Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন

    কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

    কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

    কিদৰে চোৰাং সোণৰ বৃহৎ বজাৰত পৰিণত হৈ পৰিছে গুৱাহাটী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

আফস্পা প্ৰত্যাহাৰৰ বাবে পেনেল গঠন

দিল্লীত গৃহমন্ত্ৰী শ্বাহৰ স'তে বৈঠকৰ অন্তত সদৰী কৰিলে নগালেণ্ডৰ মুখ্যমন্ত্ৰী ৰিঅ'ৱে

publisher by publisher
December 27, 2021
in India, News
Reading Time: 1 min read
0
আফস্পা প্ৰত্যাহাৰৰ বাবে পেনেল গঠন
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

Bengal BJP legislature Party Meeting: আজি দিনৰ দুই বজাত অনুষ্ঠিত পশ্চিমবংগত হ’ব বিজেপিৰ বিধায়িনী দলৰ বৈঠক

Suvendu Adhikari:বংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা প্ৰৱল

কলিয়াবৰ নিৰ্বাচনী প্ৰচাৰৰ পৰা তীব্ৰ ৰাজনৈতিক আক্ৰমণ: অমিত শ্বাহৰ টাৰ্গেট ৰাহুল গান্ধী

বিতৰ্কিত সেনা আইনক লৈ নগালেণ্ডত বৰ্ধিত উত্তাপৰ মাজতে কেন্দ্ৰীয় চৰকাৰে এই সম্পৰ্কীয় বিষয়টো বিবেচনাৰ বাবে কমিটী গঠনৰ সিদ্ধান্ত লৈছে । দেওবাৰে বিয়লি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ স’তে হোৱা এক বৈঠকৰ অন্তত সম্পন্ন হোৱা নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ টুইটাৰযোগে প্ৰকাশ কৰে যে বিতৰ্কিত সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন প্ৰত্যাহাৰৰ বিষয়টো বিবেচনাৰ বাবে এখন কমিটী গঠন কৰা হ’ব ।

ADVERTISEMENT

চলিত মাহতে নগালেণ্ডৰ মন জিলাৰ অটিং বস্তিত সেনাৰ গুলিত ১৪ জন নিৰীহ লোকৰ মৃত্যু হোৱাৰ পাছত ৰাজ্যখনত ধাৰাবাহিক প্ৰতিবাদ অব্যাহত আছে । সেনাবাহিনীক অতি ক্ষমতাশালী কৰি তোলা আইনখন প্ৰত্যাহাৰৰ বাবে পুনৰ নগালেণ্ডৰ লগতে উত্তৰ-পূৰ্বাঞ্চলতে সজোৰে দাবী উত্থাপিত হৈছে । নগালেণ্ডত ৰাজ্যজুৰি প্ৰতিবাদী সমদল অব্যাহত আছে । ৰাজধানী কহিমাকো কঁপাই তুলিছে এই প্ৰতিবাদে ।

দেওবাৰে মুখ্যমন্ত্ৰী ৰিঅ’ৱে টুইটাৰযোগে কয় যে যোৱা ২৩ ডিচেম্বৰত নতুন দিল্লীত গৃহমন্ত্ৰী শ্বাহৰ অধ্যক্ষতাত সম্পন্ন হোৱা বৈঠকৰ বিষয়ে সংবাদ মাধ্যমক সদৰী কৰিছে । ২৩ ডিচেম্বৰৰ উক্ত বৈঠকত দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত উপস্থিত আছিল ৰিঅ’ৰ উপৰি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, নগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰী ৱাই পট্টুন আৰু এনপিএফ‌এলপিৰ নেতা টি আৰ জেৰিয়ান ।

Briefed the media with regard to the meeting chaired by Hon'ble @HMOIndia Shri @AmitShah on Dec' 23, 2021 in New Delhi. Grateful to Amit Shah ji for taking up the matter with utmost seriousness. The State Govt. appeals to all sections to continue to maintain a peaceful atmosphere pic.twitter.com/a8CLuw3MM6

