Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

    মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

    মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ফটো প্ৰেৰণ কৰি ৰঙাগ্ৰহত প্ৰাণৰ সন্ধান আৰম্ভ পাৰছেভাৰেন্সৰ

ইতিহাসৰ পাতত চাৰি ভাৰতীয় বংশােদ্ভৱ

publisher by publisher
February 20, 2021
in News
Reading Time: 1 min read
0
ফটো প্ৰেৰণ কৰি ৰঙাগ্ৰহত প্ৰাণৰ সন্ধান আৰম্ভ পাৰছেভাৰেন্সৰ
5
SHARES
46
VIEWS
ShareShareShareShare

RelatedPosts

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

Plastic biskut:ক্ষুধা নিবাৰণ কৰিব প্লাষ্টিকৰ বিস্কুটে !

Elon Musk SpaceX Rocket Crashes in Moon: ইলন মাস্কৰ ৰকেটৰ আঘাতত ৬০ ফুটৰ গাঁত চন্দ্রপৃষ্ঠত

অৱশেষত সাত মিনিট’ৰ দুৰ্ভাৱনাক অতিক্রম কৰি সুকলমে মঙল গ্ৰহৰ মাটিত ভৰি দিলে নাছাৰ মহাকাশ যানে। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থাটোৱে প্ৰেৰণ কৰা সর্বাধুনিক লেণ্ডাৰ আৰু ৰােভাৰ পাৰছেভাৰেন্সে শুকুৰবাৰে ভাৰতীয় সময় অনুসৰি পুৱতি নিশা প্রায় ২-৩০ বজাত মঙলত অৱতৰণ কৰে।

ADVERTISEMENT

ইয়াৰ পূর্বে সুদীর্ঘ সাত মাহ ধৰি এই যানখনে মঙলৰ কক্ষপথত বিচৰণ কৰিছিল। মঙলত অৱতৰণ কৰাৰ পাছৰে পৰা ৰঙাগ্রহত পূর্বে প্রাণৰ কোনাে অস্তিত্ব আছিল নেকি, তাৰ অনুসন্ধান চলাব। উল্লেখ্য যে নাছাৰ এই ঐতিহাসিক সফলতাৰ গুৰুত্বপূর্ণ অংশীদাৰ হৈ ইতিহাসৰ পাতত নাম সন্নিবিষ্ট কৰিলে চাৰি ভাৰতীয় বংশােদ্ভৱে।

আগন্তুক কিছু বছৰলৈ মঙলৰ মাটি খান্দি পাথৰ, জীৱাশ্ম, মাটি আদিৰ নমুনা সংগ্রহ কৰি পাৰছেভাৰেন্স পুনৰ পৃথিৱীলৈ উভতি আহিব। ইয়াৰ উপৰি সেই লেণ্ডাৰৰ পৰাই মঙলৰ আকাশত উৰােৱা হ’ব হেলিকপ্টাৰ। ইনজেনুইটি নামৰ হেলিকপ্টাৰখনে মঙলৰ আৰু বিস্তৃত অঞ্চলত প্ৰাণৰ সন্ধান চলাব।

এই প্ৰথমবাৰলৈ পৃথিৱীৰ বাহিৰৰ আন কোনাে গ্রহৰ আকাশত হেলিকপ্টাৰ উৰুৱাব মানৱ সভ্যতাই। প্রায় ২০৩০ত সেইবােৰ বস্তু গৱেষণাৰ বাবে পৃথিৱীলৈ আহিব বুলি নাছাৰ বিজ্ঞানীসকলে আশা প্রকাশ কৰিছে। উল্লেখ্য যে নাছাৰ এই লেণ্ডাৰ আৰু ৰােভাৰ পাৰছেভাৰেন্স হৈছে প্ৰকৃততে এটা স্পেচ কেপচুলৰ ভিতৰত ভৰাই দিয়া ৰ’ব’টিক এষ্ট্র’-বায়’লজি গৱেষণাগাৰ।

ছটা চকাযুক্ত এই ৰােভাৰখনে মঙলৰ আকাশৰ পৰা মাটিত নমাৰ বাবে সময় লয় সাত মিনিট। উল্লেখ্য যে মঙলৰ খলাবমা ভূমিত ৰােভাৰখন নমাৰ আগৰ এই সাত মিনিট সময়কে নাছাৰ বিজ্ঞানীসকলে অতি বিপজ্জনক আখ্যা দিছিল। অৱশ্যে চিন্তিত বিজ্ঞানীসকলৰ মুখত হাঁহি বিৰিঙাই পাৰছেভাৰেন্সে সুকলমে মঙলৰ জেজেৰাে গহূৰত অৱতৰণ কৰে।

