Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Golaghat:ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ মাৰাথন অভিযান

    Dhubri:চিকিৎসকক ধন দাবী কৰি আৰক্ষীৰ জালত ৩ সাংবাদিক,এজন পলাতক

    স্বাধীনতা সংগ্রামত লোকমান্য তিলকৰ অস্ত্র আছিল গণেশ চতুর্থী

    অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা

    Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক

    ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মানাহত দিক্ষু ফাউণ্ডেচনৰ মাস্ক ছেনিটাইজাৰ বিতৰণ

অকল চৰকাৰৰ ওচৰত হাত পাতি বহি থাকিলেই নহ’ব : দিক্ষু

publisher by publisher
July 11, 2021
in Assam, India, News
Reading Time: 1 min read
0
ধুবুৰীত বিশ্ব জনসংখ্যা দিৱস পালন
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Three Youths Missing in Beki River:বেঁকী নৈত সন্ধানহীন তিনি যুৱক,এজনৰ মৃতদেহ উদ্ধাৰ

Six Tribal Extremist Organisations Pressmeet in Manas :চৰকাৰৰ লাঞ্ছনা-বঞ্চনাক লৈ ক্ষোভ

ৰাজ্যত ক’ভিডসৃষ্ট বিভীষিকাৰ মাজতে প্ৰকৃতি হৈ উঠিছে জাতিষ্কাৰ

মানাহৰ কাষৰীয়া অঞ্চলত খোলা হ’ব বিনামূলীয়া স্বাস্থ্য শিবিৰ : দিক্ষু

ADVERTISEMENT

দেশৰ লগতে ৰাজ্যতো ক’ভিড-১৯ ৰ দ্ৰুত সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। এই কাল ক’ভিডে কাঢ়ি নিছে অজস্ৰ লোকৰ জীৱন। তাৰ প্ৰতি লক্ষ্য ৰাখি গণ সংক্ৰমণ ৰোধৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া তথা বাগসা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত বাৰেঙাবাৰীত আজি দিক্ষু ফাউণ্ডেচনৰ উদ্যোগত এক মাস্ক ছেনিটাইজাৰ বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰা হয়।

অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী দিক্ষু শৰ্মাৰ তৎপৰতাত তথা ফাউণ্ডেচনৰ অন্যতম সদস্য স্বপ্নালী গোস্বামীৰ সহযোগত গঢ় লৈ উঠা দিক্ষু ফাউণ্ডেচনে ইতিমধ্যে ৰাজ্যখনৰ ভিন্ন প্ৰান্তত ক’ভিডক প্ৰতিহত কৰিবলৈ উক্ত কাৰ্যসূচী ৰূপায়ন কৰি আহিছে।

আজিৰ কাৰ্যসূচীত কণ্ঠ শিল্পী দিক্ষু শৰ্মা উপস্থিত থাকি কয় যে, ক’ভিডক প্ৰতিহত কৰিবলৈ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে উক্ত মাস্ক, ছেনিটাইজাৰ বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰে আৰু সকলোকে মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব বজাই ৰাখি ক’ভিডক প্ৰতিহত কৰিবলৈ কয়।

লগতে দিক্ষু ফাউণ্ডেচনৰ তৰফৰ পৰা মানাহৰ কাষৰীয়া অঞ্চলত এটি বিনামূলীয়া স্বাস্থ্য শিবিৰ খোলাৰ পৰিকল্পনা কৰিছে, য’ত বিভিন্ন ৰোগৰ চিকিৎসা বিনামূলীয়াকৈ কৰিব৷

আনহাতে সাংবাদিকে শিল্পী সমাজৰ দুৰৱস্থাৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ভ্ৰাম্যমানকে ধৰি শিল্পী সমাজৰ বৰ্তমান এক শোচনীয় অৱস্থা হৈছে৷ কৰ’নাৰ বাবে মাৰ খাই গ’ল সকলো৷ তথাপি হাতে হাত ধৰি বহি নাথাকি সকলোৱে নিজৰ নিজৰ পেট পুৰাবলৈ কিবা নহয় কিবা এটা কৰিব লাগিব।

কামৰ কোনো সৰুবৰ নাই৷অকল চৰকাৰৰ ওচৰত হাত নাপাতি আমি নিজেও নিজক কেনেকৈ ৰক্ষণাবেক্ষণ দিব পাৰোঁ সেইয়া প্ৰতিজনে চিন্তা কৰা উচিত৷ এইফালে তেওঁৰ ১২ আগষ্টত নতুকৈ মুক্তি পাবলগীয়া “শাওনৰে শেতেলীতে” নামৰ শীর্ষ গীতটি গুণ গুণাই ৰাইজক আপ্লুত কৰাৰ লগতে আগন্তুক দুৰ্গা পূজাৰ সময়ত নতুনকৈ তিনি/চাৰিটা গান মুক্তি পাব বুলিও কয়৷

আজিৰ কাৰ্যসূচীত দিক্ষু শৰ্মাৰ লগতে ফাউণ্ডেচনটোৰ কৰ্মকৰ্তা নিতেশ ভট্টাচাৰ্য, স্বপ্নালী গোস্বামী, জুনজুন বৰা, অনুপম কাকতি, বিজেতা পাটগিৰী, ৰবিন ৰাজবংশী আদিও উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Dikshu Foundationmanas
publisher

publisher

Related Posts

Golaghat:ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ মাৰাথন অভিযান
Assam

September 9, 2026
Dhubri:চিকিৎসকক ধন দাবী কৰি আৰক্ষীৰ জালত ৩ সাংবাদিক,এজন পলাতক
Assam

Dhubri:চিকিৎসকক ধন দাবী কৰি আৰক্ষীৰ জালত ৩ সাংবাদিক,এজন পলাতক

September 9, 2026
স্বাধীনতা সংগ্রামত লোকমান্য তিলকৰ অস্ত্র আছিল গণেশ চতুর্থী
India

স্বাধীনতা সংগ্রামত লোকমান্য তিলকৰ অস্ত্র আছিল গণেশ চতুর্থী

September 9, 2026
অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা
India

অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা

September 9, 2026
Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক
Assam

Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক

September 9, 2026
ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা
Assam

ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা

September 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d