্টনবজাৰত আটক ১৯ বাংলাদেশী নাগৰিক
Assam

Guwahati:মহানগৰীৰ পল্টনবজাৰত আটক ১৯ বাংলাদেশী নাগৰিক

September 16, 2026
Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ
Assam

Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ

September 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d