Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উৎসৱৰ বতৰত পুনৰ দুঃসংবাদ, নায়াৰা এনার্জিৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি

    গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান

    ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

    নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

১০ সপ্তাহ কৰ’নাৰ স’তে যুঁজি নিজৰ ঘৰলৈ উভতিছিল, ভুল ঠিকনাত বৃদ্ধাক নমাই দিলে এম্বুলেন্সে

publisher by publisher
April 22, 2021
in COVID-19, News
Reading Time: 1 min read
0
১০ সপ্তাহ কৰ’নাৰ স’তে যুঁজি নিজৰ ঘৰলৈ উভতিছিল, ভুল ঠিকনাত বৃদ্ধাক নমাই দিলে এম্বুলেন্সে
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

Covid -19 : চীনৰ ক’ৰনা পৰিস্থিতিৰ অৱনতি ! মুখ খুলিলে জিনপিঙে

Covid Update: পজিটিভ হাৰ সাত শতাংশ ! বিগত পাঁচদিনত দেশত ক’ভিড আক্ৰান্ত ৫০ হেজাৰৰো অধিক

COVID-19 : মাস্ক পৰিধান নকৰিবলৈ পৰামৰ্শ দিয়া চিকিৎসকক কাৰাদণ্ড জার্মানীত

কৰ’নাত আক্ৰান্ত হৈ ছাইথ ৱেলছৰ পণ্টিপুলৰ কাউণ্টি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল এলিজাবেথ মোহনি নামৰ এগৰাকী বৃদ্ধা মহিলা ।

ADVERTISEMENT

প্ৰায় ১০ সপ্তাহৰ যুঁজৰ অন্তত মহামাৰী কৰ’নাক হেৰুওৱাই চিকিৎসালয়ৰ পৰা ছুটি পালে বৃদ্ধাগৰাকীয়ে। চিকিৎসালয়ৰ পৰা পৰিয়ালৰ সদস্যসকলক ফোন কৰি জনোৱা হয় যে বৃদ্ধাগৰাকী ঘৰলৈ উভতি যাব । কিন্তু এম্বুলেন্স সেৱাৰ অৱহেলাৰ বাবে মাহনীয়ে নিজৰ ঘৰৰ সলনি আন এটা ঠিকনাত উপস্থিত হ’লগৈ। তাৰ পিছত কি হ’ল?

মোহনীৰ পুত্ৰ ব্ৰিয়ানে জনাই যে গোটেই ঘটনাটোত এটা বিভ্ৰান্তি আছিল। ১২ মাৰ্চত স্থানীয় সময় অনুসৰি দুপৰীয়া প্ৰায় এক বজাত চিকিৎসালয়ৰ পৰা ফোনটো আহিছিল। পৰিয়ালৰ সদস্যসকলক জনোৱা হয় যে মোহনীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছিল। তেওঁ বৰ্তমান এম্বুলেন্সেৰে ঘৰলৈ উভতি আহিছে।

ইফালে, এঘণ্টা পাৰ হৈ যোৱাৰ পাছতো বৃদ্ধাগৰাকী ঘৰত উপস্থিত হোৱা নাছিল। এইবাৰ ব্ৰায়ানে পুনৰ চিকিৎসালয়লৈ ফোন কৰিলে। তেওঁ কৈছিল যে তেওঁৰ মাক এতিয়াও ঘৰত উপস্থিত হোৱা নাই।

গোটেই পৰিয়ালটো আতংকিত হৈ পৰিছিল । তেওঁলোকে ভাবিছিল যে হয়তো কিবা দুৰ্ঘটনা হৈছে। প্ৰায় তিনি ঘণ্টাৰ পাছত, ব্ৰায়ানে চিকিৎসালয়ৰ পৰা এটা ফোন পাইছিল। এইটো খবৰ পোৱা গৈছিল যে তেওঁৰ মাকক ভুলবশতঃ নিউপোৰ্ট অঞ্চলৰ এটা ঘৰৰ ঠিকনালৈ প্ৰেৰণ কৰা হৈছিল।

দৰাচলতে, তেওঁক মহিলাগৰাকীৰ ঘৰৰ ঠিকনাৰ পৰিৱৰ্তে চাৰি মাইল দূৰত এটা ভুল ঠিকনালৈ লৈ যোৱা হৈছিল। ব্ৰায়ানৰ মতে, ৱেলছ এম্বুলেন্স সেৱাৰ কৰ্মচাৰীৰ অৱহেলাৰ বাবে এই ঘটনা সংঘটিত হৈছিল। চিকিৎসালয় কৰ্তৃপক্ষও ইয়াৰ বাবে দায়বদ্ধ। কিন্তু বাৰ্তালাপৰ জৰিয়তে সকলো বিভ্ৰান্তি অৱশেষত আঁতৰ কৰা হয়। বৃদ্ধাগৰাকীক আকৌ তেওঁৰ সঠিক ঠিকনাত থৈ যোৱা হয়।

এম্বুলেন্স সেৱা কোম্পানীটোৱে ইতিমধ্যে বৃদ্ধাগৰাকীৰ পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰিছে। অৱশ্যে, ব্ৰায়ানে কয় যে সংশ্লিষ্ট কৰ্তৃপক্ষই এতিয়ালৈকে কৰ্মচাৰীসকলৰ এনে দায়িত্বহীন পদক্ষেপৰ কোনো স্পষ্ট কাৰণ দিয়া নাই।বৃদ্ধাগৰাকী বৰ্তমান কৰ’নাৰ পৰা আৰোগ্য হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BrianCORONAVIRUSElizabeth Mahoney
publisher

publisher

Related Posts

ভাৰতত ইন্ধনৰ মাধমাৰ অৱধাৰিত
India

ভাৰতত ইন্ধনৰ মাধমাৰ অৱধাৰিত

October 4, 2026
সোণৰ দামে অচিৰেই তিনি লাখৰ ঘৰ স্পৰ্শ কৰাৰ আশংকা
International

ফ্লাইডুবাইৰ ভাৰতীয় পাইলট কেপ্টেইন স্মিতক ইজৰাইলৰ স্বাধীনতা দিৱসলৈ আমন্ত্ৰণ
International

ফ্লাইডুবাইৰ ভাৰতীয় পাইলট কেপ্টেইন স্মিতক ইজৰাইলৰ স্বাধীনতা দিৱসলৈ আমন্ত্ৰণ

October 4, 2026
উৎসৱৰ বতৰত পুনৰ দুঃসংবাদ, নায়াৰা এনার্জিৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি
India

উৎসৱৰ বতৰত পুনৰ দুঃসংবাদ, নায়াৰা এনার্জিৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি

October 4, 2026
গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান
Assam

October 3, 2026
ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়
International

ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d