Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

    ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহ আজি অনাদৃত-অৱহেলিত 

    HD has ordered an investigation against Cosmo Medical:মহানগৰীৰ কচমো মেডিকেলৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ স্বাস্থ্য বিভাগৰ

    Nagaon MP By Election:উপ-নির্বাচনক লৈ তৎপৰ নগাঁও জিলা প্রশাসন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

বিশ্বক প্ৰথমবাৰলৈ কোৱাৰেন্টাইনৰ অৰ্থ শিকাইছিল ইংলণ্ডৰ এখন গাঁৱে

publisher by publisher
February 8, 2021
in News
Reading Time: 1 min read
0
বিশ্বক প্ৰথমবাৰলৈ কোৱাৰেন্টাইনৰ অৰ্থ শিকাইছিল ইংলণ্ডৰ এখন গাঁৱে
4
SHARES
35
VIEWS
ShareShareShareShare

RelatedPosts

‘লকডাউনৰ কোনো প্ৰস্তাৱ নাই, সকলো উৰাবাতৰি’! 

২২ দিনৰ অন্তত অৱশেষত তিৰুৱনন্তপুৰম বিমানবন্দৰৰ পৰা স্থানান্তৰ হ’ল ব্ৰিটিছ এফ-৩৫বি যুদ্ধ বিমান

England:এতিয়াৰে পৰা শিশুসকলৰ ওপৰত হাত উঠাব নোৱাৰিব !

কৰ’না ভাইৰাছৰ প্ৰকোপত সমগ্র বিশ্বই এতিয়া বুজিছে গৃহবন্দী হৈ থকাৰ অর্থ। এনে সংক্রামক ৰােগৰ প্রাদুর্ভাৱ ঘটিলে কিদৰে নিজকে বন্দীদশাত ৰাখি বা আনৰ পৰা দূৰত্ব গঢ়ি তুলি সুস্থ থাকিব পাৰি আৰু আনকো সুস্থ ৰাখিব পৰ যায়, তাৰেই শিক্ষা দিলে কৰ’না অতিমাৰীয়ে। বহুতেই হয়তাে প্রথমবাৰলৈ শুনিলে কোৱাৰেন্টাইন শব্দটো। তেনেকৈ প্ৰথমবাৰলৈ সম্মুখীন হ’ল তলাবন্ধৰ।

ADVERTISEMENT

অথচ প্রায় চাৰে তিনিশ বছৰৰ পূর্বে ইংলণ্ডৰ এখন সৰু গাঁৱে বিশ্বক শিকাই গৈছিল তলাবন্ধৰ অর্থ। প্লেগ মহামাৰীৰ সংক্রমণ ৰােধ কৰাৰ বাবে নিজকে গৃহবন্দী কৰিছিল সমগ্র গাঁওখনৰ সমূহ পৰিয়ালে। বাহিৰৰ জগতৰ স’তে নিশাৰ ভিতৰতে যােগাযােগ ছিন্ন কৰিছিল তেওঁলােকে। ৩৫৬ বছৰৰ পূর্বৰ সেই ঘটনাৰ বাবেই ইংলণ্ডৰ ডার্বিশ্বায়াৰৰ ইয়াম নামৰ গাঁওখন এতিয়া বিশ্বত পৰিচিত হৈ পৰিছে।

‘গ্লেগ ভিলেজ’ নামেৰে। মহামাৰীক হৰুৱাই এই গাঁওখন এতিয়া সম্পূৰ্ণৰূপে সুস্থ। কিন্তু ৩৫৬ বছৰৰ পুৰণি সেই কাহিনী আজিও জীৱন্ত হৈ আছে গাঁওখনত। সেয়ে ইয়াম গাঁও পর্যটকৰ বাবেও অন্যতম আকর্ষণ হৈ পৰিছে। ১৬৬৫ত মহামাৰীৰ কবলত পৰিছিল ইয়াম গাঁও। ডার্বিশ্বায়াৰৰ পিক জিলাৰ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰতে অৱস্থিত এই গাঁও। অৰণ্যৰ মাজত অৱস্থিত বাবে গাঁৱত জনসংখ্য তুলনামূলকভাৱে যথেষ্ট কম।

২০১১ৰ জৰীপৰ সময়ত তাত মাত্র ৯৬৯জন লােক আছিল। ১৬৬৫ত সমগৰ বিশ্বতে প্লেগ মহামাৰীয়ে ভয়ানক ৰূপ ধাৰণ কৰিছিল। সেই সময়তে লণ্ডনৰ পৰা বহু কাপােৰ লৈ আহিছিল গাঁওখনৰ জর্জ ভিকাছ নামৰ এজন দর্জীয়ে। সেই কাপােৰৰ লগতে গাঁওখনত প্ৰৱেশ কৰিছিল প্লেগৰ জীৱাণুৱে। এসপ্তাহৰ ভিতৰতে গাঁওখনত আৰম্ভ হয় মৃত্যুৰ মিছিল। প্রথমে মৃত্যু হয় সেই দর্জীজনৰে।

