#CHIRANG UPDATE
ADVERTISEMENT
◆Total seat 7
◆BPF 5
◆UPPL 1
◆BJP LEAD 1 SEAT
◆চিৰাং জিলাৰ মুঠ সাত টা পৰিষদীয় সমষ্টিৰ ভিতৰত বিপিএফে পাঁচখনত জয়লাভ কৰাৰ লগতে এখনত ইউ পি পি এল ৰ প্ৰাৰ্থী জয়ী হৈছে |
◆জিলাখনৰ বিজনী মহকুমাৰ ১৯ নম্বৰ মুকলি থুৰিবাৰী সমষ্টিত বৰ্তমানে বিজেপি দলৰ প্ৰাৰ্থী অভিৰাম মহানায়কে ইউ পি পি এল দলৰ আবু চায়েদ আনচাৰী আৰু এ আই ইউ ডি এফৰ কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী খলিলুৰ ৰহমানত কৈ আগুৱাই আছে |





