এই খবৰ নিশ্চিত কৰে নাছাৰ মঙল অভিযানৰ মুৰব্বী ভাৰতীয় বংশােদ্ভৱ বিজ্ঞানী স্বাতী মােহনে। নাছাৰ এই অভিযানৰ গুৰুত্বপূর্ণ ভূমিকাত আছিল পাৰছেভাৰেন্সৰ ‘গাইডেন্স, নেভিগেচন আৰু কন্ট্রোলছ অপাৰেচনছ’ (জিএনএণ্ডচি)ৰ মুৰব্বী স্বাতী।

স্বয়ংক্রিয় পদ্ধতিৰে পাৰছেভাৰেন্সে নিৰাপদে মঙলৰ মাটি স্পর্শ কৰে বুলি পেছাডেনাচ নাছাৰ জেট প্রপালচন লেবৰেটৰীৰ পৰা তেওঁ নিশ্চিত কৰে। লগে লগে কৰতালিৰে তাত কৰ্মৰত সকলােৱেই পৰস্পৰত অভিনন্দন জনায়। অৱশ্যে নাছাৰ ঘােষণাৰ প্রায় ১১ মিনিটৰ পূর্বেই পাৰছেভাৰেন্সে মঙলৰ মাটিত অৱতৰণ কৰিছিল।

কিয়নাে মঙলৰ পৰা পৃথিৱীলৈ ৰেডিঅ’ সংকেত আহি পােৱাৰ বাবে ১১ মিনিট সময় লাগে। ইয়াৰ পাছতে নেট মাধ্যমেৰে এনিমেচন ভিডিঅ’ৰ জৰিয়তে অৱতৰণৰ প্রক্রিয়াটো সন্মুখলৈ আনে নাছাই। ইয়াৰ উপৰি মঙলৰ জেজেৰাে গহ্বৰৰ পৰা পাৰছেভাৰেন্সে সংগ্রহ কৰা প্ৰথমখন বগা-ক’লা ফটোও প্রকাশ কৰে নাছাই।

মঙলৰ মাটিত মহাকাশ যানখনৰ লেণ্ডাৰ আৰু ৰােভাৰৰ অৱতৰণৰ ক্ষণক ঐতিহাসিক আখ্যা দি নাছাক অভিনন্দন জনায় আমেৰিকাৰ ৰাষ্ট্রপতি জ’বাইডেনে। টুইটাৰত তেওঁ লিখিছে, নাছা আৰু সেই সকলাে লােক, যিসকলে পাৰছেভাৰেন্সৰ এই ঐতিহাসিক অভিযানক সফল কৰাৰ বাবে অক্লান্ত পৰিশ্ৰম কৰি গৈছিল; তেওঁলােকক অভিনন্দন জনাইছাে।

পুনৰ প্রমাণ হ’ল যে বিজ্ঞান আৰু আমেৰিকাৰ উদ্ভাৱনী শক্তিক কামত লগাব পাৰিলে একোৱেই অসম্ভৱ নহয়। উল্লেখ্য যে ১৯৬৫ৰ পৰা নাছাই এই পর্যন্ত মঙললৈ যিমানবােৰ অভিযান চলাইছে, তাৰ ভিতৰত পিৰছেভাৰেন্সক সবাতােকৈ উচ্চাভিলাষী পদক্ষেপ বুলি জনাইছে সংস্থাটোৰ এজন বিজ্ঞানীয়ে। মন কৰিবলগীয়া যে সংযুক্ত আৰব আমিৰশ্বাহি আৰু চীনৰ দুখনকৈ মহাকাশ যানে চলিত সপ্তাহতে মঙল গ্ৰহৰ কক্ষপথত সােমাই পৰিছে। এই যান দুখনেও মঙলত অৱতৰণ কৰি প্ৰাণৰ উৎসৰ সন্ধান কৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: MarsNASARed Planet
publisher

publisher

Related Posts

হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ
Assam

October 18, 2026
চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া
India

চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

October 18, 2026
মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ
India

মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

October 18, 2026
মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d