তাৰ পাছত দৰ্জীৰ পৰিয়ালৰ একাংশ আৰু গাঁওখনত থকা তেওঁৰ কিছু সংখ্যক গ্রাহকৰ প্লেগৰ কবলত পৰি মৃত্যু হয়। ইয়াৰ কাৰণ আৰু ভয়াৱহতা বুজিবলৈ অসুবিধা নহ’ল গাঁওখনৰ মুৰব্বী উইলিয়াম মমপেচন্সৰ। বিশ্বব্যাপী প্লেগ মহামাৰীয়ে ভয়ানক ৰূপ ধাৰণ কৰাৰ খবৰ তেওঁ লাভ কৰিছিল। সেয়ে তেওঁ অযথা পলম নকৰি নিশাৰ ভিতৰতে কঠোৰ তুলাবন্ধ ঘােষণা কৰিলে।

সমগ্র ইয়াম গাঁৱে নিজক সম্পূৰ্ণৰূপে পৃথক কৰি তুলিছিল। গাঁওখনৰ কোনাে লােকেই বৰ বেছি বাহিৰলৈ নােলাইছিল। সমীপৰ গাঁওসমূহৰ স’তেও যােগাযােগ বিচ্ছিন্ন কৰিছিল ইয়ামে। গাঁওখনৰ পৰা যিদৰে মানুহে আন গাঁৱলৈ যােৱা বন্ধ কৰিছিল, সেইদৰে সমীপৰ গাঁওখনৰ ২৬০জন লােকৰ মৃত্যু হৈছিল। পৰিস্থিতি ইমানেই কৰুণ হৈ পৰিছিল যে পৰিয়ালৰ লােকৰ বাবে নিজেই কবৰ খান্দিবলগীয়া হৈছিল। সহায় কৰিবলৈ কাকোৱেই পােৱা নগৈছিল। তেনে এক কৰুণ কাহিনীৰে সাক্ষী হৈ আছে ৰীলে কবৰ।

এই কবৰটো গাঁওখনৰ হেনকক পৰিয়ালৰ। নামমাত্র যি কেইজন গাঁওবাসী এই মহামাৰীৰ কবলৰ পৰা ৰক্ষা পৰিছিল, তাৰ ভিতৰত অন্যতম আছিল এলিজাবেথ হেনকক। কিন্তু তেওঁৰ পৰিয়ালৰ আন কোনােৱেই জীয়াই থকা নাছিল। প্রথমে স্বামী আৰু তাৰ পাছত ছয় সন্তানক এলিজাবেথে নিজৰ হাতেৰে উক্ত স্থানত কবৰ দিছিল। পর্যটকৰ বাবে গাঁওখনৰ আন বাসিন্দাসকলে।

দেৱালৰ এফালে ৰখা ভিনেগাৰ মিহলােৱা পানীৰ ভিতৰত টকা দি সেইবােৰ সামগ্রী সংগ্রহ কৰিছিল ইয়ামৰ বাসিন্দাই। টকা জীৱাণুমুক্ত কৰাৰ বাবেই পানীত ভিনেগাৰ মিহলােৱা হৈছিল।এই গাঁওখনৰ প্ৰথম প্লেগৰােগী ভিকাৰছৰ বাসগৃহ গাঁৱৰ প্রায় মাজভাগত এতিয়াও আছে।

সেই গৃহটোও এতিয়া পর্যটকৰ আকৰ্ষণৰ স্থল হৈ পৰিছে। প্রায় এবছৰ ধৰি এইদৰেই কোৱাৰেণ্টাইনত আছিল ইয়াম গাঁও। এতিয়াও প্রতি বছৰৰ আগষ্টৰ অন্তিম দেওবাৰটো প্লেগ দেওবাৰৰূপে গাঁওখনত পালন কৰা হয়। সেইদনা মমপেচন্সৰ প্রাচীৰৰ কাষত সমবেত হয় গাঁওবাসী।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Elizabeth HancockEnglandLockdownplague
publisher

publisher

Related Posts

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

September 8, 2026
Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ
Assam

Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

September 8, 2026
ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহ আজি অনাদৃত-অৱহেলিত 
Assam

ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহ আজি অনাদৃত-অৱহেলিত 

September 8, 2026
HD has ordered an investigation against Cosmo Medical:মহানগৰীৰ কচমো মেডিকেলৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ স্বাস্থ্য বিভাগৰ
Assam

HD has ordered an investigation against Cosmo Medical:মহানগৰীৰ কচমো মেডিকেলৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ স্বাস্থ্য বিভাগৰ

September 8, 2026
Nagaon MP By Election:উপ-নির্বাচনক লৈ তৎপৰ নগাঁও জিলা প্রশাসন
Assam

Nagaon MP By Election:উপ-নির্বাচনক লৈ তৎপৰ নগাঁও জিলা প্রশাসন

September 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d