Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাৰ সংবাদ মেল

publisher by publisher
July 5, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাৰ সংবাদ মেল
9
SHARES
90
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

Silchar:শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ প্রাকক্ষণত কংগ্ৰেছত অথন্তৰ !

APCC:মধুচন্দ্ৰিকা অন্ত পৰিল কংগ্ৰেছ-ৰাইজৰ দলৰ

বৰ্তমান সময়ত চৰকাৰৰ কিছুমান সিদ্ধান্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে –

ADVERTISEMENT

(১) হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক জীৱনক লৈ বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে ল’ৰা ধেমালি কৰি আছে। চৰকাৰখনৰ শেহতীয়া কাম কাজে প্ৰমাণ কৰিছে যে তেওঁলোকৰ কোনো শৈক্ষিক ধ্যান ধাৰণা নাই আৰু ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ তেওঁলোক মুঠেও উদ্বিগ্ন নহয়। নিজৰ স্থিতি সঘনাই সলনি কৰি থকা চৰকাৰখনে শিক্ষাৰ্থীসকলৰ সুৰক্ষিত আৰু সুন্দৰ ভৱিষ্যতৰ স্বাৰ্থত এই পৰ্যন্ত এটি সুস্থিৰ সিদ্ধান্ত ল’ব নোৱাৰাটো আৰু এইক্ষেত্ৰত শিক্ষাৰ্থীসকলক কাৰ্যতঃ পণবন্দী কৰি ৰখাটো দুৰ্ভাগ্যজনক । এইক্ষেত্ৰত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ কথাৰ অমিল আৰু বিপৰীত স্থিতিয়ে তেওঁলোকৰ মাজত যোগাযোগহীনতা আৰু চৰকাৰখনৰ অৰাজকতা প্ৰতিফলিত কৰিছে। প্ৰথম অৱস্থাত, আমাৰ বিদ্যালয়সমূহত আভ্যন্তৰীণ মূল্যায়নৰ ব্যৱস্থা নাই বুলি কৈ পৰীক্ষা পাতিমেই বুলি আকোৰগোজ হৈ ৰোৱা বিজেপি চৰকাৰখনে অৱশেষত বিদ্যালয়ৰ আভ্যন্তৰীণ মূল্যায়নৰ ভিত্তিতে ফলাফল ঘোষণাৰ সিদ্ধান্ত লৈছে যদিও ইয়াৰ বাবে যি নীতি ঘোষণা কৰিলে সেয়াই শিক্ষাৰ্থীসকলক সকাহ দিয়াৰ সলনি অধিক মানসিক নিৰ্যাতনহে দিছে। শিক্ষামন্ত্ৰীয়ে স্পষ্টভাৱে কৈছে যে বিদ্যালয়ৰ আভ্যন্তৰীণ মূল্যায়নৰ ভিত্তিত যি ফলাফল দিয়া হ’ব সেয়া কেৱল নামভৰ্ত্তিৰ বাবেহে প্ৰযোজ্য হ’ব,ভৱিষ্যতে চাকৰিৰ বাবে আবেদন কৰাৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব। এই ফলাফলত অসন্তুষ্টসকলে পিছত বিশেষ পৰীক্ষাত বহিব পাৰিব বুলিও শিক্ষামন্ত্ৰীয়ে কৈছে। প্ৰশ্ন হয়, কেৰিয়াৰ সচেতন কোনেনো পুনৰ পৰীক্ষাত বহিবলৈ নিবিচাৰিব ? ইপিনে শিক্ষামন্ত্ৰীৰ ভাষ্যৰ বিপৰীত মেৰুত অৱস্থান লৈ মুখ্যমন্ত্ৰীয়ে কৈছে যে বিদ্যালয়ৰ আভ্যন্তৰীণ মূল্যায়নৰ ভিত্তিত ঘোষণা কৰা ফলাফলেৰে শিক্ষাৰ্থীয়ে চাকৰিও পাব,কেৱল টেট শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এই ফলাফল গ্ৰহণ কৰা নহ’ব। এনে বিপৰীত ভাষ্য আৰু চৰকাৰখনে সিদ্ধান্ত লওঁতে কৰা অহেতুক বিলম্বই শিক্ষাৰ্থী,অভিভাৱক,শিক্ষক সকলোকে অধিক বিপাঙত পেলাইছে আৰু মানসিক অশান্তি দিছে। এনে পৰিস্থিতিৰ অৱসান ঘটাই অনতি পলমে শিক্ষাৰ্থীসকলৰ শৈক্ষিক ভৱিষ্যৎ সুৰক্ষিত কৰিব পৰা এক সিদ্ধান্তত উপনীত হ’বলৈ চৰকাৰখনক দাবী জনাইছো।

