Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

এলিয়েনৰ স’তে যােগাযােগ আছে ট্রাম্পৰ

publisher by publisher
December 10, 2020
in News
Reading Time: 1 min read
0
এলিয়েনৰ স’তে যােগাযােগ আছে ট্রাম্পৰ
3
SHARES
32
VIEWS
ShareShareShareShare

আমেৰিকাৰ সদ্য বিদায় ল’বলগীয়া ৰাষ্ট্রপতি ডনাল্ড ট্রাম্পৰ স’তে যােগাযােগ আছে ভিনগ্রহৰ প্ৰাণী বা এলিয়েনৰ। এই চাঞ্চল্যকৰ তথা অদ্ভুত দাবী কৰিলে ইজৰাইলৰ মহাকাশ নিৰাপত্তা বাহিনীৰ প্রাক্তন মুৰব্বী হাইম এছেদে। স্বাভাৱিকতে এই দাবীয়ে সামাজিক মাধ্যমত তােলপাৰ লগাইছে। এই মহাবিশ্বত পৃথিৱী একমাত্র নে আন কোনাে গ্রহতাে প্রাণ আছে? এই দীর্ঘদিনীয়া প্ৰশ্নৰ উত্তৰ বিজ্ঞানীসকলে আজিও দিব পৰা নাই।

ADVERTISEMENT

অৱশ্যে ভিনগ্রহত প্ৰাণৰ অস্তিত্বৰ ধাৰণা কৰিয়ে সৃষ্টি হৈছে কল্পবিজ্ঞান আৰু এলিয়েনৰ ধাৰণাটো। এতিয়া ইজৰাইলৰ ৮৭ বছৰীয়া গৱেষক এছেদে দাবী কৰিছে যে এলিয়েন সঁচাকৈয়ে আছে আৰু স্বয়ং ট্রাম্প এই বিষয়ে অৱগত। আনকি আমেৰিকান প্রশাসনৰ স’তে ভিনগ্রহৰ প্ৰাণীৰ সংগঠনৰ হেনাে এক চুক্তিও সম্পন্ন হৈছে। কিন্তু কি কাৰণত এই চুক্তি সম্পন্ন অশীতিপৰ গৱেষকজনে কয় যে ভিনগ্রহৰ প্রাণীসকলে মহাবিশ্বৰ গঠনক কেন্দ্র কৰি গৱেষণা কৰিব বিচাৰে।

RelatedPosts

Removal of US Navy Secretary John Phelan:মাৰ্কিন প্ৰশাসনত অঘটন !

চন্দ্ৰাভিযান সামৰি পৃথিৱীলৈ উভতিল চাৰি মহাকাশচাৰী

ইৰাণত উত্তেজনা অব্যাহত, ভাৰতীয়সকলক তৎক্ষণাৎ দেশ ত্যাগৰ নিৰ্দেশ

এই সন্দৰ্ভতে এই চুক্তি সম্পন্ন হৈছে।আনকি মঙলত ইতিমধ্যেই ইয়াৰ বাবে মাটিৰ তলত গােপন ঘাটিও নির্মাণ কৰা হৈছে বুলি এছেদে দাবী কৰিছে। এনে চুক্তিৰ বিষয়টো গােপন ৰখাৰ প্ৰসংগতাে এছেদে যুক্তি দাঙি ধৰিছে। তেওঁ কয়, আচলতে ডনাল্ড ট্রাম্প প্রশাসনে বিষয়টো গােপনে ৰাখিছে। কাৰণ মানৱ সভ্যতা এতিয়াই ইয়াৰ বাবে প্রস্তুত নহয় এলিয়েনসকলৰাে ইচ্ছা, এই সংক্রান্তীয় গৱেষণাত মানুহে আৰু উন্নতি কৰক। তেতিয়াহে মানুহে মহাকাশৰ ৰহস্যক বুজিব পাৰিব।

উল্লেখ্য যে এছেদে অনুৰূপ দাবী তেওঁ নিজৰ গ্ৰন্থ ‘দ্য ইউনিভার্ড বিয়ণ্ড দ্য হ’ৰাইজন’তাে কৰিছে। নিজৰ দাবীৰ সমৰ্থনত যুক্তি দাঙি ধৰি এছেদে লগতে কয়, ‘পাঁচ বছৰৰ পূর্বে এনে দাবী কৰা হ’লে তেওঁক হাস্পতাললৈ প্ৰেৰণ কৰিলেহেঁতেন। কিন্তু তেওঁ এতিয়া এনে দাবী কৰাৰ পাছতাে এই পর্যন্ত আমেৰিকান প্রশাসন বা স্বয়ং ট্রাম্পেও বিষয়টোক কেন্দ্ৰ কৰি কোনাে প্রতিক্রিয়া ব্যক্ত কৰা নাই। অৱশ্যে এনে অদ্ভুত দাবীৰ কথা জানিব পাৰি ইণ্টাৰনেট ব্যৱহাৰকাৰীসকল ৰােমাঞ্চিত হৈ পৰিছে। এজন লােকে টুইটাৰত লিখিছে, ২০২০ত এনেয়েই আজব কাণ্ডবােৰ ঘটি আছে।

এইবাৰ ইজৰাইলৰ অধ্যাপকে দাবী কৰিছে, তেওঁৰ দেশ আৰু আমেৰিকাৰ স’তে ভিনগ্রহীসকলৰ যােগাযােগ আছে।ইয়াক কেন্দ্ৰ কৰি নেট জগতত বিভিন্ন ‘মিম’ও পষ্ট হৈছে। উল্লেখ্য যে আন গ্ৰহত প্ৰাণৰ অস্তিত্ব আছে নে নাই, সেই বিতর্ক আজিৰ নহয়। বিভিন্ন সময়ত কিছু কল্পনাপ্রসূত লােকে আকাশত ইউএফঅ’ প্রত্যক্ষ কৰাৰাে আজব দাবী কৰি আহিছে। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছায়াে এলিয়েনৰ অস্তিত্বৰ প্রসংগতাে সম্পূৰ্ণৰূপে নস্যাৎ কৰা নাই। অৱশ্যে এই বিষয়ত কোনেও আজিলৈকে কোনাে সঠিক প্রমাণে পােৱা নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: aliensAmericaDONALD TRUMP
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d