Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

আমেৰিকা-ৰাছিয়াৰ মাজত মহাকাশত চলচ্চিত্র নির্মাণৰ যুঁজ

publisher by publisher
May 15, 2021
in Entertainment, Movie, News
Reading Time: 1 min read
0
আমেৰিকা-ৰাছিয়াৰ মাজত মহাকাশত চলচ্চিত্র নির্মাণৰ যুঁজ
3
SHARES
28
VIEWS
ShareShareShareShare

RelatedPosts

কেইটামান মুহূৰ্তৰ পাছতে সুভাংশুক লৈ মহাকাশত ভৰি দি ‘ড্ৰেগন’!

Elon Musk: মহাকাশত মিলনৰ প্ৰথম ব্যক্তি হ’ব বিচাৰে পৰ্ন তাৰকা জনি সিন্স

Elon Musk : আয় কৰাই লক্ষ্য ?

এইবাৰ হলিউডৰ ষ্টুডিঅ’ত নহয়, মহাকাশক লৈ চলচ্চিত্ৰৰ দৃশ্যগ্রহণ হ’ব মহাকাশতে। এখন নহয়, দুখনকৈ মহাকাশ বিষয়ক চলচ্চিত্র নির্মাণ কৰা হ’ব এইদৰে মহাকাশত।

ADVERTISEMENT

আমেৰিকাৰ মহাতাৰকা অভিনেতা টম ক্রুজক এনে এখন ছবি নির্মাণৰ বাবে প্ৰেৰণ কৰা হৈছে আন্তর্জাতিক মহাকাশ কেন্দ্ৰলৈ। আনহাতে,ৰাছিয়াৰ মহাতাৰকা অভিনেত্রী ইউলিয়া পেৰিচলিক মহাকাশলৈ প্ৰেৰণৰ যাে-জা চলাইছে ৰাছিয়াই।

কেৱল অভিনেতা-অভিনেত্রীয়েই নহয়, আমেৰিকা আৰু ৰাছিয়াৰ দুজন চলচ্চিত্র পৰিচালকে মহাকাশলৈ যাব। নাছা আৰু ৰছকছমছৰ সূত্ৰই আন্তর্জাতিক সংবাদ মাধ্যমৰ আগত এই কথা প্রকাশ কৰিছে।

উভয় দেশেই অহা অক্টোবৰত মহাকাশত থাকিয়ে মহাকাশ বিষয়ক চলচ্চিত্র নির্মাণৰ পৰিকল্পনা গ্রহণ কৰিছে। ৰছকছমছে প্রকাশ কৰা অনুসৰি, ৰাছিয়ান মহাকাশ বিষয়ৰ ছবিখনৰ দৃশ্যগ্রহণ ভূপৃষ্ঠৰ পৰা ৩৭০ মাইল উচ্চতাত পৃথিৱীৰ কক্ষপথত প্রদক্ষিণৰত আন্তর্জাতিক মহাকাশ কেন্দ্রত সম্পন্ন কৰা হ’ব।

অহা অক্টোবৰত ৰুছ অভিনেত্রী ইউলিয়া পেৰিছলিডে মহাকাশ কেন্দ্র অভিমুখে ৰাওনা হ’ব। ৰাছিয়াৰ জনপ্রিয় বিজ্ঞান বিষয়ক ছবি নির্মাতা ক্লিম শ্বিপেনক’ৱে এই ছবিখন পৰিচালনা কৰিব।

আনহাতে, একে সময়তে হলিউড অভিনেতা টম ক্রুজেও মহাকাশত এখন ছবিৰ দৃশ্যগ্রহণত অংশ ল’ব। এই ছবিখন পৰিচালনা কৰিব ড’গ লীমেনে। অক্টোবৰতে মার্কিন নির্দেশকৰ ছবিখনৰ দৃশ্যগ্রহণ আৰম্ভ হ’ব বুলি নাছাই জানিবলৈ দিয়ে।

ক্রুজ লীমেনক ছবিখন নির্মাণত সহায় কৰিছে স্পেচ এক্সৰ মুৰব্বী এলন মাস্কে। ৰুছ ছবিখনৰ দৃশ্যগ্রহণ অহা পাঁচ অক্টোবৰৰ পৰা আৰম্ভ হােৱাৰ সম্ভাৱনা আছে বুলি ৰছকছমছে জানিবলৈ দিয়ে।

আন্তর্জাতিক মহাকাশ কেন্দ্ৰত থাকি ছবিৰ দৃশ্যগ্ৰহণত অংশ লােৱা আৰু ছবি পৰিচালনা কৰাটো যথেষ্ট প্রত্যাহ্বানজনক হ’ব। বিজ্ঞানীসকলৰ মতে, মহাকাশত ছবিৰ দৃশ্যগ্রহণক লৈও শক্তি প্রদর্শন কৰিবলৈ সাজু হৈছে বিশ্বৰ দুই শক্তিধৰ দেশ আমেৰিকা আৰু ৰাছিয়া।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: SpaceXTom CruiseYulia Peresild
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d