Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

 China:প্ৰভাৱ পৰিব পাৰে সীমান্ত ব্যৱস্থাপনাত ,চীনৰ নতুন আইনত উদ্বেগ জনালে ভাৰতে

publisher by publisher
October 27, 2021
in India, News
Reading Time: 1 min read
0
 China:প্ৰভাৱ পৰিব পাৰে সীমান্ত ব্যৱস্থাপনাত ,চীনৰ নতুন আইনত উদ্বেগ জনালে ভাৰতে
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

সাগৰলৈ জাহাজ চলাচল কৰিব পৰাকৈ ১৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ নলা খান্দিলে চীনে

Former Chinese Defence Ministers Wei Fenghe and Li Shangfu:দুর্নীতি কৰাৰ অভিযোগত চীনৰ দুই প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্রীক মৃত্যুদণ্ড

একেৰাহে ৪০ ঘণ্টা হৃৎস্পন্দন বন্ধ থকাৰ পাছতো বাচিল ব্যক্তি

চীনৰ নতুন স্থল সীমান্ত আইনক লৈ আপত্তি জনালে ভাৰতে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে এক লিখিত বিবৃতিত কয়, “নতুন আইন প্ৰণয়নৰ ক্ষেত্ৰত চীনৰ একপক্ষীয় সিদ্ধান্তই বৰ্তমানৰ দ্বিপাক্ষিক সীমান্ত ব্যৱস্থাপনাত প্ৰভাৱ পেলাব পাৰে। সীমান্ত সমস্যাৰ ক্ষেত্ৰত যিবোৰ আমাৰ বাবে চিন্তাৰ কাৰণ। ‘

ADVERTISEMENT

যোৱা ২৩ অক্টোবৰত চীনৰ নেচনেল পিলছ কংগ্ৰেছৰ স্থায়ী সমিতিয়ে নতুন স্থল সীমান্ত আইনত অনুমোদন জনায়। দেশখনৰ চৰকাৰী সংবাদ সংস্থা জিনহুয়াই জনাইছে, চীনৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতা সুৰক্ষিত কৰাৰ উদ্দেশ্য অহা এক জানুৱাৰীৰ পৰা নতুন আইনখন কাৰ্যকৰী হ’ব।

নতুন আইনৰ অনুযায়ী চীনৰ স্থল সীমান্তৰ নিৰাপত্তা পক্ষে ক্ষতিকাৰক পদক্ষেপ চিনাক্ত কৰিলে চুবুৰীয়া দেশৰ স’তে সংঘৰ্ষৰ পথত খোজ কাঢ়িব পিপলছ লিৱাৰেছন আৰ্মী (পিএলএ) । লগতে, এই আইনখনে সীমান্ত অঞ্চলত আন্তঃগাঁথনি, সামাজিক আৰু অৰ্থনৈতিক বিকাশত বিশেষ গুৰুত্ব প্ৰদান কৰে।

ইয়াৰ উপৰিও, আইনখনে চুবুৰীয়া দেশসমূহৰ স’তে আলোচনাৰ ওপৰত আধাৰিত কৰি সীমান্ত সমস্যাৰ দীৰ্ঘম্যাদী সমাধানৰ ব্যৱস্থা কৰিছে।

ভাৰত, ভূটান সহ কেবাখনো দেশৰ স’তে স্থল সীমা চূড়ান্ত হোৱা নাই চীনৰ । পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত (এলএচি) চীনা সেনাৰ আক্ৰমণাত্মক আচৰণৰ স্মৃতি এতিয়াও সতেজ হৈ আছে।

এই পৰিস্থিতিত,একদলীয় শাসনাধীন চীনৰ কমিউনিষ্ট পাৰ্টীৰ নেতৃত্বত নতুন পদক্ষেপ ‘লক্ষ্য’নতুন দিল্লী বুলি অনুভৱ কৰিছে সামৰিক বিশ্লেষক আৰু কূটনীতিবিদৰ একাংশই।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিবৃতিত কোৱা হৈছে যে নিয়ন্ত্ৰণ ৰেখাত শান্তি স্থাপনৰ উদ্দেশ্যৰ ওপৰত চীনৰ স’তে সহমতৰ ওপৰত ভিত্তি কৰি কেবাটাও দ্বিপাক্ষিক চুক্তি প্ৰট’কল আৰু ব্যৱস্থাপনা কৰা হৈছে। নতুন দিল্লীয়ে আশা কৰিছে যে নতুন আইন প্ৰণয়নৰ বাবে বেইজিংৰ একপক্ষীয় পদক্ষেপ তেওঁলোকৰ বিৰুদ্ধে নহ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ChinaIndian ArmyLACLadakhPLA
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d