Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ধলপুৰৰ উচ্ছেদিত লোকৰ মাজত আতংক

অচিন ৰোগত কমেও ১০জনৰ মৃত্যু

publisher by publisher
January 29, 2022
in Assam, News
Reading Time: 1 min read
0
ধলপুৰৰ উচ্ছেদিত লোকৰ মাজত আতংক
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তর্গত সানােৱা পঞ্চায়তৰ ধলপুৰ চৰত অস্থায়ীভাৱে আশ্রয় লৈ থকা গৃহহীন লােকসকলৰ মাজৰ কমেও ১০ জন উচ্ছেদিত লােকৰ চলিত মাহতে অচিন ৰােগত মৃত্যু হৈছে। ‘দৈনিক অগ্রদূত’ৰ আগত উচ্ছেদিত গৃহহীন লােকে প্রকাশ কৰা অনুসৰি চলিত জানুৱাৰীৰ ভিত মনচুৰ আলীৰ পুত্র মিঠু শেইখ, জয়নাল আলীৰ পুত্ৰ গফৰ আলী, শাহজাহান আলীৰ পুত্ৰ ৰাইহান আহমেদ, চান্দ মামুদ আলীৰ পুত্র খুচবৰ আলী, চবৰ আলীৰ পুত্ৰ চবিউৰ আলী, চুকুৰ আলীৰ কন্যা আঞ্জু আখতাৰা আৰু জ্বালাল শ্বেইখৰ পুত্ৰ কলিমউদ্দিনকে ধৰি ১০ৰ পৰা ১৫জন লােকৰ অকাল মৃত্যু ঘটে।

ADVERTISEMENT

পূর্বে তিনি নম্বৰ ধলপুৰৰ পৰা উচ্ছেদিত হৈ বর্তমান ভেটিৰ বজাৰত অস্থায়ী শিবিৰ পাতি আশ্ৰয় লৈ থকা ছফিকুল ইছলামে কয়, ‘ভেটিৰ বজাৰ চৰক উত্তৰ-দক্ষিণে ব্ৰহ্মপুত্ৰৰ সুঁতিয়ে আগুৰি আছে। ঠাণ্ডাৰ প্রকোপ বেছি। গােটেই নিশা বৰষুণৰ দৰে নিয়ৰ পৰি থাকে। কাহ, চর্দি, জুৰ প্ৰতিটো পৰিয়ালতে হৈ আছে। তাৰ মাজতে বহুতৰ ডিঙি, মুখ, কান্ধ অস্বাভাৱিকভাৱে ফুলি উঠে আৰু সহিব নােৱাৰা বিষ হয়। খাব-শুব নােৱাৰে।

এনে লক্ষণ দেখা দিলে এসপ্তাহতকৈ বেছিদিন জীয়াই নাথাকে। শিবিৰত দেখা দিয়া এনে গুৰুতৰ স্বাস্থ্যজনিত পৰিস্থিতিৰ বিষয়ে ব্যাখ্যা কৰিবলৈ গৈ ইছলামে কয় যে উচ্ছেদিত লােকসকলৰ প্রতি অসম চৰকাৰ তথা জিলা প্রশাসনে দেখুওৱা অৱহেলাত পুনৰ সংস্থাপনৰ সকলাে আশা-ভৰসা ত্যাগ কৰি উচ্ছেদিত পৰিয়ালসমূহৰ শাৰীৰিকভাৱে সক্ষম আৰু সবলসকল কেৰালা, তামিলনাড়ু, কর্ণাটক, গুজৰাট, মহাৰাষ্ট্ৰ আদি ৰাজ্যলৈ শ্ৰম কৰি দুপইচা আর্জিবলৈ গুচি গৈছে।

তেওঁ কয়, বহিঃৰাজ্যৰ উপৰি শতাধিক লােক গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন জিলালৈ কাম বিচাৰি প্ৰব্ৰজন কৰিছে। গতিকে বহু পৰিয়ালত মানুহ বেমাৰত ভুগিলেও হাস্পতাললৈ নিয়া মানুহৰ অভাৱ। আশ্রয় শিবিৰত থকাখিনিয়ে নিজৰ শুশ্রুষা ল’বলৈ টকা-পইচাৰ অভাৱ।

