Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

গৰম বাধা দিবলৈ কম্বল তৈয়াৰ কৰিছে চীনে

publisher by publisher
January 19, 2021
in News
Reading Time: 1 min read
0
গৰম বাধা দিবলৈ কম্বল তৈয়াৰ কৰিছে চীনে
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

সাগৰলৈ জাহাজ চলাচল কৰিব পৰাকৈ ১৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ নলা খান্দিলে চীনে

Former Chinese Defence Ministers Wei Fenghe and Li Shangfu:দুর্নীতি কৰাৰ অভিযোগত চীনৰ দুই প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্রীক মৃত্যুদণ্ড

শীতৰ কবলৰ ৰক্ষা পাবলৈ কম্বল ব্যৱহাৰ কৰা হয়। অথচ গৰমক বাধা দিয়াৰ বাবেও ব্যৱহাৰ হ’ব পাৰে কম্বল। এই বিষয়টো হয়তাে সকলােৰে অজ্ঞাত আছিল। এতিয়া চীনৰ এদল বিজ্ঞানীয়ে জনালে যে কম্বলৰ দ্বাৰা কেৱল শীতেই নহয়, গৰমকো বাধা দিব পাৰি। গােলকীয় উষ্ণতাৰ প্রকোপত হিমবাহ গলাৰ পৰা ৰক্ষা কৰাৰ বাবেই চীনৰ এই বিজ্ঞানীৰ দলটোৱে আৰম্ভ কৰিছে অভিনৱ প্রয়াস। এখন বিশেষ কম্বলেৰে ঢাকি দিছে হিমবাহ।

ADVERTISEMENT

গােলকীয় উষ্ণতাৰ অভিশাপ যাতে বৰফৰ স্তৰ দ্রুতগতিৰে গলি বিপদ সন্নিকট নহয়, তাৰ বাবেই তেওঁলােকৰ এই চমকপ্রদ ব্যৱস্থা। বিজ্ঞানী দলটোৱে জনাইছে যে পৰিৱেশ বান্ধৱ ‘জিঅ’ফেব্রিক অর্থাৎ প্রাকৃতিক সামগ্ৰীৰেই তৈয়াৰ কৰা হৈছে পাঁচশ বর্গ মিটাৰৰ এটা স্তৰ। দক্ষিণ-পশ্চিম চীনৰ ছিচুৱান প্ৰদেশৰ ডাগু অঞ্চলত থকা হিমবাহৰ অংশখিনি উক্ত বিশেষ  কম্বলেৰে ঢাকি পেলােৱা হৈছে। কিন্তু কেনেকৈ কাম কৰিব প্রাকৃতিক সামগ্ৰীৰে তৈয়াৰী কম্বলখনে? এই প্রশ্নৰ উত্তৰত বিজ্ঞানীসকলে জনাইছে যে বিষয়টো আন একোৱেই নহয়।

সূৰ্যৰ পৰা পােনপটীয়াকৈ কিৰণ আহি পৰাৰ ফলতে হিমবাহ দ্রুতগতিৰে গলি আছে। এই স্তৰটোৰ কাম হৈছে সৌৰ বিকিৰণ আৰু হিমবাহৰ মাজত বাধা হৈ থিয় দিয়া। সেই কার্যই সুৰ্যৰ ৰশ্মিক কিছু পৰিমাণে প্রতিফলিত কৰিব। যাৰ প্রকোপত হিমবাহত তাপৰ প্ৰভাৱ কমিব আৰু তেতিয়া বৰফ সহজে নগলিব। চীনা বিজ্ঞানীসকলে দাবী কৰিছে, ডাঃ হিমবাহক সেই পাঁচশ বর্গমিটাৰৰ বিশেষ কম্বলখনেৰে ঢাকি দিয়াৰ সুফল তেওঁলােকে লাভ কৰিছে।

তাৰ পাছৰ পৰাই হিমবাহ গলাৰ হাৰ কমিছে বুলি তেওঁলােকে দাবী কৰিছে। উল্লেখ্য যে চীনৰাে পূর্বে হিমবাহক এইদৰে ৰক্ষা কৰাৰ কথা ভাবিছিল ছুইজাৰলেণ্ডৰ বিজ্ঞানীসকলে। প্রায় এটা দশকৰ আগতে আল্পছ পর্বতমালাৰ ছুইজাৰলেণ্ডত অৱস্থিত অংশৰ ৰােন হিমবাহৰ সংলগ্ন অঞ্চলত জনবসতি বাঢ়ি থকাৰ ফলত অতি দ্রুতগতিৰে বৰফ গলিবলৈ আৰম্ভ কৰে। সেই গলন প্রক্রিয়াৰ পৰা ৰক্ষাৰ বাবে পদক্ষেপ গ্রহণৰ কথা ভাবিছিল ছুইছ বিজ্ঞানীসকলে।

অৱশেষত চীনা পৰিৱেশ বিজ্ঞানীৰ স’তে যৌথ আলােচনাত বহাৰ পাছত সমাধানৰ সূত্র লােয়। সেই সমাধানৰ সূত্রকে সম্প্রতি বাস্তৱায়িত হৈছে চীনৰ ডাগু হিমবাহত। উল্লেখ্য যে ডাগু হিমবাহত জলীয় অংশও অনেক আছে। ফলত বৰফ গলাৰ প্রৱণতাও বেছি। সেয়ে হিমবাহক ৰক্ষা কৰিবলৈকে বিশেষ পদক্ষেপ হাতত লৈছে চীনা পৰিৱেশবিদ ৱাং ফেইটেঙৰ দলে। ফেইটেঙে জনাইছে যে সৰু হিমবাহসমূহ ৰক্ষাৰ ক্ষেত্ৰত ‘জিঅ’ফেব্রিক’ৰে তৈয়াৰী কম্বল অত্যন্ত কার্যকৰী হ’ব। ইয়াৰ দ্বাৰা গােলকীয় উষ্ণতাৰ মাজতাে অটুট থাকিব প্রকৃতিৰ ভাৰসাম্য।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: blanketsChinaWinter
publisher

publisher

Related Posts

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী
India

October 12, 2026
যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

‘উচ্চতম ন্যায়ালয় ৰাজনীতিৰ স্থান নহয়’, প্ৰতিবাদক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ
Entertainment

বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

October 12, 2026
‘বিশ্বৰ সমস্যাৰ সমাধানৰ পথ দেখুওৱাৰ সম্ভাৱনা জেন জিৰ মাজতে আছে’, যুৱ প্ৰজন্মক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ
India

‘বিশ্বৰ সমস্যাৰ সমাধানৰ পথ দেখুওৱাৰ সম্ভাৱনা জেন জিৰ মাজতে আছে’, যুৱ প্ৰজন্মক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

October 12, 2026
হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক
International

হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

October 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d