Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

CBSE : কংগ্ৰেছৰ প্রতিবাদ, ‘নাৰীবিদ্বেষী’ বিতর্কৰ পৰা সাৰিবলৈ পিছ হুহকিলে চিবিএছই-য়ে, প্রত্যাহাৰ প্রশ্ন

publisher by publisher
December 13, 2021
in India, News
Reading Time: 1 min read
0
CBSE : কংগ্ৰেছৰ প্রতিবাদ, ‘নাৰীবিদ্বেষী’ বিতর্কৰ পৰা সাৰিবলৈ পিছ হুহকিলে চিবিএছই-য়ে, প্রত্যাহাৰ প্রশ্ন
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

পশ্চিমবংগ আৰু অসমৰ বিধানসভা নিৰ্বাচনত মুছলমান সন্দৰ্ভত বিজেপি নেতাসকলে কৰা মন্তব্য সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া কংগ্ৰেছৰ

কামৰূপ মহানগৰত এনডিএৰ অগ্ৰগতি

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

লিংগ বৈষম্য সংক্রান্ত বিতর্কৰ পৰা হাত সাৰিবলৈ পিছ হুহকিলে চিবিএছই-য়ে । দশম শ্রেণীৰ ব’র্ড পৰীক্ষাৰ ইংৰাজী বিষয়ৰ বিতর্কিত প্রশ্ন প্রত্যাহাৰৰ কথা ঘোষণা কৰা হ’ল সোমবাৰে । চিবিএছই-য়ে জনাইছে, যিসকল পৰীক্ষার্থীয়ে এই প্রশ্নৰ উত্তর লিখিছে, তেওঁলোকৰ প্রত্যেককেই সম্পূৰ্ণ নম্বৰ দিয়া হ’ব ।

ADVERTISEMENT

চিবিএছই পৰীক্ষাৰ বিতর্কিত প্রশ্নক লৈ সোমবাৰে সংসদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীয়ে, চিবিএছই দশম শ্রেণীৰ পৰীক্ষাৰ এই প্রশ্নক ‘চৰম নাৰীবিদ্বেষী’ বুলি কয় । সংসদত জিৰ’ আৱাৰৰ বক্তৃতাত তেওঁ কয়, ‘‘কেন্দ্রীয় চৰকাৰে ইয়াৰ বাবে নিঃচর্তে ক্ষমা বিচৰা উচিত ।’’ কংগ্রেছসহ কিছুসংখ্যক বিৰোধী দলৰ সাংসদসকলে কেন্দ্র নিয়ন্ত্রিত চিবিএছই-ৰ এই পদক্ষেপৰ প্রতিবাদ ৱাকআউট কৰে ।

Most #CBSE papers so far were too difficult and the comprehension passage in the English paper was downright disgusting.

Typical RSS-BJP ploys to crush the morale and future of the youth.

Kids, do your best.
Hard work pays. Bigotry doesn’t.

— Rahul Gandhi (@RahulGandhi) December 13, 2021

দশম শ্রেণীৰ পৰীক্ষাৰ এটা প্রশ্নত কোৱা হয়, ‘পত্নীয়ে যদি স্বামীৰ কথা মানি চলে, সন্তানসকলেও তেওঁলোকৰ মাতৃৰ বাধ্য হ’ব’ । আন এটা বাক্যত কোৱা হয়, ‘মাতৃয়ে উচতনি দিয়াৰ বাবেই অভিভাবকসকলে সন্তানক নিয়ন্ত্রণ কৰাত সমস্যা হয়’ ।

কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে সোমবাৰে টুইটাৰত লিখে, ‘চিবিএছই-ৰ এইবাৰৰ পৰীক্ষাৰ অধিকাংশ প্রশ্নই কঠিন । ইংৰাজী বিষয়ৰ পৰীক্ষাৰ কম্প্রিহেনছন অংশ একেবাৰে ঘৃণনীয় । আৰ‌এছএছ আৰু বিজেপিয়ে মিলি দেশৰ যুৱ সমাজৰ নৈতিকতা আৰু ভৱিষ্যৎ শেষ কৰিব বিচাৰিছে । কঠোৰ পৰিশ্রমহে কাৰ্যকৰী, ধর্মান্ধতা নহয় ।’

Unbelievable! Are we really teaching children this drivel?

Clearly the BJP Government endorses these retrograde views on women, why else would they feature in the CBSE curriculum? @cbseindia29 @narendramodi?? pic.twitter.com/5NZyPUzWxz

— Priyanka Gandhi Vadra (@priyankagandhi) December 13, 2021

কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধীয়েও চিবিএছই-ৰ বিতর্কিত প্রশ্নৰ বিৰোধিতাত টুইট কৰে । তেওঁ লিখে, ‘অবিশ্বাস্য ! সঁচাকে আমি শিশুসকলক কি শিক্ষা দিব বিচাৰিছো ! স্পষ্ট হ’ল, বিজেপি চৰকাৰে মহিলাসকলৰ সম্পর্কে ভুল ধাৰণাত সমর্থন কৰে । যদি নহয় তেন্তে চিবিএছই-ৰ প্রশ্ন কাকতত কিয় ঠাই পাব ?’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CBSECongressRahul GandhiSonia Gandhi
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d