Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

    CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

    BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

    Gyanesh Kumar CEC controversy explained:আইন উলংঘাৰে মুখ্য নির্বাচন আয়ুক্তৰ দৌৰাত্ম্য

    Meghalaya:কয়লা খনিৰ পুনৰ বৈধতা প্ৰদানৰ চৰ্তত বিজেপিলৈ ইউডিপিৰ আঠ বিধায়ক

    CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

বাংগালোৰত অসমৰ মেধাৱী ছাত্ৰীক হত্যা

publisher by publisher
December 17, 2020
in India, News
Reading Time: 1 min read
0
বাংগালোৰত অসমৰ মেধাৱী ছাত্ৰীক হত্যা
4
SHARES
42
VIEWS
ShareShareShareShare

RelatedPosts

National Low University:ছাত্ৰ-ছাত্ৰীৰ বিৰোধিতাত সমাৱৰ্তন অনুষ্ঠান বাতিল ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ

Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা

বেঙ্গালুৰুত দেৱাল ধ্বস, দুজন শিশু সহ সাতজনৰ মৃত্যু

ADVERTISEMENT

বি এচ চি নাৰ্চিং পঢ়িবলৈ বাংগালোৰলৈ যোৱা অসমৰ এগৰাকী মেধাবী ছাত্ৰীৰ হত্যাৰ ঘটনাই সমগ্ৰ অসমতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বৰপেটা জিলাৰ হাউলীৰ নগৰঝাৰ নিবাসী জেচমিনাৰা আখতাৰ নামৰ ছাত্ৰী গৰাকীয়ে বাংগালোৰৰ এখন শিক্ষানুষ্ঠানত বি এচ চি নাৰ্চিংৰ বাবে নামভৰ্তি কৰিছিল ৷ নামভৰ্তি কৰাৰ পিছত পৰিয়ালৰ লোকে চাৰিদিন পূৰ্বে জেচমিনাৰা আখতাৰক শিক্ষানুষ্ঠানখনত থৈ আহে যদিও কালি দিনৰ ভাগত ৰহস্যজনক ভাবে ছাত্ৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ হয় ৷

যুৱতী জেছমিনা আখতাৰক অসমৰে গোৱালপাৰাৰ লক্ষীপুৰৰ পাষণ্ড আনিছুৰ ৰহমান আৰু দুজন তেওঁৰ সতীৰ্থই ধৰ্ষণ কৰি হত্যা কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে।অসম এৰা তিনিটা দিন সম্পূৰ্ণ নহওতেই ছাত্ৰী গৰাকীৰ বাংগালোৰত হোৱা ৰহস্যজনক মৃত্যুত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ পৰিয়ালৰ পৰা জানিব পৰা মতে জেচমিনাৰা আখতাৰ নামৰ শিক্ষাৰ্থী গৰাকীয়ে কিছুদিন পুৰ্বে বাংগালোৰৰ “ইষ্ট ৱেষ্ট কলেজ”ত বি এচ চি নাৰ্চিঙৰ বাবে নামভৰ্তি কৰিছিল ৷

নামভৰ্তি কৰাৰ পিছত পৰিয়ালৰ লোকে সোমবাৰে জেচমিনাৰা আখতাৰক বাংগালোৰৰ কলেজখনত থৈ আহে ৷ কিন্তু বুধবাৰে পুৱাৰ ভাগত ৰহস্যজনক ভাবে জেচমিনআৰাৰ মৃতদেহ উদ্ধাৰ হয় ৷ হাউলি নগৰঝাৰৰ নিবাসী নাজিমুদ্দিন আহমেদ আৰু মৰ্জিনা খাতুনৰ দ্বিতীয়া কন্যা আছিল জেচমিনাৰা আখতাৰ ৷ জেচমিনাৰা হত্যাৰ মূল অভিযুক্ত গোৱালপাৰা লক্ষীপুৰৰ আনিচুৰ ৰহমানৰ লগতে দুজন অভিযুক্তক ইতিমধ্যে কৰ্ণাটক আৰক্ষীয়ে কৰায়ত্ব কৰা বুলি জানিব পৰা গৈছে ।

পৰিয়ালৰ অভিযোগ মৰ্মে উক্ত আনিচুৰ ৰহমানে পূৰ্বৰে পৰা বাংগালোৰৰ উক্ত কলেজখনত শিক্ষা গ্ৰহণ কৰাৰ লগতে এজেণ্ট হিচাপে অসমৰ পৰা বিভিন্ন শিক্ষাৰ্থী সকলক নাম ভৰ্তি কৰায় কমিচন লাভ কৰি আহিছে । জেচমিনাৰা আখতাৰৰ পিতৃ নাজিমুদ্দিনে জনোৱা মতে জীয়ৰীৰ হাতত নামভৰ্তিৰ বাবে দিছিল ডেৰ লাখ টকাৰ এখন চেক ।

উক্ত চেকখনৰ লোভতে উক্ত দুস্কৃতিকাৰীয়ে জেচমিনাৰা আখতাৰক হত্যা কৰা বুলি সন্দেহ কৰা হৈছে । ঘটনাৰ খবৰ পোৱা মাত্ৰেই পৰিয়ালৰ লোক বাংগালোৰত উপস্থিত হয় যদিও কৰ্ণাটক আৰক্ষীৰ তদন্ত অব্যাহত থকা হেতুকে এতিয়ালৈকে জেচমিনাৰা আখতাৰৰ মৃতদেহ স্বগৃহলৈ আনিব পৰা হোৱা নাই ।

ইপিনে সমগ্ৰ ঘটনাটো ফাষ্টটেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰি দোষীক ফাচি দিবলৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে জেচমিনাৰা আখতাৰৰ দুৰ্ভগীয়া পিতৃ নাজিমুদ্দিনৰ উপৰিও স্হানীয় লোকে ৷ এই হত্যাকাণ্ডৰ লগত জড়িত সকল যাতে কোনোপধ্যে সাৰি নাযায় আৰু তেওঁলোকক উপযুক্ত শাস্তি প্ৰদান কৰা হয় তাৰবাবে পৰিয়ালৰ লোকসকলৰ লগতে ৰাইজে দাবী তুলিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assamese girlBengaluruMurderRape
publisher

publisher

Related Posts

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প
Assam

September 24, 2026
CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ
India

CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

September 24, 2026
BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন
National

BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

September 24, 2026
Gyanesh Kumar CEC controversy explained:আইন উলংঘাৰে মুখ্য নির্বাচন আয়ুক্তৰ দৌৰাত্ম্য
India

Gyanesh Kumar CEC controversy explained:আইন উলংঘাৰে মুখ্য নির্বাচন আয়ুক্তৰ দৌৰাত্ম্য

September 24, 2026
Meghalaya:কয়লা খনিৰ পুনৰ বৈধতা প্ৰদানৰ চৰ্তত বিজেপিলৈ ইউডিপিৰ আঠ বিধায়ক
India

Meghalaya:কয়লা খনিৰ পুনৰ বৈধতা প্ৰদানৰ চৰ্তত বিজেপিলৈ ইউডিপিৰ আঠ বিধায়ক

September 24, 2026
CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ
India

CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ

September 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d