ADVERTISEMENT

Tag: North East

Agniveer : ভাৰতীয় সেনাত অগ্নিবীৰ নিয়োগৰ বাবে নতুনকৈ প্ৰৱৰ্তন কৰা ব্যৱস্থাটোত আকৰ্ষিত উত্তৰ-পূবৰ মহিলা প্ৰাৰ্থী

Agniveer : ভাৰতীয় সেনাত অগ্নিবীৰ নিয়োগৰ বাবে নতুনকৈ প্ৰৱৰ্তন কৰা ব্যৱস্থাটোত উত্তৰ-পূব অঞ্চলত বৃহৎ সংখ্যক প্ৰাৰ্থী দেখা গৈছে পোৱা গৈছে ...

Read more

গুৱাহাটীত অল-নিউ ৱানপ্লাছ ৰোড ট্ৰিপ কেম্পেইন মুকলি

প্ৰতিষ্ঠিত ব্ৰেণ্ড ৱানপ্লাছ ইণ্ডিয়াই প্ৰথমবাৰৰ বাবে গুৱাহাটীত আৰম্ভ কৰিছে ৱানপ্লাছ ৰোড ট্ৰিপ নামৰ এক অভিযান । এই ৰোমাঞ্চকৰ ট্ৰিপ অভিযানটো ...

Read more

আফস্পা প্ৰত্যাহাৰৰ বাবে পেনেল গঠন

বিতৰ্কিত সেনা আইনক লৈ নগালেণ্ডত বৰ্ধিত উত্তাপৰ মাজতে কেন্দ্ৰীয় চৰকাৰে এই সম্পৰ্কীয় বিষয়টো বিবেচনাৰ বাবে কমিটী গঠনৰ সিদ্ধান্ত লৈছে । ...

Read more

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সকলো যাত্ৰীবাহী বাহনক বংগত প্ৰৱেশত বাধা

ক’ভিডৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশবাসীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰাৰ সময়তে আজি পশ্চিমবংগ চৰকাৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা বংগ ...

Read more

কৰ’নাৰ বিৰুদ্ধে সুৰক্ষিত অঞ্চল হিচাপে বিবেচিত হৈছে উত্তৰ পূৰ্বাঞ্চল

দেশৰ অন্যান্য প্ৰান্ততকৈ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনত কৰ’না আক্ৰান্তৰ সীমিত সংখ্যাক লৈ সৃষ্টি হৈছে ৰহস্যৰ ৷ বিশেষকৈ অঞ্চলটোৰ পাহাৰীয়া অঞ্চলসমূহত ...

Read more

উত্তৰ পূৰ্বাঞ্চলত কেন্দ্ৰৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া অবৈধ আখ্যা

দেশত নিৰ্বাচন আয়োগৰ এক প্ৰাক্তন ন্যায়িক পৰামৰ্শদাতাই কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ পূৰ্বাঞ্চলত সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰচেষ্টাক অবৈধ আখ্যা দিয়াক লৈ তীব্ৰ ...

Read more