Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

    গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

    শিল্পী পেন্সনৰ পৰা বঞ্চিত হাজো কুমাৰপাৰাৰ মৃৎ শিল্পী প্রণীতা দাস

    চিজেপিৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী

    চিজেপিৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী

    বিজেপিয়ে ভয় খুৱাই যুৱ প্ৰজন্মৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছে: সৰৰ বিৰোধী

    কার্যকাল অর্ধেক উকলিল, উন্নয়ন পুঁজিৰ ১৫ শতাংশও ধন ব্যয়ত ব্যর্থ অসমৰ লোকসভাৰ ১৪ সাংসদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

ভাৰতত বৃদ্ধি পাইছে কৰ’না সংক্ৰমণ

মুখ্যমন্ত্ৰীসকলৰ স'তে আলোচনাত মিলিত প্ৰধানমন্ত্ৰী মোদী

publisher by publisher
March 17, 2021
in COVID-19, India, News
Reading Time: 1 min read
0
ভাৰতত বৃদ্ধি পাইছে কৰ’না সংক্ৰমণ
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

ইতিমধ্যে মহাৰাষ্ট্ৰত কৰ’না অতিমাৰীৰ দ্বিতীয় ঢৌ আৰম্ভ হৈছে । মধ্যপ্ৰদেশৰ পৰিস্থিতিও উদ্বেগজনক । নতুনকৈ সংক্ৰমণ বৃদ্ধি পাইছে দক্ষিণৰ ৰাজ্য কেৰালা-তামিলনাডুটো । দেশত নতুনকৈ কৰ’না সংক্ৰমণ বৃদ্ধি হোৱাৰ বাবে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ স’তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৈঠকত মিলিত হয় । বৰ্দ্ধিত কৰ’না সংক্ৰমণ আৰু টিকাকৰণ সন্দৰ্ভত ভিডিঅ’ কনফাৰেন্সযুগে মুখ্যমন্ত্ৰীসকলৰ স’তে আলোচনা কৰে প্ৰধানমন্ত্ৰীয়ে ।

ADVERTISEMENT

ভাৰ্চুৱেল সভাখনত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ভাৰতৰ প্ৰায় ৭০খন জিলাত ১৫০ শতাংশতকৈও অধিক হাৰত সংক্ৰমণ বৃদ্ধি পাইছে । তেওঁ কয়, ‘আমি কৰ’না সংক্ৰমণ এতিয়াই ৰোধ নকৰিলে দেশজুৰি ইয়াৰ সংক্ৰমণ ‌বৃদ্ধি পাব পাৰে । সিদ্ধান্তমূলক পদক্ষেপ গ্ৰহণ কৰি কৰ’না সংক্ৰমণৰ দ্বিতীয় ঢৌক ৰোধ কৰিব লাগিব ।’

তেওঁ লগতে কয়, ‘আমি কৰ’নাৰ স’তে যুঁজত যি আত্মবিশ্বাস অৰ্জন কৰিছো সেই আত্মবিশ্বাসক অতিৰিক্ত আত্মবিশ্বাসত পৰিণত নকৰাই উচিত । আমাৰ সফলতাই অসাৱধানতাৰ কাৰণ হ’ব নালাগে ।’

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, পৰীক্ষণৰ ৭০ শতাংশৰো অধিক হ’ব লাগে আৰটিপিচিআৰ । ৰাজ্যসমূহ ৰেপিড এণ্টিজেন টেষ্টৰ ওপৰত নিৰ্ভৰশীল হ’ব নালাগে । আমি পৰীক্ষণ, ট্ৰেক আৰু চিকিৎসা কৌশলত সক্ৰিয় হ’ব লাগিব ।

ভাৰতত বিগত ছয় দিনত দৈনিক সংক্ৰমণৰ সংখ্যা ২০ হেজাৰৰো অধিক । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে দিয়া তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ২৪ হেজাৰ ৪৯২ জন লোক ক’ভিড আক্ৰান্ত হৈছে । ইয়াৰ ভিতৰত ১৫ হেজাৰৰো অধিক মহাৰাষ্ট্ৰৰ ।

কেন্দ্ৰৰ পৰ্যৱেক্ষক দলে স্বীকাৰ কৰিছে যে, মহাৰাষ্ট্ৰত কৰ’নাৰ দ্বিতীয় ঢৌ আৰম্ভ হৈছৈ  । দলটোৰ ৰিপ’ৰ্ট অনুযায়ী, ক’ভিড ৰোগীসকলক চিহ্নিত কৰাত, পৰীক্ষণত আৰু আক্ৰান্তসকলৰ পৃথক চিকিৎসা কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গাফিলতি কৰিছে । কেন্দ্ৰীই কৰ’নাৰ দ্বিতীয় ঢৌ নিয়ন্ত্ৰণ কৰিবলৈ ক’ভিড নীতি আখৰে আখৰে পালন কৰিবলৈ পৰামৰ্শ দিয়ে ৰাজ্য চৰকাৰক ।

মহাৰাষ্ট্ৰৰ মুখ্য সচিব কুন্তেকে লিখা পত্ৰত কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজিৱ ভূষণক অতি শীঘ্ৰে আৰটিপিচিআৰ পৰীক্ষণ বৃদ্ধি কৰিবলৈ জোৰ দিয়া হৈছে । প্ৰতিটো পৰীক্ষণত অন্ততঃ ৭০টা আৰটিপিচিআৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে । লগতে, সংক্ৰমণৰ সংখ্যা হ্ৰাস কৰিবলৈ আক্ৰান্ত লোকজনৰ সংস্পৰ্শত অহা ৩০ জন লোকক পৰীক্ষা কৰাৰ নিৰ্দেশ দিয়া হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Covid-19Narendra Modi
publisher

publisher

Related Posts

লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক
Assam

September 28, 2026
গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া
Assam

গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

September 28, 2026
শিল্পী পেন্সনৰ পৰা বঞ্চিত হাজো কুমাৰপাৰাৰ মৃৎ শিল্পী প্রণীতা দাস
Assam

শিল্পী পেন্সনৰ পৰা বঞ্চিত হাজো কুমাৰপাৰাৰ মৃৎ শিল্পী প্রণীতা দাস

September 28, 2026
চিজেপিৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী
Assam

চিজেপিৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী

September 28, 2026
বিজেপিয়ে ভয় খুৱাই যুৱ প্ৰজন্মৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছে: সৰৰ বিৰোধী
Assam

বিজেপিয়ে ভয় খুৱাই যুৱ প্ৰজন্মৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছে: সৰৰ বিৰোধী

September 28, 2026
কার্যকাল অর্ধেক উকলিল, উন্নয়ন পুঁজিৰ ১৫ শতাংশও ধন ব্যয়ত ব্যর্থ অসমৰ লোকসভাৰ ১৪ সাংসদ
Assam

কার্যকাল অর্ধেক উকলিল, উন্নয়ন পুঁজিৰ ১৫ শতাংশও ধন ব্যয়ত ব্যর্থ অসমৰ লোকসভাৰ ১৪ সাংসদ

September 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d