Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Narendra Modi Security Car : বিস্ফোৰককো প্ৰতিহত কৰিব, প্ৰধানমন্ত্ৰী মোদীৰ সুৰক্ষা বাহনৰ মূল্য ১২ কোটি

publisher by publisher
December 29, 2021
in India, News
Reading Time: 1 min read
0
Narendra Modi Security Car : বিস্ফোৰককো প্ৰতিহত কৰিব, প্ৰধানমন্ত্ৰী মোদীৰ সুৰক্ষা বাহনৰ মূল্য ১২ কোটি
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

‘সন্ত্রাসবাদ ধ্বংসৰ সংকল্পত অটল ভাৰত’ — অপাৰেশন সিন্দূৰৰ বৰ্ষপূর্তিত সেনাক প্ৰণাম মোদীৰ

বিজয় উৎসৱৰ প্ৰস্তুতিত ব্যস্ত বিজেপি মুখ্য কাৰ্যালয়

‘গার্ড’ কিনিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে । অৱশ্যে এই ‘গার্ড’ ৰক্ষী নহয় । বৰঞ্চ ‘ৰক্ষাকাৰী বর্ম’ বুলিব পাৰি । এনে বর্ম যাক গাত পৰিধান কৰি নোৱাৰে ।

ADVERTISEMENT

সম্প্রতি বর্মটো দেখা গৈছে দিল্লীত । হায়দৰাবাদ হাউছৰ সন্মুখত ৰখাই থোৱা আছিল । তাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক অভ্যর্থনা জনাবলৈ গৈছিল প্রধানমন্ত্রী মোদী ।

কিচকিছিয়া ক’লা বৰণৰ । খিৰিকীত ক’লা কাঁচ । চাৰি চকাৰ লিমুজিন । এইটোৱে মোদীৰ নতুন বাহন । নতুন বর্ম । নাম ‘গার্ড’ ।

‘গার্ড’ মোদীৰ জিম্মাত থকা বাহনৰ তালিকাত নতুন সংযোজন । গাড়ী প্রস্তুতকাৰী সংস্থা মার্চিডিজে নিৰ্মাণ কৰিছে । গার্ডৰ সম্পূৰ্ণ নাম মার্চিডিজ-মে বেচ এছ ৬৫০ গার্ড । এইটো মার্চিডিজ-ৰ এছ ছিৰিজৰ সাম্প্রতিকতম মডেল ।

মার্চিডিজ-ৰ ‘এছ ছিৰিজ’ গাড়ীৰ জগতত বেচ দৰ । তাৰ কাৰণ এই গাড়ীৰ ব্যৱহাৰকাৰীসকল । মূলত ৰাষ্ট্রপ্রধানসকলেই এছ ছিৰিজৰ গাড়ীৰ ক্রেতা । কিয়নো বিশেষজ্ঞসকলৰ মতে, এছ ছিৰিজৰ দৰে যাত্রী-নিৰাপত্তা খুব কম গাড়ীয়েই দিব পাৰে ।

প্ৰধানমন্ত্ৰী মোদী বাহনৰ বিষয়ত চৌখিন‌ । সেয়ে মুখ্যমন্ত্রীত্বৰ সময়ৰ পৰাই তেওঁৰ বাহন নির্বাচনে দৃষ্টি আকৰ্ষণ কৰি আহিছে । প্রথমে এটা বুলেটপ্রুফ মাহিন্দ্রা স্কর্পিঅ’ ব্যৱহাৰ কৰিছিল । ২০১৪ত প্রধানমন্ত্রী হোৱাৰ পাছত পুৰণি বাহন সলনি কৰে । প্রধানমন্ত্রী মোদীৰ বাহন বিএমডব্লিউ-ৰ ছেভেন ছিৰিজৰ গাড়ী । বিএমডব্লিউ-ৰ উচ্চ নিৰাপত্তা সম্পন্ন যিসমূহ গাড়ী আছে, তাৰ ভিতৰত এইখন অন্যতম ।

প্ৰধানমন্ত্ৰীগৰাকীক সঘনাই বাহন সলনি কৰা দেখা গৈছে । সাত বছৰত দুবাৰ গাড়ী সলনি কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । প্রথমে লেণ্ড ৰোভাৰৰ ৰেঞ্জ ৰোভাৰ ভোগ গাড়ীখন কিনিছিল ।

‘গার্ড’-ৰ আগতে প্ৰধানমন্ত্ৰী মোদীয়ে শেষ কিনা গাড়ীখন আছিল টয়োটাৰ লেণ্ড ক্রুজাৰ । এই গাড়ীৰ বৈশিষ্ট্য আছিল ১৬টা কেমেৰাত দৃষ্টি নিক্ষেপৰ ব্যৱস্থা । লগতে টয়োটাথ এই গাড়ীত ব্যৱহাৰকাৰীসকলৰ চাহিদাৰ দৰে পৰিৱর্তনো আনিব পাৰি ।

টয়োটাৰ এই গাড়ীৰো অৱশ্যে নাম কাটা গৈছে মোদীৰ গাড়ীৰ তালিকাৰ পৰা । প্ৰধানমন্ত্ৰী মোদীৰ নতুন বিশ্বস্ত সংগী ‘গার্ড’ । কিন্তু গার্ড-ৰ বৈশিষ্ট্য কি ?

