Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Fashion

ম’হৰ শিঙৰ দৰে দাঢ়িৰ বাবেই পৰিণত ‘দাঢ়ি মানৱ’ত

publisher by publisher
January 22, 2021
in Fashion, News
Reading Time: 1 min read
0
ম’হৰ শিঙৰ দৰে দাঢ়িৰ বাবেই পৰিণত ‘দাঢ়ি মানৱ’ত
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

ইৰাণত উত্তেজনা অব্যাহত, ভাৰতীয়সকলক তৎক্ষণাৎ দেশ ত্যাগৰ নিৰ্দেশ

যুদ্ধৰ মাজতে নাটকীয় পৰিৱর্তনঃ দুসপ্তাহৰ যুদ্ধবিৰতি ঘোষণা ড’নাল্ড ট্ৰাম্পৰ

শীঘ্রেই কর্মহীন হ’ব লাখ লাখ চালক!

বয়ঃসন্ধিকালৰ পৰাই কিশোৰৰ মুখত দাঢ়ি-গোঁফ গজিবলৈ আৰম্ভ কৰে । সেই সময়ত প্ৰায় অধিকাংশ কিশোৰেই বিব্ৰতবোধ কৰে । বহুতেই দাঢ়ি-গোঁফ কাটি মুখ পৰিষ্কাৰ কৰি ৰাখিবলৈ চেষ্টা কৰে । কিন্তু এই দাঢ়ি-গোঁফক অতি কম সংখ্যকেহে ফেশ্বনৰ পৰ্যায়লৈ লৈ যাব পাৰে । আমেৰিকাৰ মিনেছ’টাৰ নামৰ অঞ্চলৰ নিবাসী এম জে জনছনৰ আকৌ কথাই বেলেগ । কিয়নো গালৰ দাঢ়িয়ে হৈ পৰিছে জনছনৰ পৰিচয় । তেওঁৰ ম’হৰ শিঙৰ দৰে ওপৰৰ ফালে বেঁকা হৈ উঠা বিশালকাৰ দাঢ়ি দূৰৰ পৰাই সহজে দৃষ্টিগোচৰ হয় ।

ADVERTISEMENT

১১ বছৰ বয়সতে জনছনৰ মুখত দাঢ়িয়ে ভূমুকি মাৰিছিল । তেতিয়াৰ পৰাই দাঢ়িৰ প্ৰতি তেওঁৰ ভালপোৱা গঢ়ি উঠিছিল । প্ৰথম অৱস্থাত জনছনে দাঢ়ি বঢ়োৱা কাৰ্যক ধেমালিৰ পৰ্যায়লৈ নিছিল । যেতিয়াৰ পৰা দাঢ়ি বঢ়াবলৈ আৰম্ভ কৰিলে, তেতিয়াৰ পৰাই তেওঁক দেখি সকলোৱে হাঁহিবলৈ ধৰিছিল ।

অৱশ্যে জনছনে ইয়াত উৎসাহহে পাইছিল । জনছনে নিজেই জনাইছে যে কেতিয়াবা নিজৰ বৰ্ধিত দাঢ়িৰে তেওঁ বান্ধৱীসকলকো প্ৰভাৱিত কৰাৰ চেষ্টা কৰিছিল । তেওঁৰ দাঢ়িৰ প্ৰতি শিশুসকলৰ মনত সৃষ্টি হৈছিল কৌতুহল । অৱশ্যে তেতিয়াও জনছনে কল্পনা কৰা নাছিল যে এদিন তেওঁ পৰিচিত হ’ব ‘দাঢ়ি মানৱ’ নামেৰে ।

141027112731 01 beard competition 1027 restricted horizontal large gallery

২০০৯ৰ কথা । ইণ্টাৰনেটত নানা বিষয়ত তেওঁ পঢ়া-শুনা কৰিছিল । এদিন হঠাৎ তেওঁৰ চকুত পৰিল দাঢ়ি প্ৰতিযোগিতাৰ বিষয়টো । ৰং-বিৰঙৰ, নানা আকাৰ আৰু দৈৰ্ঘৰ বিভিন্ন লোকৰ দাঢ়িয়ে জনছনক বাৰুকৈয়ে প্ৰভাৱিত কৰে । দাঢ়িৰ প্ৰতি তেওঁৰ আগৰে পৰাই ভালপোৱা আছিল, এইবাৰ সেই ভালপোৱাকেই তেওঁ কিছুদূৰ আগুৱাই নিয়াৰ কথা ভাবিলে ।

