Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ভৱানীপুৰ সমষ্টিৰ উপ নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফনীধৰ তালুকদাৰৰ সমৰ্থনত ইউপিপিএলৰ শক্তি প্ৰদৰ্শণ

উপ নিৰ্বাচনত মিত্ৰজোঁটৰ সন্মুখত কোনো প্ৰত্যাহবান নাই- ৰৌণগৌৰা নাৰ্জাৰী

publisher by publisher
October 12, 2021
in Assam, India, News
Reading Time: 1 min read
0
ভৱানীপুৰ সমষ্টিৰ উপ নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফনীধৰ তালুকদাৰৰ সমৰ্থনত ইউপিপিএলৰ শক্তি প্ৰদৰ্শণ
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

ভৱনীপুৰ বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফনীধৰ তালুকদাৰৰ সমৰ্থনত ইউপিপিএল দলে আজি শালবাৰীত অন্য এক শক্তি প্ৰদৰ্শণ কৰে। উল্লেখ্য যে ভৱানীপুৰ সমষ্টিৰ শালবাৰী মহকুমা সদৰৰ বাকৰিত ইউপিপিএলৰ উদ্যোগত অনুষ্ঠিত এখন বিশাল জনসভাত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফনীধৰ তালুকদাৰক ইউপিপিএলৰ বিভিন্ন কোষৰ অৰ্ধশতাধিক সমিতিয়ে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰি আদৰণি জনায়।

ADVERTISEMENT

ইউপিপিএলৰ শালবাৰী জিলা সমিতিৰ সভাপতি বিকণ গয়াৰীৰ সভাপতিত্বত অনুষ্ঠিত জনসভাত ভাষণ দি ইউপিপিএলৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ৰৌণগৌৰা নাৰ্জাৰীয়ে তেওঁৰ উদাত্ত ভাষণত কয় যে , ” অসমত হ’বলগীয়া পাঁচটা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত মিত্ৰজোঁটৰ সন্মুখত কোনো প্ৰত্যাহবান নাই।পাঁচটা বিধানসভা সমষ্টিতেই মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ গৌৰৱময় বিজয়ী নিশ্চিত।

ভৱানীপুৰ বিধানসভা সমষ্টিত ফনীধৰ তালুকদাৰৰ বিপুল ভোটৰ ব্যৱধানত বিজয়ী হ’ব।কাৰণ ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে আৰু প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি চৰকাৰে ৰাইজৰ উন্নয়নৰ বাবে গধুৰ দায়িত্ব বহন কৰিছে।যাৰবাবে পাঁচটা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থীক বিপুল ভোটৰ ব্যৱধানত বিজয়ী কৰাৰ বাবে ৰাইজ সাজু হৈছে।

তেনেদৰে সুদীৰ্ঘ দিন ধৰি অনুন্নত হৈ থকা ভৱানীপুৰ বিধানসভা সমষ্টিৰ দৰে এটা সন্মানীয় সমষ্টিৰ উন্নয়নৰ দায়িত্ব দিয়াৰ উদ্দেশ্যে ফনীধৰ তালুকদাৰক এআইইউএফ দল আৰু বিধায়ক পদ ত্যাগ কৰাই মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে উপ নিৰ্বাচনত জয়ী কৰাবলৈ বিচাৰিছে মিত্ৰজোঁটে।

ফনীধৰ তালুকদাৰৰ বিজয়ৰ পাছতেই ভৱানীপুৰ বিধানসভা সমষ্টিৰ ব্যাপক উন্নয়নৰ ধাৰা আৰম্ভ হ’ব “।ৰৌণগৌৰা নাৰ্জাৰীয়ে তেওঁৰ ভাষণত অসমত মিত্ৰজোঁট শক্তিশালী হৈ থাকিলেহে অসমখন আৰু অসমৰ সৰ্বস্তৰৰ ৰাইজ শক্তিশালী হৈ থাকিব বুলিও কয়। ইউপিপিএলৰ যুৱ কোষৰ শালবাৰী জিলা সমিতিৰ সভাপতি সত্যজিৎ বড়োৱে আত ধৰা জনসভাত আদৰণি ভাষণ দি শালবাৰী সমষ্টিৰ টিচিএলচিচিৰ অধ্যক্ষ বিনোদ মুছাহাৰীয়ে কয় যে ,ইউপিপিএল দলৰ পৰা ৩০ হেজাৰ ভোটদান কৰাৰ লগতে সৰ্বস্তৰৰ ৰাইজৰ ভোট লাভ কৰি মুঠ ৭৫ হেজাৰৰো অধিক ভোট লাভ কৰি ভৱানীপুৰ বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফনীধৰ তালুকদাৰৰ বিপুল ভোটৰ ব্যৱধানত বিজয়ী নিশ্চিত বুলি দাবী কৰে।

সভাত বিজেপিৰ অসম ৰাজ্যিক সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য ৰাতুল শৰ্মা, ইউপিপিএলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক সুৰেশ সৰকাৰ, শালবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰদীপ সৰকাৰ, মহিলা কোষৰ কেন্দ্ৰীয় সভানেত্ৰী বীনা গয়াৰী,অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মৃণাল কলিতা, মিত্ৰজোঁটৰ প্ৰাৰ্থী ফনীধৰ তালুকদাৰে ভৱানীপুৰ বিধানসভা সমষ্টিত মিত্ৰজোটৰ গৌৰৱময় বিজয়ৰ দাবী কৰি ভাষণ দিয়াৰ লগতে ইউপিপিএলৰ মহিলা কোষৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদিকা বিউটি বসুমতাৰী, কেন্দ্ৰীয় উপ সভানেত্ৰী মাৰিয়াম তপ্পকে ধৰি বহুকেইগৰাকী মিত্ৰজোঁটৰ নেতা উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamBhawanipur
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d