এছ ৬৫০ গার্ড-ৰ বৃহৎ গুণ হ’ল গুলি মোকাবিলা কৰাৰ ক্ষমতা । গার্ডে বর্মভেদী বুলেটকো বাধা দিব পাৰে । তদুপৰি একে-৪৭-ৰ গুলিৰ আঘাতো প্রতিহত কৰিব পাৰে মোদীৰ নতুন বাহনে ।

আৰু কী ক্ষমতা আছে ? মোদীৰ এই নতুন বর্ম-বাহনে বিস্ফোৰণৰ পৰাও সুৰক্ষা প্ৰদান কৰিব । দুই মিটাৰ দূৰত্বৰ পৰা যদি কোনো ১৫ কেজিৰ বিস্ফোৰকো বিস্ফোৰণ হয়, তেতিয়াও বনেটত চাপ নপৰিব ‘গার্ড’-ৰ ।

এছ ৬৫০-ৰ খিৰিকীৰ ভিতৰত আছে পলি কার্বনেটৰ আস্তৰণ । মাইনজাতীয় বিস্ফোৰণৰ পৰা ৰক্ষা পাবলৈ গাড়ীৰ তলৰ অংশতো বিশেষ সুৰক্ষা বর্ম আছে । যদি গেছ আক্ৰমণো হয়, আৰোহীক বিশুদ্ধ বতাহ সৰবৰাহৰ ব্যৱস্থা কৰিব গার্ডে ।

এই গাড়ীৰ ইঞ্জিন ৬.০ লিটাৰ টুইন টার্বো ভি ১২ । যি ৫০০ হর্ছপাৱাৰ আৰু ৯০০ নিউটন মিটাৰ শক্তি উৎপাদন কৰিব পাৰে । নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰতি ঘণ্টাত ১৬০ কিলোমিটাৰ গাড়ীৰ গতি নিয়ন্ত্রিত হ’ব ।

টায়াৰ পাংচাৰ কৰিও বিপদত পেলাব নোৱাৰিব মোদীৰ নতুন গাড়ীক । কাৰণ গাড়ীৰ চাৰিটা চকাই নিৰেট বা ফ্লেট টায়াৰেৰে নিৰ্মিত ।

প্ৰধানমন্ত্ৰী মোদীৰ নতুন বাহনৰ নিৰাপত্তাক ভিআৰ-১০ স্তৰৰ সুৰক্ষা বুলি চিহ্নিত কৰা হৈছে । সম্প্ৰতি গাড়ীৰ জগতত এইটোৱে সর্বোচ্চ নিৰাপত্তা ।

নিশাৰ অন্ধকাৰত দূৰৰ পৰা যিকোনো বস্তুকে চিহ্নিত কৰাৰ ক্ষমতা আছে এই গাড়ীৰ । চালকৰ উলোটা দিশৰ আইনাত ব্লাইণ্ড স্পটৰ পৰাও যদি কোনো গাড়ীয়ে আক্ৰমণ কৰিব বিচাৰে, তেতিয়া চালকৰ চকুত ধৰা পৰিব ।

বৃহৎ দুর্ঘটনাৰ পৰা হাত সাৰিবলৈ গাড়ীৰ পাছফালৰ আসনতো এয়াৰবেগ সুৰক্ষা‌ আছে । তদুপৰি ছিট বেল্টে যাতে বুকুৰ ওপৰত অতিৰিক্ত চাপ নিদিয়ে, তাৰ বাবে বেল্টৰ ভিতৰতো এয়াৰবেগ আছে ।

এটা এছ ৬৫০ গার্ডৰ মূল্য ১২ কোটি টকা । প্রধানমন্ত্রীৰ নিৰাপত্তাৰ বাউ দুটা গাড়ী কিনা হৈছে । ইয়াৰে এটা প্ৰধানমন্ত্ৰীগৰাকীয়ে ব্যৱহাৰ কৰিব । অন্যটো থাকিব সম্ভাব্য আক্ৰমণকাৰীক বিভ্রান্ত কৰিবৰ বাবে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Mercedes-Maybach S650 GuardNarendra Modi
publisher

publisher

Related Posts

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 
Assam

শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

August 22, 2026
কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে
India

কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

August 21, 2026
যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য
India

যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

August 21, 2026
কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ
India

কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d