Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন

    কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

    কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

    কিদৰে চোৰাং সোণৰ বৃহৎ বজাৰত পৰিণত হৈ পৰিছে গুৱাহাটী

    ৮৫০ কোটিৰ উৰণীয়া সেতুৰ তলত জৰাজীৰ্ণ পথ, বিপাঙত গুৱাহাটীবাসী

    গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক

    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ সামাজিক মাধ্যম ব্যৱহাৰকাৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কাকীত আছুৰ তিনিটাকৈ উন্মোচনী অনুষ্ঠান

publisher by publisher
January 29, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
কাকীত আছুৰ তিনিটাকৈ উন্মোচনী অনুষ্ঠান
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

হোজাই জিলাৰ কাকীত আজি আছুৰ ব্যৱস্থাপনাত নিৰ্মিত তিনিটাকৈ উন্মোচনী কাৰ্যসূচী ৰূপায়িত হয় । সদৌ হোজাই জিলা ছাত্ৰ সন্থা আৰু কাকী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত জাতীয় শ্বহীদৰ স্মৃতি যুগমীয়া কৰিবলৈ নিৰ্মাণ কৰি উলিওৱা শ্বহীদ বেদী, সুধাকন্ঠ ড° ভূপেন হাজৰীকাৰ আৱক্ষ মূৰ্তিৰ লগতে বৌদ্ধিক বিকাশৰ বাবে আছু বুক বেংক ও এটি ছাত্ৰ পুথিভঁৰাল আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় ।

ADVERTISEMENT

সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ কৰা প্ৰচেষ্টাৰ অংশস্বৰূপে ১নং কাকীস্থিত কাকী আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় চৌহদত নিৰ্মিত উক্ত তিনিওটা অনুষ্ঠান আনুষ্ঠানিকভাৱে উন্মোচন কৰে ক্ৰমে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, নেচ’ৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্ৰাচাৰ্য আৰু শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাই ।

উল্লেখ্য যে, উন্মোচনী অনুষ্ঠানটোৰ লগত সংগতি ৰাখি হোজাই জিলা ছাত্ৰ সন্থাৰ সভাপতি দেৱজিৎ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হয় এখনি মুকলি সভা । মুকলি সভাখনত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি উন্মোচক ড° সমুজ্জল কুমাৰ ভট্ৰাচাৰ্যই ড° ভূপেন হাজৰীকাৰ দৰে প্ৰবাদ পুৰুষজনৰ আৱক্ষ মূৰ্তি উন্মোচকৰ দায়িত্ব পালন কৰি নিজকে সৌভাগ্যৱান বুলি মন্তব্য কৰে ।

তেওঁ লগতে ভূপেন হাজৰিকাৰ আৰ্দশৰে এক হৈ আগুৱাই যোৱাৰ বাবে ঐক্যবদ্ধ হোৱাৰ অংগীকাৰ ল’বলৈ আহ্বান জনাই ধৰ্ম-জাত-পাতৰ নামত বিভাজন চলাই থকা অপশক্তিক পৰাভূত কৰি জাতীয় জীৱন সমৃদ্ধিশালীৰে আগুৱাই যাব লাগিব বুলি মন্তব্য কৰে ।

ইপিনে, নিৰ্দিষ্ট বক্তা হিচাপে বক্তব্য প্ৰদান কৰি আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই অসম আন্দোলনৰ বীৰ শ্বহীদসকলক সোঁৱৰণ কৰিবৰ বাবে সংগঠনটোৱে সদায়ে কাম কৰি আহিচে বুলি কয় । তেওঁ লগতে বীৰ শ্বহীদসকলে নিজৰ আত্মত্যাগৰ জৰিয়তে অসমীয়া জাতিটোক সুস্থ পৰিৱেশত জীয়াই থকাৰ অধিকাৰ দি গৈছিল । যাৰ বাবে ভাষা, সংস্কৃতি আৰু ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰি স্বাভিমানী অসমীয়া জাতি হিচাপে প্ৰতিষ্ঠিত হ’বলৈ সক্ষমতা প্ৰদান কৰিচে বুলি মন্তব্য কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamHojaiLurinjyoti GogoiSamujjal Bhattacharya
publisher

publisher

Related Posts

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

September 27, 2026
ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন
Assam

ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন

September 27, 2026
কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা
Assam

কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

September 27, 2026
কিদৰে চোৰাং সোণৰ বৃহৎ বজাৰত পৰিণত হৈ পৰিছে গুৱাহাটী
Assam

কিদৰে চোৰাং সোণৰ বৃহৎ বজাৰত পৰিণত হৈ পৰিছে গুৱাহাটী

September 27, 2026
৮৫০ কোটিৰ উৰণীয়া সেতুৰ তলত জৰাজীৰ্ণ পথ, বিপাঙত গুৱাহাটীবাসী
Assam

৮৫০ কোটিৰ উৰণীয়া সেতুৰ তলত জৰাজীৰ্ণ পথ, বিপাঙত গুৱাহাটীবাসী

September 27, 2026
গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক
Assam

গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক

September 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d