Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

হিমন্তই প্ৰথমে বিত্ত বভাগত সংঘটিত দুৰ্ণীতিৰ হিচাব দিয়ক তাৰ পিচত বিটিচিৰ হিচাব লওক : চন্দন ব্ৰহ্ম

publisher by publisher
December 3, 2020
in Assam, India, News, Politics
Reading Time: 1 min read
0
হিমন্তই প্ৰথমে বিত্ত বভাগত সংঘটিত দুৰ্ণীতিৰ হিচাব দিয়ক তাৰ পিচত বিটিচিৰ হিচাব লওক : চন্দন ব্ৰহ্ম
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

গড়ল বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত ভোটদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিটিচ নিৰ্ব্বাচন প্ৰচাৰৰ নামত তুচ্ছ তাচ্ছিল্য কৰা,সাম্প্ৰদায়িক মন্তব্য, হিন্দু-মুছলমানৰ ৰাজনীতি কৰা আৰু বেয়া ভাষা ব্যৱহাৰ কৰে বুলি মন্ত্ৰী চন্দন ব্ৰহ্মৰ অভিযোগ মন্ত্ৰী হিমন্ত ওপৰত । চিৰাঙৰ পানবাৰীত অনুষ্টিত বিপিএফৰ নিৰ্ব্বাচনি সভাত এই দৰে সতিৰ্থ মন্ত্ৰীৰ বিৰুদ্ধে  অভিযোগ কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই। তেওঁ কয় যে বিটিচিত ইয়াৰ পুৰ্বে কেতিয়াও ইমান নিম্ন খাপৰ ৰাজনীতি হোৱা নাছিল যি হিমন্তই এইবাৰ আৰম্ভ কৰিছে। হিমন্তৰ কথা মতে বিটিচিতো হিন্দু মুছলমানৰ ৰাজনীতি নকৰাৰ বাবেই আজি হিমন্তই হাগ্ৰামা মহিলাৰীক বেয়া বেয়া ভাষাৰে গালি দিছে। আমি জীয়াই থকালৈ বিটিচিত কেতিয়াও হিন্দু মুছলমানৰ ৰাজনীতি হব নিদিও বুলি সকিয়নি দিয়ে চন্দন ব্ৰহ্মই লগতে তেওঁ কয় আজিহে বিটিচি বাসীয়ে বুজি পাইছে আৰু শান্তি স্থাপন হৈছে।

ADVERTISEMENT

সেয়ে আমি পিচুৱাই যাব নিবিচাৰো। উন্নয়নৰ ধাৰা অটুট থাকিব বিটিচিত । তেওঁ আৰু কয় যে বিটিচিৰ দুৰ্ণীতি তথা ধনৰ হিচাব লোৱাৰ পুৰ্বে হিমন্তই নিজৰ হিচাব দিয়ক । বিটিচিৰ কিমান টকাৰ দুৰ্ণীতি হৈছে সেয়াও ভালদৰে কব নোৱাৰে । আবোল তাবোলহে বকিছে হিমন্তই। আজি কভিডৰ নামত লাখ লাখ কোটী টকা বিশ্ব বেংক আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা পোৱাৰ পিচতো বিত্ত বিভাগৰ দায়িত্বত থকা হিমন্তই কোনো হিচাব দিয়া নাই । গতিকে ইয়াৰ হিচাব দিব লাগিব অসম বাসী ৰাইজক বুলিও কয় চন্দন ব্ৰহ্মই। বিটিচিৰ ৩৫ লাখ জনতা আছে । বিটিচিয়ে পাবলগীয়া ধন অসম চৰকাৰৰ বিত্ত বিভাগে নিদিয়ে । বহু বাকী আছে এতিয়াও।

সেই টকা যাতে দিব নালাগে সেয়ে এতিয়া বিভিন্ন দুৰ্ণীতিৰ ৰাজনীতিকৰণ কৰি ভূৱা তথ্য বিটিচিৰ ৰাইজক দি বিপথে পৰিচালিত কৰিব বিচাৰিছে হিমন্তই বুলি অভিযোগ কৰে চন্দন ব্ৰহ্মই। কিন্ত তেওঁৰ আশা পুৰণ নহব। বিটিআৰ চুক্তি মতে আমি জীয়াই থকালৈ কাকো উচ্ছেদ কৰিব নিদিও । এইবাৰ হাগ্ৰামা মহিলাৰীৰ চৰকাৰ হোৱাৰ লগে লগে প্ৰথমেই বিটিআৰ চুক্তিৰ বেয়া দফাবোৰ আতৰাম বুলিও কয় মন্ত্ৰী জনে। হিমন্তৰ কথাত ৰাইজ ভোল নাযায় বৰঞ্চ বিপিএফৰ ভালহে হৈ আছে। এজন প্ৰভাৱশালি মন্ত্ৰীৰ মুখত এনে ভাষা সোভা নাপায়। হিমন্তই বিটিচিৰ হিচাব বিচৰাটো নিজৰ ইচ্ছা নে বিজেপিৰ নে চৰকাৰৰ সিদ্ধান্ত সেয়া স্পষ্ট কৰাৰ আহ্বান জনায়। চৰকাৰী হিচাবৰ সংবাদ মেল এনে নহয়।

