Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Middle east war:ইৰানৰ পৰা ‘অলৌকিক’ উপায়েৰে প্ৰাণৰক্ষা আমেৰিকান সেনা বিষয়াৰ

    Jorhat Red Court Building:প্রথম দিন: আজি ৰঙা কোর্ট শূন্য

    Yunuj Tamuli:নগাঁও লোকসভা উপ-নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হ’ব বিতৰ্কিত সংখ্যালঘু নেতা ইউনুছ তামুলী

    Vegetable Wholesale Market in Kaliabar Chulung:আজিও নাই শীতল ভঁৰাল, প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল চুলুঙৰ পাইকাৰী বজাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ভৱানীপুৰ সমষ্টিত কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ আগতীয়া উপ নিৰ্বাচনী ৰণডংকা

publisher by publisher
August 31, 2021
in Assam, India, News
Reading Time: 1 min read
0
ভৱানীপুৰ সমষ্টিত কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ আগতীয়া উপ নিৰ্বাচনী ৰণডংকা
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

ভৱানীপুৰ বিধানসভা সমষ্টিৰ এআইইউএফৰ বিধায়ক ফনীধৰ তালুকদাৰে আজি দল ত্যাগ কৰাৰ লগে লগে সমষ্টিটোত উপ নিৰ্বাচন নিশ্চিত হৈ পৰাত সমান্তৰালকৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই ভৱানীপুৰ উপ নিৰ্বাচনী ৰণডংকাৰ সৃষ্টি কৰে।

ADVERTISEMENT

উল্লেখ্য যে আজি ভৱনীপুৰ ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত সৰুপেটাৰ মিলন মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কংগ্ৰেছৰ এখন সভাত ভাষণ দি বিজেপি দল,চৰকাৰৰ লগতে ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰক কঠোৰ বাক্যবানেৰে তীৰ্যক সমালোচনা কৰি এক প্ৰকাৰৰ উপ নিৰ্বাচনী ৰণডংকাৰ সৃষ্টি কৰে।

বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি আব্দুৰ ৰহিম খানৰ সভাপতিত্বত অনুষ্ঠিত আৰু অসম প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি ড° মঞ্জুশ্ৰী পাঠকে আদৰণি ভাষণ পাঠ কৰা সভাখনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই তেওঁৰ উদাত্ত ভাষণত কয় যে , ” অসমত কংগ্ৰেছ দল ক্ষমতাৰ পৰা দুবাৰকৈ অপসাৰিত হৈছে সচা কথা।

কিন্তু আজিৰ দিনত অসমত কংগ্ৰেছ দল দুৰ্বল হোৱা নাই। দুৰ্বল হৈছে অসমৰ সৰ্বসাধাৰণ ৰাইজ বিজেপি চৰকাৰৰ ব্যাপক অপশাসন,একনায়কত্ববাদ,দাদাগিৰি, দুৰ্নীতিৰ কবলত পৰি।

বিজেপিৰ অপশাসনৰ বাবেই সৰ্বসাধাৰণ ৰাইজ বিভিন্ন ধৰণে লোকচানৰ সন্মুখীন হৈছে। বৰ্তমান তিনি মাহৰ ভিতৰতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত ৰাজনৈতিক অপসংস্কৃতি চলাইছে।বিজেপিয়ে অসমত শিষ্টাচাৰবিহীন,মূল্যবোধহীন,চৰকাৰ চলাইছে।

দিছপুৰত এতিয়া এজন হিন্দু মৌলবাদীয়ে মূখ্য আসনত বহি অপশাসন চলাইছে। গতিকে কংগ্ৰেছক ৰাইজে অধিক শক্তিশালী কৰক। কংগ্ৰেছ দুৰ্বল হ’লে বিজেপিৰ একনায়কত্ববাদ, দুৰ্নীতি,দাদাগিৰি বাঢ়িব “।

লগতে তেওঁ কয় যে – ” ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰক বোকোচাত লৈ হিমন্ত বিশ্ব শৰ্মাই নিকৃষ্ট লেতেৰা ৰাজনীতি কৰিছে। বিধায়ক ফনীধৰ তালুকদাৰে বিজেপি দলত যোগদান কৰিবলৈ গৈ ভৱানীপুৰ বিধানসভা সমষ্টিৰ ৰাইজক চৰম প্ৰতাৰণা আৰু বিশ্বাসঘাটকতা কৰিছে।

ফনীধৰ তালুকদাৰে নিজৰ ব্যক্তিগত সুবিধাবাদ,নিজৰ স্বাৰ্থ পূৰণ,নিজৰ ব্যবসায় বাণিজ্যৰ বাবেহে বিজেপিলৈ গৈ সন্মানীয় ভৱানীপুৰ বিধানসভা সমষ্টিৰ ৰাইজক বন্ধকত থব বিচাৰিছে। কিন্তু ভৱানীপুৰ বিধানসভা সমষ্টিৰ ৰাইজে ফনীক এইবাৰ সেই সূযোগ নিদিব।

ফনীৰ হাত ছোৱা জ্যোতিষী গৰাকীয়ে মোক কৈছে ফনীৰ লাগিছে এইবাৰ শনি।ফনীৰ ৰাজযোগ শেষ হৈছে।ফনীৰ ৰাজযোগ মাত্ৰ তিনি মাহেই আছিল। গতিকে নিশ্চিত যে- ভৱানীপুৰৰ ফনী তোমাৰ এইবাৰ লাগিছে শনি “।

সভাত বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক,অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ সভাপতি ড° মঞ্জুশ্ৰী পাঠক, বিধায়ক আব্দুৰ ৰহিম আহমেদ, বাক্সা জিলা কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন দৈমাৰীয়েও ভাষণ দি বিজেপি দল, চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে।সভাৰ আত ধৰে ভৱানীপুৰ ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতুমণি তালুকদাৰে।

উল্লেখ্য যে সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক উষ্ম সম্বৰ্ধনা জনোৱাৰ লগতে ভৱানীপুৰৰ পৰা সৰুপেটালৈ পাচ কিলোমিটাৰ এলেকা বিশাল বাইক ৰেলীৰে আদৰি নিয়ে ভৱানীপুৰৰ কংগ্ৰেছীয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamBhawanipur
publisher

publisher

Related Posts

Middle east war:ইৰানৰ পৰা ‘অলৌকিক’ উপায়েৰে প্ৰাণৰক্ষা আমেৰিকান সেনা বিষয়াৰ
Crime

September 15, 2026
Jorhat Red Court Building:প্রথম দিন: আজি ৰঙা কোর্ট শূন্য
Assam

Jorhat Red Court Building:প্রথম দিন: আজি ৰঙা কোর্ট শূন্য

September 15, 2026
Yunuj Tamuli:নগাঁও লোকসভা উপ-নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হ’ব বিতৰ্কিত সংখ্যালঘু নেতা ইউনুছ তামুলী
Assam

Yunuj Tamuli:নগাঁও লোকসভা উপ-নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হ’ব বিতৰ্কিত সংখ্যালঘু নেতা ইউনুছ তামুলী

September 15, 2026
Assam

September 15, 2026
Assam

September 15, 2026
Vegetable Wholesale Market in Kaliabar Chulung:আজিও নাই শীতল ভঁৰাল, প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল চুলুঙৰ পাইকাৰী বজাৰ
Assam

Vegetable Wholesale Market in Kaliabar Chulung:আজিও নাই শীতল ভঁৰাল, প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল চুলুঙৰ পাইকাৰী বজাৰ

September 15, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d