ফলত বন্য জীৱ-জন্তুৰ দৰে চিকিৎসাৰ অভাৱত মানুহখিনিয়ে মৰিছে।’ভেটিৰ বজাৰৰ অস্থায়ী শিবিৰৰ আন এজন বাসিন্দা চবেৰ আলীয়ে কয় যে কিছু কিছু ৰাজনৈতিক দল-স্বেচ্ছাসেৱী সংগঠনে উচ্ছেদৰ পৰৱৰ্তী সময়ত কিছু খাদ্য সামগ্রী, কম্বল আৰু ৰােগীক টকা-পইচা দি সাহায্য আগবঢ়াইছিল যদিও এনে সাহায্যৰে উচ্ছেদিত লােকসকলে এদিন দুদিনহে জীয়াই থাকিব পাৰিব।

দৰং জিলা প্রশাসনে ধলপুৰৰ চৰৰ উচ্ছেদিত লােকসকলক সকলাে প্ৰকাৰৰ সাহায্য প্রদান কৰি থকা বুলি অপপ্রচাৰত লিপ্ত হৈছে বুলি ক্ষোভ প্রকাশ কৰি আলীয়ে কয়, ‘উচ্ছেদৰ দিন ধৰি আজি পর্যন্ত অসম চৰকাৰ তথা দৰং জিলা প্ৰশাসনৰ পৰা আমি একো সাহায্য নাপালাে।

জিলা প্রশাসনৰ সাহায্য মাথোঁ কাগজৰ মাজতে সীমাবদ্ধ। উচ্ছেদিত লােকসকল মাঘৰ ঠাণ্ডা বতৰতাে মুকলি আকাশৰ তলত বাস কৰিছে। এই মাহত ১০ৰ পৰা ১৫ জন শিশু-বৃদ্ধকে ধৰি উচ্ছেদিত লােক মৃত্যুমুখত পৰিছে। স্বাস্থ্য বিভাগৰ মানুহ আহি খবৰ লােৱা নাই।

হাস্পতাললৈ যাবলৈ বাট-পথ নাই। মানুহৰ হাতত পইচা নাই। আমাক একপ্রকাৰ নিজে নিজে মৰিবলৈ এৰি দিছে।’ঠাণ্ডাৰ প্রকোপ সহিব নােৱাৰি বহুতে মৃত্যুমুখত পৰিছে বুলি আক্ষেপ প্রকাশ কৰি উচ্ছেদিত শাহজাহান আলীয়ে কয় যে বহু পৰিয়ালৰ ঘৰ উচ্ছেদৰ সময়ত জুলি গৈছিল।

কোনাে সংগঠনৰ সাহায্যত পােৱা এখন মাথোঁ কম্বলতে ১০ৰ পৰা ১২ জনীয়া এটি পৰিয়ালে নিশাটো পাৰ কৰিছে বুলি উল্লেখ কৰি শ্বাহজাহানে কয়, ‘মানুহৰ গাত কাপােৰ নাই। নিশা শুবলৈ কম্বল নাই। নিশা খৰি জ্বলাই উম ল’বলৈ বহু পৰিয়ালৰ ঘৰত খৰি নাই। মানুহখিনি ঠাণ্ডাত মৰিছে নে বেমাৰত মৰিছে।

