Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

    ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

মোদী চৰকাৰৰ ব্যৰ্থতাৰ বাবেই দেশত ক’ভিড প্ৰতিষেধকৰ নাটনি হৈছেঃ ছনিয়া গান্ধী

publisher by publisher
April 10, 2021
in COVID-19, India, News, Politics
Reading Time: 1 min read
0
মোদী চৰকাৰৰ ব্যৰ্থতাৰ বাবেই দেশত ক’ভিড প্ৰতিষেধকৰ নাটনি হৈছেঃ ছনিয়া গান্ধী
3
SHARES
34
VIEWS
ShareShareShareShare

ভাৰতত দ্ৰুত হাৰত ক’ভিড সংক্ৰমণ বৃদ্ধি হোৱাৰ সময়তে মহাৰাষ্ট্ৰ, পঞ্জাৱৰ দৰে কিছু সংখ্যক ৰাজ্য‌ই তেওঁলোকৰ কৰ’না প্ৰতিষেধকৰ নাটনি হোৱাৰ অভিযোগ উত্থাপন কৰে । তেওঁলোকে কেন্দ্ৰক প্ৰতিষেধকৰ যোগান ধৰিবলৈ আবেদন কৰে । প্ৰতিষেধকৰ নাটনি হোৱাৰ বাবে বিজেপিক দোষাৰোপ কৰি কংগ্ৰেছৰ নেত্ৰী ছনিয়া গান্ধীয়ে কয় যে, মোদী চৰকাৰৰ পৰিকল্পনা নোহোৱাৰ বাবে আৰু ব্যৰ্থতাৰ বাবেই দেশত ক’ভিড প্ৰতিষেধকৰ নাটনি হৈছে ।

ADVERTISEMENT

আজি কংগ্ৰেছ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ স’তে ভিডিঅ’ কনফাৰেন্সযুগে বৈঠকত মিলিত হয় কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে । উক্ত বৈঠকত ৰাহুল গান্ধীও উপস্থিত আছিল । বৈঠকত ছনিয়াই সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ নমুনা পৰীক্ষণ, সংক্ৰমণৰ উৎস উদঘাটন আৰু টিকাকৰণত জোৰ‌ দিবলৈ পৰামৰ্শ দিয়ে ।

RelatedPosts

Rahul Gandhi Rally in bokajan:বোকাজানত ৰাহুল গান্ধীৰ বিশাল জনসভা

Rahul Gandhi:প্ৰিয়ংকা গান্ধীৰ পিছত আজি নিৰ্বাচনী ৰণডংকা বজাব ৰাহুল গান্ধী

Rahul Gandhi :বিজয়নৰ চৰকাৰ চলাইছে মোদীয়ে: কেৰলমত বাম মৰ্চাৰ চৰকাৰক কটাক্ষ ৰাহুলৰ

ছনিয়াই কয়, ‘সকলো ক্ষেত্ৰতে স্পষ্টটা থকা উচিত । চৰকাৰে দেশজুৰি হোৱা আক্ৰান্ত আৰু মৃতকৰ সঠিক সংখ্যা জনোৱা উচিত । আমি টিকাৰকণত অধিক গুৰুত্ব আৰোপ কৰিব লাগে । আমাৰ দেশত পৰ্যাপ্ত পৰিমাণৰ প্ৰতিষেধক থাকিলেহে অন্য দেশক প্ৰতিষেধক প্ৰদান কৰা উচিত । চৰকাৰে ইয়াতকৈও বেছি দায়িত্বশীল হ’ব লাগে ।’

প্ৰতিষেধকৰ নাটনি সন্দৰ্ভত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয়, ‘মোদী চৰকাৰৰ সঠিক পৰিকল্পনা নোহোৱাৰ বাবেই এই ঘটনা ঘটিছে । বিদেশত প্ৰতিষেধক সৰবৰাহ কৰাৰ বাবেই প্ৰতিষেধকৰ নাটনি হৈছে ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Covid-19Rahul GandhiSonia Gandhi
publisher

publisher

Related Posts

নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
News

April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
News

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d