Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Nagaland : ভুল বুজাবুজিৰ বাবে নগালেণ্ডত গুলি চলিছিল, সংসদত বিবৃতি গৃহমন্ত্ৰী শ্বাহৰ

publisher by publisher
December 6, 2021
in India, News
Reading Time: 1 min read
0
Nagaland : ভুল বুজাবুজিৰ বাবে নগালেণ্ডত গুলি চলিছিল, সংসদত বিবৃতি গৃহমন্ত্ৰী শ্বাহৰ
5
SHARES
47
VIEWS
ShareShareShareShare

RelatedPosts

Bengal BJP legislature Party Meeting: আজি দিনৰ দুই বজাত অনুষ্ঠিত পশ্চিমবংগত হ’ব বিজেপিৰ বিধায়িনী দলৰ বৈঠক

Suvendu Adhikari:বংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা প্ৰৱল

কলিয়াবৰ নিৰ্বাচনী প্ৰচাৰৰ পৰা তীব্ৰ ৰাজনৈতিক আক্ৰমণ: অমিত শ্বাহৰ টাৰ্গেট ৰাহুল গান্ধী

ভুল বুজাবুজিৰ বাবে নগালেণ্ডত গুলি চালনা হৈছিল বুলি লোকসভাত বিবৃতি দি জনালে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে । নগালেণ্ডত সেনা আৰু আছাম ৰাইফলছৰ গুলিত ১৪ জন গাঁওবাসীৰ মৃত্যুৰ ঘটনাক তেওঁ ‘গভীৰ দুখজনক’ বুলি কয় । লগতে সোমবাৰে বিবৃতিত তেওঁ কয়, ‘‘বিশেষ তদন্তকাৰী দল (ছিট) গঠন কৰা হৈছে । সম্পূৰ্ণ ঘটনাৰ তদন্ত হ’ব ।’’

ADVERTISEMENT

গৃহমন্ত্রীগৰাকীয়ে তেওঁৰ বিবৃতিত জনায়, শনিবাৰে নিশা মন জিলাৰ অ’টিং গাঁৱৰ কাষত সন্ত্ৰাসবাদী বুলি ভাবি ভুলবশত খনি শ্রমিকসকলৰ গাড়ীত গুলি চালনা কৰিছিল সেনাই । অভিযানত, সেনাৰ ২১ জন কমাণ্ডো আছিল । তেওঁলোকৰ গুলিত গাড়ীৰ আঠ যাত্রীৰ ছজন ঘটনাস্থলতেই নিহত হয় । আহত দুজনকে সেনাসকলে চিকিৎসালয়লৈ লৈ যায় বুলি তেওঁ জনাইছে । গুলি চালনাৰ পাছতেই সেনা ঘাটিত আক্ৰমণ হয় বুলিও উল্লেখ কৰে গৃহমন্ত্ৰী শ্বাহে ।

গৃহমন্ত্ৰী শ্বাহে কয়, ‘‘গাড়ীত গুলি চালনাৰ ঘটনাৰ পাছত গাঁওবাসীসকল অঞ্চলটোত থকা আছাম ৰাইফলছৰ শিবিৰত আক্ৰমণ কৰাত জোৱানসকলে আত্মৰক্ষার্থে গুলি চলায় । সেই ঘটনাচ আৰু সাতজন গাঁওবাসীৰ মৃত্যু হয় ।’’ পাছত পুনৰ জোৱান-জনতা সংঘর্ষত এজন স্থানীয় গাঁওবাসী নিহত হয় । গাঁওবাসীসকলৰ আক্ৰমণত এজন সেনা জোৱানৰ মৃত্যু হৈছে বুলিও তেওঁ জনায় ।

গৃহমন্ত্ৰী শ্বাহে জনায়, এমাহৰ ভিতৰতে ৰিপ’র্ট প্ৰকাশ কৰিব বিশেষ তদন্তকাৰী দলে । তেওঁ কয়, ‘‘ঘটনাৰ প্রাথমিক অনুসন্ধানৰ বাবে ইতিমধ্যে গৃহ মন্ত্রণালয়ৰ অতিৰিক্ত সচিব পর্যায়ৰ এজন বিষয়া কোহিমাত গৈছে ।’’

নগালেণ্ডৰ ডিমাপুৰস্থিত ভাৰতীয় সেনাৰ ৩ নম্বৰ কোৰৰ তৰফৰ পৰা আগতে জনোৱা হৈছিল, ‘বিশ্বস্ত চোৰাংচোৱা সূত্রে খবৰ লাভ কৰিয়েই সন্ত্রাসবাদীসকলক কৰায়ত্ত কৰিবলৈ অ’টিং গাঁৱত অভিযান চলায় সেনা জোৱানসকলে ।’ লগতে, ঘটনাৰ বাবে শোক প্রকাশ কৰিছে সেনাই । সোমবাৰে গৃহমন্ত্ৰী শ্বাহেও সেনাৰ সেই বিবৃতিৰ প্রসংগ উল্লেখ কৰিছে । উল্লেখ্য, শনিবাৰে নিশা এই গুলিচালনাৰ ঘটনাৰ তদন্তৰ আগতেই পৃথক কমিটী গঠন কৰিছে নগালেণ্ডৰ মুখ্যমন্ত্রীও নেইফিউ ৰিঅ’ই ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Amit ShahNagaland
publisher

publisher

Related Posts

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ
Assam

ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d