আমি ধৰিব পৰা নাই। আমি কেৱল মৃত্যুৰ সংখ্যা গণি আছে। কোনােবা বেমাৰত পৰিলেই মৃত্যুলৈ ৰৈ থকাৰ দৰে হৈছে। উচ্ছেদৰ পাছত আমি ক’তাে ওলােৱা-সােমােৱা কৰিব পৰা নাই। প্রশাসনেও আমাৰ কোনাে ধৰণৰ খবৰ নৰখা হ’ল।’উল্লেখ্য যে উচ্ছেদৰ পৰৱৰ্তী সময়ত অসম চৰকাৰে ছিপাঝাৰ ৰাজহ চক্ৰ বিষয়া আৰু অতিৰিক্ত উপায়ুক্তকে ধৰি দৰং জিলা প্ৰশাসনৰ বহুকেইগৰাকী উচ্চপদস্থ বিষয়ক বিভিন্ন কাৰণত বদলি কৰে।

অৱশ্যে দৰং জিলাৰ উপায়ুক্ত প্রভাতী থাওচেন বর্তমানাে দায়িত্বত আছে যদিও ধলপুৰ সন্দৰ্ভত কোনাে কাৰণতে মন্তব্য প্রকাশ কৰিবলৈ প্ৰস্তুত নহয়। উপায়ুক্ত থাওচেনক ‘দৈনিক অগ্রদূত’ৰ সাংবাদিকে বিভিন্ন সময়ত ধলপুৰৰ পৰিস্থিতি আৰু পুনৰসংস্থাপন সন্দৰ্ভত প্রতিক্রিয়া ল’বলৈ চেষ্টা কৰি আহিছে যদিও কোনােদিনে ফোন কল অথবা ‘মেছেজ’ৰ প্রত্যুত্তৰ নিদিয়ে।

অতি সম্প্রতি ধলপুৰৰ পৰা যােৱা ছেপ্টেম্বৰতে উচ্ছেদৰ সন্মুখীন হৈ বর্তমান ভেটিৰ বজাৰত অস্থায়ীভাৱে শিবিৰ পাতি বাস কৰা লােকসকলৰ মাজত অচিন ৰােগে দেখা দিয়াৰ ফলত আতংকৰ পৰিৱেশৰ সৃষ্টি হােৱাৰ সন্দৰ্ভত উপায়ুক্তক যােগাযােগ কৰা হৈছিল যদিও স্বভাৱগতভাৱে তেওঁ ‘দৈনিক অগ্রদূত’ৰ সাংবাদিক ফোন কাটি দিয়ে আৰু ‘মেছেজ’ দিয়াতাে কোনাে প্রত্যুত্তৰ নিদিলে।

উপায়ান্তৰ হৈ ভেটিৰ বজাৰৰ আশ্রয় শিবিৰত অচিন ৰােগত মৃত্যু হােৱাৰ কাৰণ সন্দৰ্ভত দৰং জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ৰূপলাল নুনিচাক যােগাযােগ কৰাত তেওঁ কয়, “ভেটিৰ বজাৰৰ আশ্রয় শিবিৰৰ পৰা কোনাে ধৰণৰ অস্বাভাৱিক মৃত্যুৰ তথ্য অথবা প্রতিবেদন পােৱা নাই।

ছিপাঝাৰ প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা সকলাে ধৰণৰ স্বাস্থ্য সেৱা প্ৰদান কৰি থকা হৈছে। এজন-দুজনৰ ক’ভিড হ’ব পাৰে; কিন্তু কোনাে অস্বাভাৱিকভাৱে মৰিছে বুলি মােক কোনাে খবৰ দিয়া নাই। একপ্ৰকাৰ আমি উত্তম স্বাস্থ্য সেৱা আগবঢ়াই আছাে।’তাৎপর্যপূর্ণ যে ভেটিৰ বজাৰৰ আশ্রয় শিবিৰৰ এজনাে লােক চলিত মাহত মৃত্যু হােৱা নাই নেকি বুলি পােনপটীয়াকৈ সােধা এক প্রশ্নৰ উত্তৰত ডাঃ নুনিচাই আত্মবিশ্বাসেৰে হােৱা নাই বুলি কোৱাৰ বিপৰীতে ‘মােক তেনেকুৱা তথ্য কোনােৱে দিয়া নাই’ বুলিহে দায়সৰা মন্তব্য কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamDholpur
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d