Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

৬৬ শতাংশৰ পৰা ২৪শতাংশলৈ ,এবছৰত মোদীৰ সমৰ্থন হ্ৰাস !

publisher by publisher
August 17, 2021
in India, News
Reading Time: 1 min read
0
৬৬ শতাংশৰ পৰা ২৪শতাংশলৈ ,এবছৰত মোদীৰ সমৰ্থন হ্ৰাস !
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

‘সন্ত্রাসবাদ ধ্বংসৰ সংকল্পত অটল ভাৰত’ — অপাৰেশন সিন্দূৰৰ বৰ্ষপূর্তিত সেনাক প্ৰণাম মোদীৰ

বিজয় উৎসৱৰ প্ৰস্তুতিত ব্যস্ত বিজেপি মুখ্য কাৰ্যালয়

প্ৰধানমন্ত্ৰী হিচাপে এতিয়াও জনসাধাৰণৰ প্ৰথম পছন্দ নৰেন্দ্ৰ মোদী । কিন্তু যোৱা এবছৰত তেওঁৰ প্ৰতি সমৰ্থন উল্লেখযোগ্যভাৱে হ্ৰাস পাইছে । সৰ্বভাৰতীয় সংবাদমাধ্যম ‘ইণ্ডিয়া মিডিয়া টুডে’ৰ এটা সমীক্ষাত এইবাৰ এনে এখন ছবি ধৰা পৰিছে ।

ADVERTISEMENT

দেখা গৈছে যে ২০২০ৰ আগষ্টত ৬৬ শতাংশ লোকে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীক নিৰ্বাচন কৰিছে । ২০২১ৰ আগষ্টত এই হাৰ ২৪ শতাংশলৈ হ্ৰাস পাইছিল।

উল্লেখযোগ্যভাৱে, পৰৱৰ্তী পছন্দৰ প্ৰধানমন্ত্ৰী হিচাপে মমতা বেনাৰ্জীৰ নাম চতুৰ্থ স্থানত । তেওঁৰ লগত অৰবিন্দ কেজৰিৱালো আছে । তেওঁলোক যোৱা বছৰ ক্ৰমান্বয়ে সপ্তম আৰু ষষ্ঠ স্থানত আছিল ।

‘মুড অফ দ্য নেশ্যন’ নামে প্ৰত্যেক বছৰ জানুৱাৰী আৰু আগষ্টত সমীক্ষা চলায় ইণ্ডিয়া টুডেই । তেওঁলোকে তাত দেশৰ ৰাজনীতিকসকলক লৈ সাধাৰণ লোকৰ মতামত দাঙি ধৰে । চলিত মাহত প্ৰকাশিত সমীক্ষা অনুসৰি, পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে মোদীক প্ৰাধান্য দেশৰ ২৪ শতাংশ লোকৰ।

তালিকাত দ্বিতীয় স্থানত আছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ । কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী আছে তৃতীয় স্থানত । বেংগলৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল যুটীয়াভাৱে চতুৰ্থ স্থানত আছে । ২০২৪ৰ লোকসভা নিৰ্বাচনত অমিত শ্বাহ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব নে নহয় তাক লৈ দীৰ্ঘদিন ধৰি জল্পনা-কল্পনা চলি আছে । তেওঁ তালিকাৰ পঞ্চম স্থানত আছে । ইয়াৰ পূৰ্বে, জানুৱাৰীতো প্ৰধানমন্ত্ৰী মোদী দেশৰ ৩৮ শতাংশ লোকৰ প্ৰিয়ৰ তালিকাত আছিল ।

একে সময়তে, উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে যোগীৰ প্ৰতি জনসাধাৰণৰ সমৰ্থন যথেষ্ট বৃদ্ধি পাইছে । ২০২০ৰ আগষ্টত মাত্ৰ তিনি শতাংশ লোকে তেওঁক পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰিছিল । এই বছৰ জানুৱাৰীত ই সাত শতাংশলৈ বৃদ্ধি পাইছে। আগষ্টত এই হাৰ ১১ শতাংশলৈ বৃদ্ধি পাইছিল ।

যোৱা বছৰ আঠ শতাংশই যোগীয়ে পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰিছিল । এই বছৰৰ জানুৱাৰীত ই সাত শতাংশলৈ হ্ৰাস পাইছিল, যদিও আগষ্টত ১০ শতাংশলৈ বৃদ্ধি পাইছে । মমতাক যোৱা বছৰ দুই শতাংশ লোকেহে পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰিছিল । এই বছৰৰ জানুৱাৰীত চাৰি শতাংশ বৃদ্ধি পাইছে ।

কেজৰিৱালক যোৱা বছৰ তিনি শতাংশ মানুহে প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰিছিল। এই বছৰৰ জানুৱাৰীত ই পাঁচ শতাংশ বৃদ্ধি পাইছে । আগষ্টত সেইটোৱেই আঠ শতাংশলৈ বৃদ্ধি পাইছে ।

দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে তালিকাৰ নিম্নলৈ আহিছে। শ্বাহ এবছৰ আগতে তালিকাৰ চতুৰ্থ স্থানত আছিল। যদিও এইবাৰ জনসমৰ্থন বৃদ্ধি পাইছে, যোগী, মমতা আৰু কেজৰিৱালসকলো তেওঁতকৈ অধিক সমৰ্থন লৈ আগবাঢ়িছে।

দেশৰ সাত শতাংশ লোকে তেওঁক পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰে। এই বছৰৰ জানুৱাৰীত এই সংখ্যা আঠ শতাংশ আছিল। যোৱা বছৰ আগষ্টত তেওঁক চাৰি শতাংশ লোকে সমৰ্থন কৰিছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: mood of the nation 2021Narendra Modi
publisher

publisher

Related Posts

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 
Assam

শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

August 22, 2026
কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে
India

কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

August 21, 2026
যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য
India

যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

August 21, 2026
কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ
India

কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d