— Neiphiu Rio (@Neiphiu_Rio) December 26, 2021

টুইটাৰত এই সম্পৰ্কীয় বিবৃতিত নগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে কয় যে নগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে কমিটী গঠনৰ বিষয়ে উল্লেখ কৰাৰ বিষয়ে কয় যে এই কমিটীখনৰ অধ্যক্ষ হ’ব কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ উত্তৰ-পূৰ্বাঞ্চলৰ দায়িত্বৰত অতিৰিক্ত সচিব । তদুপৰি এই কমিটীত থাকিব নগালেণ্ডৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান । আন সদস্যসকলৰ ভিতৰত থাকিব আৰজিএআৰ (এন)ৰ সদস্য তথা চিআৰপিৰ প্ৰতিনিধি । অহা ৪৫ দিনৰ ভিতৰত কমিটীয়ে প্ৰতিবেদন দাখিল কৰিব । কমিটীৰ অনুমোদনৰ ওপৰত নিৰ্ভৰ কৰিব নগালেণ্ডৰ পৰা অশান্তিপূৰ্ণ অঞ্চল আৰু আফস্পা প্ৰত্যাহাৰৰ বিষয়টো । বিবৃতিত তেওঁ লগতে কয় যে এক অনুসন্ধান আদালতে সেনা ইউনিট আৰু সেনা জোৱানৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব । অটিঙৰ ঘটনাৰ স’তে যিসকল প্ৰত্যক্ষভাৱে জড়িত তেওঁলোকৰ বিৰুদ্ধে এই পদক্ষেপ লোৱা হ’ব । এক স্বচ্ছ তদন্তৰ ভিত্তিত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও বিবৃতিত কোৱা হৈছে । তদন্তৰ আওতালৈ অহাসকলক তাৎক্ষণিকভাৱে নিলম্বন কৰা হ’ব ।

নগালেণ্ডৰ মুখ্যমন্ত্ৰীজনে তদুপৰি কয় যে ঘটনাত নিহতৰ আত্মীয়ক চৰকাৰী চাকৰিত নিযুক্তি দিয়া হ’ব । এই প্ৰক্ৰিয়া আৰম্ভ কৰিব জিলা উপায়ুক্ত আৰু মন জিলাৰ আৰক্ষী অধীক্ষকে । সংশ্লিষ্ট গাঁও পৰিষদৰ স’তে আলোচনাৰ অন্তত তেওঁলোকে প্ৰয়োজনীয় প্ৰক্ৰিয়া আৰম্ভ কৰিব । অৰ্হতাৰ ভিত্তিত অনুকম্পামূলকভাৱে চৰকাৰী চাকৰিত নিযুক্তি দিয়া হ’ব । এই বিষয়টো অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰা বাবে তেওঁ গৃহমন্ত্ৰী শ্বাহক ধন্যবাদ জনায় । উল্লেখ্য যে বিগত সপ্তাহত নগালেণ্ডৰ বিধানসভাই উত্তৰ-পূৰ্বাঞ্চল বিশেষকৈ ৰাজ্যখনৰ পৰা আফস্পা প্ৰত্যাহাৰৰ বাবে দাবী উত্থাপন কৰি ঐক্যমতত প্ৰস্তাৱ গ্ৰহণ কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AFSPAAmit ShahNagalandNeiphiu RioNorth East
publisher

publisher

Related Posts

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

September 27, 2026
ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন
Assam

ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন

September 27, 2026
কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা
Assam

কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

September 27, 2026
কিদৰে চোৰাং সোণৰ বৃহৎ বজাৰত পৰিণত হৈ পৰিছে গুৱাহাটী
Assam

কিদৰে চোৰাং সোণৰ বৃহৎ বজাৰত পৰিণত হৈ পৰিছে গুৱাহাটী

September 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d