Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

এক মাৰ্চৰ পৰা প্ৰতিষেধক প্ৰদান কৰা হ’ব প্ৰাপ্তবয়স্কসকলক

সিদ্ধান্ত গ্ৰহণ কৰা হ'ল কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত

publisher by publisher
February 25, 2021
in COVID-19, India, News
Reading Time: 1 min read
0
এক মাৰ্চৰ পৰা প্ৰতিষেধক প্ৰদান কৰা হ’ব প্ৰাপ্তবয়স্কসকলক
3
SHARES
32
VIEWS
ShareShareShareShare

RelatedPosts

Health Minister keshab Mahanta: ক’ভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ কথা স্বীকাৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

Covid 19 India : ‘ চতুৰ্থ টিকাকৰণ আৰম্ভ কৰক ‘, ক’ভিডক লৈ স্বাস্থ্যমন্ত্ৰীক পৰামৰ্শ বিশেষজ্ঞ চিকিৎসকসকলৰ

Rohingyas : দিল্লীত ৰোহিংগিয়া শৰণার্থীক ফ্লেট আৰু আৰক্ষীৰ নিৰাপত্তা দিব কেন্দ্রীয় চৰকাৰে

স্বাস্থ্যকৰ্মী আৰু ফ্ৰণ্টলাইন কৰ্মীসকলৰ পাছত এইবাৰ এক মাৰ্চৰ পৰা ২৭ কোটি সাধাৰণ জনগণক প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নৰেন্দ্ৰ মোদী চৰকাৰে । আজি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে, প্ৰতিষেধক গ্ৰহণৰ বাবে ৬০ বছৰৰ ঊৰ্ধ্বৰ লোকসকলক অগ্ৰাধিকাৰ দিয়া হ’ব ।

ADVERTISEMENT

লগতে মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ ৪৫ বছৰ বয়সৰ ঊৰ্ধ্বৰ কিন্তু দীৰ্ঘদিন ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকা সকলকো এই পৰ্যায়ৰ টিকাকৰণত অগ্ৰাধিকাৰ দিয়া হ’ব । বেচৰকাৰী চিকিৎসালয়ত গৈও ধন ব্যয় কৰি প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব সাধাৰণ লোকে ।

কিন্তু সম্পূৰ্ণ প্ৰক্ৰিয়াটোক লৈ বৰ্তমানেও কিছু প্ৰশ্ন উত্থাপন হৈছে । প্ৰধানমন্ত্ৰীয়ে নিজেই ইমান দিনে প্ৰতিষেধক গ্ৰহণ কৰা নাই । ৬০ ৰ ঊৰ্ধ্বৰ হিচাপে এইবাৰ তেৱোঁ প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব ।

যোৱা ১৬ জানুৱাৰীৰ পৰা দেশজুৰি কৰ’নাৰ টিকাকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল কেন্দ্ৰই । প্ৰথম পৰ্যায়ত স্বাস্থ্যকৰ্মী, আৰক্ষী, চাফাইকৰ্মীৰ দৰে ফ্ৰণ্টলাইন কৰ্মীসকলক প্ৰতিষেধক প্ৰদান কৰা হৈছিল ‌। প্ৰথম পাঁচ সপ্তাহত প্ৰায় ১.২ কোটি লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ।

এই পৰিসংখ্যা কেন্দ্ৰৰ লক্ষ্যমাত্ৰাতকৈ কম হ’লেও দেশৰ বিভিন্ন প্ৰান্তত নতুনকৈ কৰ’না সংক্ৰমণৰ পৰিস্থিতি সৃষ্টি হোৱাৰ বাবে সাধাৰণ জনতাক প্ৰতিষেধক প্ৰদানত দেৰি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে । বিগত সময়ত এই বিষয়ত স্বাস্থ্যকৰ্মীসকলৰ স’তে বিস্তৰভাৱে বৈঠক কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । ইয়াৰ পাছতেই আজি কেন্দ্ৰীয় মন্ত্ৰীসভাত এই সিদ্ধান্তত মোহৰ লগোৱা হৈছে ।

মন্ত্ৰীসভাৰ বৈঠকৰ পাছত সংবাদ মেলত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভৰেকৰে কয়, ‘এই পৰ্যায়ত ৬০ বছৰ বয়সৰ ঊৰ্ধ্বৰ সকলো দেশবাসীকে প্ৰতিষেধক প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । লগতে ৪৫ৰ পৰা ৬০ বছৰ বয়সৰ ভিতৰৰ যিসকল লোক দীৰ্ঘদিন ধৰি ‘ক্ৰনিক’ ৰোগত আক্ৰান্ত হৈ আছে তেওঁলোককো প্ৰতিষেধক দিয়া হ’ব ।’

স্বাস্থ্যকৰ্মীসকলৰ অনুসৰি, বিগত এক বছৰৰ অভিজ্ঞতা অনুযায়ী, দীৰ্ঘ সময় ধৰি অন্য ৰোগত আক্ৰান্ত হৈ থকা লোক কৰ’না আক্ৰান্ত হৈ মৃত্যু হোৱা তেনে লোকৰ হাৰ অধিক । সেয়ে মৃত্যুৰ হাৰ হ্ৰাস কৰিবৰ বাবে ৪৫-৬০ বছৰ বয়সৰ লোকসকলক প্ৰতিষেধক প্ৰদান কৰা হ’ব ।

প্ৰাথমিকভাৱে দেশৰ ১০ হেজাৰ চৰকাৰী চিকিৎসালয় আৰু ২০ হেজাৰ বেচৰকাৰী চিকিৎসালয়ত কৰ’না প্ৰতিষেধক প্ৰদান কৰা হ’ব । বেচৰকাৰী চিকিৎসালয়ৰ পৰা প্ৰতিষেধক গ্ৰহণ কৰিলে নিজৰ ধন ব্যয় কৰিব লাগিব । বেচৰকাৰী চিকিৎসালয়ত প্ৰতিষেধক গ্ৰহণ কৰিলে কিমান ধন ব্যয় কৰিব লাগিব সেয়া অনাগত কিছুদিনৰ ভিতৰতে চৰকাৰে জনাব । জাভৰেকৰে কয়, ‘চৰকাৰী চিকিৎসালয়ৰ ব্যয় বহন কৰিব কেন্দ্ৰীই । ইয়াৰ বাবে যিমান প্ৰতিষেধকৰ প্ৰয়োজন, সেয়া ৰাজ্যসমূহক প্ৰেৰণ কৰা হ’ব ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: covid vaccinationGovernment of IndiaPrakash Javadekar
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d