Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বেঁকী নৈৰ খহনীয়া পৰিদৰ্শন মন্ত্রী ৰঞ্জিত কুমাৰ দাসৰ

publisher by publisher
August 16, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
বেঁকী নৈৰ খহনীয়া পৰিদৰ্শন মন্ত্রী ৰঞ্জিত কুমাৰ দাসৰ
5
SHARES
49
VIEWS
ShareShareShareShare

RelatedPosts

মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথৰ মাজত পুখুৰী সদৃশ গাঁত

অসমৰ জনগোষ্ঠীয় সংস্কৃতিক সুৰক্ষিত কৰিছে চৰকাৰে : মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

ভাষা-সাহিত্য-সংস্কৃতিৰ সমন্বয়ৰ ধাৰাটো হেৰাই যাব দিব নালাগে : মন্ত্ৰী, সাহিত্যিক উৰ্খাও গৌৰা

বেঁকীৰ খহনীয়াৰ পৰা ১১৫ বছৰীয়া শংকৰ-মাধৱ সত্ৰ বচোৱাৰ বাবে তৎকালীনতাৰে আৰম্ভ কৰা হ’ব কামঃ মন্ত্রী দাস

ADVERTISEMENT

বাগসাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত গোৱৰ্ধনা, খাগ্ৰাবাৰী, চূণবাৰী, এলেঙামাৰী, নেপালীবস্তি আদি কৰি বিভিন্ন গাঁৱত প্ৰতি বছৰে বেঁকী নৈয়ে খহনীয়াৰ সৃষ্টি কৰি শ শ পৰিয়ালক গৃহহাৰা কৰি অহাৰ লগতে হাজাৰ হাজাৰ বিঘা খেতি মাটি, মন্দিৰ, মছজিদ বেঁকীৰ খহনীয়াৰ কবলত পৰিছে ৷ ইতিমধ্যে খাগ্ৰাবাৰী-গোৱৰ্দ্ধনাত বেঁকী নৈৰ খহনীয়াই কাল ৰূপ ধাৰণ কৰি ১১৫ বছৰীয়া ঐতিহাসিক শংকৰ মাধৱ সত্ৰখনলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ৷

এই বিষয়ে সংবাদ মাধ্যমত ধাৰাবাহিক বাতৰি প্ৰকাশ হোৱাৰ পিছতেই বেঁকী নৈৰ খহনীয়া পৰিদৰ্শনৰ উদ্দেশ্যে কালি অঞ্চলটোত উপস্থিত হয় ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস । মন্ত্রীগৰাকীয়ে পোনে পোনে সত্ৰখন পৰিদৰ্শন কৰি সত্ৰৰ ভিতৰভাগত বহি ৰাইজৰ লগত আলোচনাত মিলিত হৈ সেই গাঁওখনৰ স’তে তেওঁৰ এক আত্মীক সম্পৰ্ক থকা বুলি উল্লেখ কৰি কয়, “এতিয়া সত্ৰখন বচোৱাৰ কাৰণে সকলোৰেই এক গুৰুত্বপূৰ্ণ কথা হৈ পৰিছে৷আমি যিহেতু সত্ৰ নামঘৰক সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছো ৷ গতিকে তৎকালীন ভাবে সত্ৰখনক ৰক্ষা কৰাৰ বাবে পাৰ্কুপাইন, পাৰ্কলেণ্ড দি মাটি কাটি শ্ল’পিং দি তাতে জিওচিট দি বিশেষ কাৰিকৰী পদ্ধতিৰে খহনীয়া ৰোধ কৰাৰ ব্যৱস্থা কৰা হ’ব ৷”

কাম কৰাৰ বাবে ৰাইজৰ পৰা মুক্তহস্তে দান বৰঙনি বিচাৰি সত্ৰাঞ্চলৰ খহনীয়া ৰোধ কৰাৰ উপৰি আন ঠাইৰো খহনীয়া ৰোধ কৰা হ’ব বুলি মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে কয় যে, জিলা উপায়ুক্ত, বিভাগীয় কৰ্তৃপক্ষ আৰু ৰাইজৰ সহযোগত তৎকালীন ভাবে বেঁকী নৈৰ খহনীয়া ৰোধ কৰাৰ ব্যৱস্থা কৰা হ’ব আৰু পৰবৰ্তী সময়ত স্থায়ীভাবে খহনীয়া ৰোধৰ ব্যৱস্থা হাতত লোৱা হ’ব ৷

খহনীয়া পৰিদৰ্শন কালত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক সংগ দিয়ে বিটিআৰৰ কাৰ্যবাহী সদস্য তথা স্থানীয় মথনগুৰি সমষ্টিৰ এমচিএলএ গৌতম দাসে ৷

এইফালে স্থানীয় এগৰাকী মহিলাই ৰাজহুৱাকৈ ক্ষোভ উজাৰিলে মন্ত্রী ৰঞ্জিত দাসৰ আগমনৰ সময়তে । মহিলাগৰাকীয়ে মন্ত্রী দাসে ৰাইজৰ খবৰ লোৱা নাই বুলি অভিযোগ কৰি কয়, নিৰ্বাচনৰ সময়তহে ৰাইজক আশ্বাস দিবলৈ আহে কিন্তু নিৰ্বাচন যোৱাৰ পাছত ৰাইজৰ খবৰ ল’বলৈ নাহে । আজি নৈৰ বুকুত সকলো যাও যাওঁ অৱস্থা ৷ আমাক এই বিপদৰ সময়ৰ পৰা বচাওক নহ’লে ঘৰ মাটি নৈত জাহ যোৱাৰ পাছত আমি নৈৰ বুকুত জাপ দি মৰাৰ বাদে আন উপায় নাই ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ranjeet Kumar Dass
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d