(২) নিয়াৰ আদালতে দোষমুক্ত কৰাৰ দিনাই বিধায়ক অখিল গগৈয়ে দীৰ্ঘদিনৰ মূৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ কেবিন এৰি ঘৰলৈ যোৱা প্ৰসংগত মন্ত্ৰী পীযুষ হাজৰিকা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কটাক্ষ কৰি কেতবোৰ মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হৈছে। এইক্ষেত্ৰত মন্ত্ৰী হাজৰিকাই স্পষ্টভাৱে কৈছে যে যি সময়ত ক’ভিড আক্ৰান্তৰ বাবে এটা কেবিন বিচাৰি সাধাৰণ মানুহে হাহাকাৰ কৰিবলগীয়া হৈছিল, সেই সময়ত অখিল গগৈয়ে জি এম চি এইচ কৰ্তৃপক্ষক কিবা “ফিটিং” কৰি মাহৰ পাছত মাহ এটা কেবিন আৱদ্ধ কৰি ৰাখিছিল। মন্ত্ৰীজনৰ সুৰতে সুৰ মিলাই মুখ্যমন্ত্ৰীগৰাকীয়েও কৈছে যে হঠাৎ এদিনতে ১২ টা মান বেমাৰ ভাল হৈ যোৱা এনে কি ভিটামিন জি এম চি এইচে আৱিষ্কাৰ কৰিলে তেওঁক সেইটো লাগে ।

প্ৰথম কথা,অখিল গগৈয়ে নিজ ইচ্ছা মতে এইদৰে জি এম চি এইচৰ কেবিনত নাছিল। মেডিকেল ব’ৰ্ডৰ পৰামৰ্শ আৰু আদালতৰ নিৰ্দেশৰ ভিত্তিতহে তেওঁক এইদৰে কেবিনত ৰাখি চিকিৎসা কৰি থকা হৈছিল। গতিকে, মন্ত্ৰী পীযুষ হাজৰিকা আৰু মুখ্যমন্ত্ৰী শৰ্মাৰ যে ন্যায়পালিকাৰ ওপৰত আস্থা নাই, তেওঁলোকৰ মনত যে আইন আদালতৰ প্ৰতি তিলমানো সন্মান নাই,সেইকথা তেওঁলোকৰ বক্তব্যৰ দ্বাৰাই প্ৰমাণিত হৈছে।
দ্বিতীয় কথা, অখিল গগৈয়ে কাৰাবন্দী অৱস্থাত এইদৰে জি এম চি এইচৰ কেবিনত থাকি চিকিৎসা গ্ৰহণ কৰি থকা সময়ছোৱাত কাৰ চৰকাৰ আছে ? এইছোৱা সময়ৰ স্বাস্থ্যমন্ত্ৰী কোন ? যদি কিবা “ফিটিং” হৈছে,তাৰ বাবে দায়ী কোন ? বিজেপিৰ দিনত ইমান অৰাজক চলি আছেনে ?

I and along with @GauravGogoiAsm (MP, LS) addressed today's PC on:
-Double standard of the BJP govt.
– Turning their backs in fulfilling the tall promises made before the assembly polls.

-At Rajiv Bhawan, Guwahati. pic.twitter.com/WZk6DoN8Ur

— Ripun Bora (@ripunbora) July 5, 2021

(৩) অসমৰ মাজেৰে বাংলাদেশলৈ চলা গৰুৰ অবৈধ সৰবৰাহ ৰোধ কৰাৰ বাবে শেহতীয়াভাৱে কঠোৰ স্থিতি গ্ৰহণ কৰা মুখ্যমন্ত্ৰী ড° শৰ্মাই ৰাজ্যত গৰু ছিণ্ডিকেটত মাহে এহেজাৰ কোটি টকা লেনদেন হয় বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। সম্প্ৰতি ড্ৰাগছৰ বিৰুদ্ধেও অসম আৰক্ষীয়ে সক্ৰিয় অভিযান চলোৱা পৰিলক্ষিত হৈছে। প্ৰশ্ন হয়, ড্ৰাগছৰ অবাধ বেহা আৰু প্ৰচলন তথা গৰু চিণ্ডিকেট আদি বিগত দুই মে’ৰ পাছতহে অসমত আৰম্ভ হৈছে নেকি ? নিশ্চয় নহয় । তেন্তে পূৰ্বৰে পৰা চলি থকা এইসমূহৰ বিৰুদ্ধে বিগত সময়ছোৱাত চৰকাৰ তথা আৰক্ষী বিভাগ সক্ৰিয় হোৱা নাছিল কিয় ? বিজেপি চৰকাৰৰ আমোলত ৰাজ্যত গৰুকে ধৰি বিভিন্ন ছিণ্ডিকেট চলি থকাৰ যি অভিযোগ কংগ্ৰেছে বাৰম্বাৰ কৰি আহিছে, মুখ্যমন্ত্ৰীৰ বক্তব্যই সেই অভিযোগৰে সত্যতা প্ৰমাণ কৰা নাইনে ?

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Gaurav GogoiRipun Bora
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d