Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home TechWorld

নাছাৰ সন্মুখত এতিয়া ‘সাত মিনিটৰ সন্ত্ৰাস’

publisher by publisher
February 17, 2021
in News, TechWorld
Reading Time: 1 min read
0
নাছাৰ সন্মুখত এতিয়া ‘সাত মিনিটৰ সন্ত্ৰাস’
4
SHARES
43
VIEWS
ShareShareShareShare

RelatedPosts

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

Plastic biskut:ক্ষুধা নিবাৰণ কৰিব প্লাষ্টিকৰ বিস্কুটে !

Elon Musk SpaceX Rocket Crashes in Moon: ইলন মাস্কৰ ৰকেটৰ আঘাতত ৬০ ফুটৰ গাঁত চন্দ্রপৃষ্ঠত

‘সাত মিনিটৰ সন্ত্ৰাস’ক কেন্দ্ৰ কৰি সম্প্ৰতি বিপুল চিন্তাত পৰিছে নাছা । কাৰণ এই সাত মিনিটতে ধূলিসাৎ হ’ব পাৰে আমেৰিকাৰ মহাকাশ গৱেষণা কেন্দ্ৰটোৰ দীৰ্ঘদিনীয়া শ্ৰমৰ, প্ৰায় সাত মাহৰ স্বপ্ন । এই সপ্তাহতে পৃথিৱীৰ পৰা সাতমহীয়া মঙলমুখী যাত্ৰাৰ অৱসান ঘটাই গন্তব্য স্থানত উপস্থিত হ’ব নাছাৰ ‘মাৰ্চ ৰোভাৰ পাৰছেভাৰেন্স’ ।

ADVERTISEMENT

অৰ্থাৎ অহা ১৮ ফেব্ৰুৱাৰীত মঙলগ্ৰহৰ মাটিত অৱতৰণ কৰিব নাছাৰ ‘মাৰ্চ ৰোভাৰ পাৰছেভাৰেন্স’-এ, যি প্ৰকৃততে এটা স্পেছ কেপচুলৰ ভিতৰত ভৰাই দিয়া ল’ব’টিক এষ্ট্ৰ’-বায়’লজি গৱেষণাগাৰ । কিন্তু সেই অৱতৰণ একেবাৰে সহজ, স্বাভাৱিক, মসৃণ নহ’ব । সেইবাবে এতিয়া নিদ্ৰা হৰিছে নাছাৰ বিজ্ঞানীসকলৰ ।

ছয় চকীয়া ৰোভাৰখনে মঙলৰ আকাশৰ পৰা মাটিত নামিবৰ বাবে লাভ কৰিব সম্পূৰ্ণ সাত মিনিট । অৱতৰণৰ আগৰ এই সাত মিনিট অৰ্থাৎ ৪২০ ছেকেণ্ডকে নাছাৰ বিজ্ঞানীসকলে ‘সবাতোকৈ বিপজ্জনক’ আখ্যা দিছে । কাৰণ, সম্পূৰ্ণৰূপে ব্যৰ্থ হ’ব পাৰে নাছাৰ এই স্বপ্নৰ অভিযান । কি কি বিপদ আহিব পাৰে ৰোভাৰ পাৰছেভাৰেন্সৰ সন্মুখলৈ ?

প্ৰথমতে ৰঙাগ্ৰহৰ ঠিক যি অংশ (জেজেৰো ক্ৰেটাৰ)ত ৰোভাৰখন নামিব, সেই স্থানত কে’বা কোটি বছৰৰ পূৰ্বে কোনো সুবিশাল আগ্নেয়গিৰীৰ অস্তিত্বৰ বাবে বিশালকাৰ গাঁত বা ক্ৰেটাৰৰ সৃষ্টি হৈছিল । সমগ্ৰ অঞ্চলটো শিলাময়, খলাবমা আৰু ওখ ওখ পাহাৰেৰে ভৰা । ফলত উক্ত স্থানত অৱতৰণ কৰাৰ বাবে নিখুঁত দক্ষতাৰ প্ৰয়োজন ।

লগতে যথাযথ সময়জ্ঞান আৰু সঠিক তথা নিৰাপদ স্থান বাছি লোৱা বুদ্ধিৰো প্ৰয়োজন আছে । ৰোভাৰ পাৰছেভাৰেন্স নিজৰ পৰ্যৱেক্ষণত নিৰ্ভৰ কৰি নিজে নিজে সিদ্ধান্ত লৈ সেইখিনি কাম কিমান নিখুঁতভাৱে কৰিব পাৰিব, তাক লৈয়ে সম্প্ৰতি বিজ্ঞানীসকল উদ্বিগ্ন হৈ আছে । কিয়নো কেনেবাকৈ অযোগ্য স্থানত অৱতৰণ কৰিবলৈ গৈ পাহৰত খুণ্ডা খালে কেপচুলটো ভাঙি পৰিব পাৰে ।

লছ এঞ্জেলছৰ জেট প্ৰ’পালচন লেবৰেটৰী (জেপিএল)ৰ ‘ডিচেণ্ট এণ্ড লেণ্ডিং টিম’ৰ মুৰব্বী এ আই চেনে কয়, ‘সাফল্যতাৰ কোনো নিশ্চয়তা নাই । কাৰণ আমি সবাতোকৈ ডাঙৰ, সবাতোকৈ গধূৰ আৰু সবাতোকৈ জটিল ৰোভাৰখন অৱতৰণ কৰাবলৈ গৈ আছো । অৱতৰণৰ পৰা আৰম্ভ কৰি আৰু একাধিক কাম ৰোভাৰখনে নিজিববীয়াকৈ ৰোভাৰখনে কৰিব লাগিব । সেয়ে এই সাত মিনিট অতি গুৰুত্বপূৰ্ণ ।’

আচলতে এই যানে মঙলৰ আকাশৰ পৰা মাটিত নমাৰ পাছত পৃথিৱীলৈ এটা ৰেডিঅ’ সংকেত মহাকাশৰ পৰা প্ৰায় ১২৭ নিযুত মাইল পথ অতিক্ৰম কৰি ভূপৃষ্ঠত পাবলৈ সময় লাগিব ১১ মিনিট । লছ এঞ্জেলছৰ জেপিএলৰ বিজ্ঞানীসকলে সেই সংকেত লাভ কৰিব । সমগ্ৰ বিষয়টো সফলভাৱে সম্পন্ন হ’লেহে ৰোভাৰৰ অভিযানক সফল বুলি ক’ব পৰা যাব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: JPLmars rover perseveranceNASA
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d