সেই ২০০৯ৰ পৰাই জনছনে নিজৰ দাঢ়িক বিশেষ ৰূপ দিবলৈ আৰম্ভ কৰিলে । বিগত ১২ বছৰত তেওঁ এদানো দাঢ়ি চুটি কৰাৰ কথা ভবা নাছিল । বৰঞ্চ ব্যস্ত হৈছিল নিজৰ দাঢ়িক এটা বিশেষ আকাৰ দিয়াত ।

১২ বছৰৰ পুৰণি এই দাঢ়ি দেখিলে বহুতে গোঁফ বুলিয়েই ভুল কৰিব পাৰে । কিয়নঝ তেওঁৰ গোঁফৰ স’তেই পোনপটীয়া যোগাযোগ আছে দাঢ়িৰ । গোঁফৰ পৰাই ওলাই সেই দাঢ়িয়ে কাণৰ কাষত ভাজ লৈ ম’হৰ শিঙৰ আকাৰ লৈছে । লগতে থুঁতৰিত দাঢ়িৰ স্থান সম্পূৰ্ণৰূপে খালী । প্ৰায় ডেৰ ফুট দৈৰ্ঘ্যৰ এই দাঢ়ি দেখিলে সহজেই বেঁকা শিং বুলি ভুল হ’ব পাৰে ।

images

যোৱা বছৰ আমেৰিকাত অনুষ্ঠিত দাঢ়ি প্ৰতিযোগিতাত জনছনে লাভ কৰে ‘মেন উইথ বেষ্ট বিয়েৰ্ড’ খিতাপ । এই প্ৰতিযোগিতাত প্ৰধানকৈ তিনিটা বিষয় বিচাৰ কৰে বিষয়াসকলে । প্ৰথমতে দাঢ়িৰ দৈৰ্ঘ, দ্বিতীয়তে দাঢ়িৰ ষ্টাইল আৰু তৃতীয়তে মঞ্চৰ প্ৰদৰ্শন । তাৰ উপৰি এই প্ৰতিযোগিতাত সৰু, দীঘল, ফ্ৰী ষ্টাইল আদি ১৬ প্ৰকাৰৰ কেটেগ’ৰী আছে ।

উল্লেখ্য যে জনছনৰ পত্নীয়ে কেতিয়াও এনে অদ্ভুত দাঢ়িৰ বাবে আপত্তি দৰ্শোৱা নাই । বৰঞ্চ প্ৰেৰণাহে যোগোৱা বুলি সদৰী কৰি জনছনে কয় যে, পত্নী আৰু সন্তানৰ অনুপ্ৰেৰণা তথা ভালপোৱা অবিহনে এয়া সম্ভৱ নহ’লহেঁতেন । প্ৰতি সপ্তাহত জনছনে পত্নীৰ দামী হেয়াৰ কণ্ডিচনাৰ নিজৰ দাঢ়িত লগায় । ইয়াক লৈও পত্নীৰ কোনো আপত্তি নাই । বৰঞ্চ পত্নীয়ে এই আচহুৱা দাঢ়িক পছন্দ কৰে বুলিহে জনছনে জনাইছে । য’লৈকে যায়, জনছনৰ দাঢ়ি চোৱাৰ বাবে সকলো কাষলৈ আহে । বহুতেই স্পৰ্শ কৰিও চাব বিচাৰে ।

এই ধৰণৰ দাঢ়ি কেনেকৈ সম্ভৱ হ’ল বুলিও প্ৰশ্ন কৰে । ইতিমধ্যে প্ৰচুৰ পুৰস্কাৰ জয় কৰিছে জনছনে । বহুতো দাঢ়ি প্ৰতিযোগিতাৰ বিচাৰকো হৈছে । ইয়াৰ বাবে তেওঁ গৰ্বও অনুভৱ কৰে । নিজে দাঢ়ি সমাজৰ এজন হ’ব পৰাৰ বাবেও পৰম আনন্দিত জনছন । কিয়নো তেওঁ ধাৰণা কৰে, এই সমাজৰ প্ৰতিজন মানুহ অত্যন্ত খোলা-মেলা মনৰ । ভাল বন্ধুসকলৰ স’তে অত্যন্ত উপভোগ্য সময় অতিবাহিত কৰিব পাৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AmericaMJ JohnsonMoustache Champion
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d