তেওঁ বিটিচিত বিজেপিক প্ৰতিষ্টা কৰাৰ ঠিকা লৈছে বুলিও অভিযোগ কৰে। ৰাইজক ভূল তথ্য দি হিৰো হব খুজিছে হিমন্তই। এইটো সম্ভৱ নহয়। আজি হিমন্তৰ লগত বিজেপিৰ কিমান মানুহ আছে সেয়া অসমৰ লোকে জানে । দুজনমান মানুহ লগত লৈ বিটিচিত বিজেপি প্ৰতিষ্টা কৰা সহজ নহয় সেয়া বিজেপিৰ লোকেও জানে। আগন্তক বিধান সভা নিৰ্ব্বাচনত বিটিচিত বিজেপি প্ৰতিষ্টা কৰা বুলি নিজকে হিৰো সজাই মুখ্য মন্ত্ৰী হোৱাৰ দাবীদাৰ হোৱাৰ বাবে চেষ্টা কৰিছে । এইটো তেওঁৰ  ছিঙ্গেল পইন্ট বুলিও কয় চন্দন ব্ৰহ্মই। যোৱা নিশা চিৰাং সমষ্টীৰ গণ সুৰক্ষা দলৰ প্ৰাৰ্থীক আক্ৰমন কৰাৰ বিষয়ে বিপিএফক অভিযোগ কৰাৰ প্ৰতিক্ৰীয়া প্ৰকাশ কৰি কয় যে যদি প্ৰমান কৰিব নোৱাৰে তেতিয়া আমিয়ো আমাক বদনাম দয়াৰ বাবে আইনি ব্যৱস্থা লম বুলি কয়। কোকৰাঝাৰত অস্ত্ৰ উদ্ধাৰৰ বিষয়েকয় যে অসম আৰক্ষীৰ সেয়া বৃহৎ সফলতা ইয়াৰ ৱাবে তেওলোক ধন্যবাদৰ পাত্ৰ ।

বিটিচিত থকা সকলো অবৈধ অস্ত্ৰ উদ্ধাৰ হোৱাটো কামনা কৰে মন্ত্ৰী জনে। সভাত উপস্থিত থাকি বিপিএফ নেত্ৰী অঞ্জলি দৈমাৰীয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ ফালৰ পৰা বিটিচিৰ নিৰ্ব্বাচনি পৰ্ৰচাৰত শালিনতা এৰি যি দৰে ভাষা ব্যৱহাৰ কৰিছে সেয়া সকলোৱে আচৰিত হৈছে। সৰু মাত্ৰ চাৰিখন জিলালৈ গঠিত পৰিষদীয় নিৰ্ব্বাচনত প্ৰচাৰৰ নামত যিদৰে প্ৰৱেশ কৰিছে সেয়া কোনেও ভালপোৱা নাই বুলি কয় দৈমাৰীয়ে। মিত্ৰতাত থকাৰ পিচতো মুখ্য মন্ত্ৰীয়ে বিৰোধি দলৰ দৰে আহি নিৰ্ব্বাচনি প্ৰচাৰত অংশগ্ৰহণ কৰাটো আচলতে প্ৰটকলত নপৰে । দল হিচাবে আহিব পাৰে তাত কবলগীয়া নাই। অহা বিধান সভা নিৰ্ব্বাচনৰ বাবে শংকিত হোৱা বুলিও কয়।

হিমন্তই ব্যাক্তিগত আখেজতে হাগ্ৰামাক আক্ৰমন কৰিছে। হাগ্ৰামাই হিমন্তৰ কথাত উঠ বহ নকৰাৰ বাবেই এনে কৰিছে বুলি কয় দৈমাৰীয়ে । তেওঁ আৰু কয় যে বিটিচিত আহি হিনম্তই হাগ্ৰামাৰ দুৰ্ণিতি তথা হিচাব বিচৰাৰ পুৰ্বে নিজে দুৰ্ণীতি মুক্ত হওক বুলি কয় । ডিমা হাছাওৰ এহেজাৰ কোটীৰ দুৰ্ণীতিত তেওঁ জড়িত,সাৰদা কেলেঙ্কাৰি, লুইবাৰ্গাৰ আদি বৃহৎ কেলেঙ্কাৰিত হিমন্তহে জড়িত গতিকে নিজে প্ৰথমে দুৰ্ণীতি মুক্ত হওক বুলি কয় অঞ্জলি দৈমাৰীয়ে। বিজনী সমষ্টীৰ বিধায়ক কমল সিং নাৰ্জাৰী সহ বিপিএফৰ বহু কেইজন কেন্দ্ৰীয় নেতা এই জন সভাত উপস্থিত থাকি ১৮ নং  মানাস সেৰফাং পৰিষদীয় সমষ্টীৰ বিপিএফৰ প্ৰাৰ্থী ধনঞ্জয় বসুমতাৰীৰ হৈ নিৰ্বাচনি প্ৰচাৰ চলায় । সভাত ইউপিপিএল,কংগ্ৰেছ,গণ সুৰক্ষা পাৰ্টী আদি দলৰ পৰা আহি বিপিএফত যোগদান কৰা কেবাশ লোকক আদৰণি জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BPFBTCChandan BrahmaElectionHimanta Biswa Sarma
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d