Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

শূণ্য হাতেৰে ফাৰ্মিঙৰ জৰিয়তে সাফল্যৰ আকাশ চোৱা মৰিগাঁৱৰ দন্দুৱাৰ এগৰাকী শিক্ষিত বোৱাৰী জুনুমা মালি

publisher by publisher
February 9, 2022
in Assam, News
Reading Time: 1 min read
0
শূণ্য হাতেৰে ফাৰ্মিঙৰ জৰিয়তে সাফল্যৰ আকাশ চোৱা মৰিগাঁৱৰ দন্দুৱাৰ এগৰাকী শিক্ষিত বোৱাৰী জুনুমা মালি
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

কৰ্মস্পৃহা থাকিলে মানুহে কৰিব নোৱাৰা কাম একো নাই। তাকেই যেন পুণৰ বাৰ প্ৰমান কৰি সংস্হাপনৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে মৰিগাঁও জিলাৰ দন্দুৱাৰ এগৰাকী উদ্যমি মহিলাই। মহিলা গৰাকীৰ নাম জুনুমা মালি ডেকা।

ADVERTISEMENT

স্নাতক জুনুমা মালিয়ে কেৱল ফাৰ্মিঙৰ জৰিয়তে বৰ্তমান সময়ত সমগ্ৰ মৰিগাঁও জিলা খনৰ ভিতৰতে এগৰাকী অন্যতম স্বাৱলম্বী মহিলা হিচাবে চিহ্নিত হৈছে। জুনুমাৰ মাতৃৰ গৃহ গুৱাহাটী বিজয় নগৰ ৰঙামাটিত।

২০১০ চনত স্নাতক ডিগ্ৰী লাভৰ পাছত জুনুমা বিবাহ সূত্ৰে মৰিগাঁও জিলাৰ দন্দুৱাৰ এটি পৰিয়াললৈ বোৱাৰী হৈ আহে। স্বামীৰ আছিল এখন কাঠৰ দোকান । লগতে পৰিয়াল টোৰ ঘৰৰ চৌহদত আছিল এটা এয়াৰচেল টাৱাৰ। কাঠৰ দোকান খনৰ লগতে টাৱাৰ টোৰ পৰা পোৱা ভাড়াৰ ধনেৰে পৰিয়াল টো চলিছিল।

কিন্তু কাঠৰ দোকান খনৰ উপযুক্ত কাগছ পাতিৰ অভাৱত বন্ধ কৰিব লগা হয়। একে সময়তে এয়াৰচেল সেৱা বন্ধ হৈ পৰাত টাৱাৰৰ পৰা পোৱা ভাড়া কেইটা অহাৰো পথ বন্ধ হ’ল। পৰিয়াল টোৰ এনে এক দুৰ্যোগ কালত বোৱাৰী জুনমা মালি হতাশ নহৈ সাহস দিলে স্বামীক।

ঘৰত থকা স্হানীয় সচৰ গৰু জনীৰ গাখীৰ বিক্ৰী কৰি পোৱা টকা কেইটাকে সম্বল হিছাবে লৈ জুনমা মালিয়ে গাঁৱৰ পৰা আৰু এজনী চেউৰী গৰু আধিকৈ পুহিবলৈ আনে। ঘৰৰ গাই জনীৰ লগতে আধিকৈ পোহা চেউৰী জনীকো বৰ্ণসংকৰ ঘটাই দুটা বৰ্ণসংকৰ চেউৰী পোৱালী পালে।

এনেদৰেই শূণ্য হাতেৰে জুনমা মালিয়ে এজনীৰ পাছত সিজনী গৰু বঢ়াই গ’ল। ৭ – ৮ জনী গৰুৰ গৰাকী হোৱাৰ পাছত জুনমা মালিয়ে বিজ্ঞান সন্মত গোঁহালি এটা নিৰ্মাণৰ পৰিকল্পনা কৰিলে। কিন্তু এইক্ষেত্ৰত জুনমা মালিৰ টকাৰ অভাৱ হ’ল।

এনে সময়তে জুনমা মালিক সহায় কৰিবলৈ আগবাঢ়ি আহিল মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ঋজুস্মৃতা শৰ্মা ডেকা। তেখেতৰ পৰামৰ্শ মতে মালিয়ে এটি গোঁ – পালণৰ পশিক্ষণ লৈ স্হানীয় ইউ বি আই শাখাৰ স’তে যোগাযোগ কৰাত বিজ্ঞানসন্মত ভাৱে গোঁ পালন কৰিবৰ বাবে বেঙ্ক কৰ্তিপক্ষই সাত লাখ টকা ঋণ প্ৰদান কৰে।

বৰ্তমান মালিৰ গৰু ফাৰ্মখনত ১২ জনী গাই গৰু সহ সৰ্মমুঠ চেউৰীসহ ২৫ জনী গৰু আছে। দৈনিক জুনমা মালিয়ে ৬০ – ৭০ লিটাৰ গাখীৰ বিক্ৰী কৰে। তদুপৰি জুনমাই ঘৰতে উৎপাদন কৰে ঘী আৰু ক্ৰিম। বিভিন্ন বিয়া সবাহৰ অৰ্ডাৰ লয় জুনমা মালিয়ে।

উৎপাদিত গাখীৰ বিক্ৰী কৰি মালিয়ে সুন্দৰকৈ পৰিশোধ কৰিছে বেঙ্কৰ ঋণ। গোঁহালিৰ গোৱৰ আৰু হাবি জংঘল পেলনীয়া সামগ্ৰীৰে তিনি চাৰিটা টেঙ্কিত মালিয়ে উৎপাদন কৰা কেচু সাৰে অঞ্চল টোত ভাল বজাৰ লাভ কৰিছে। প্ৰতি কেজি কেচু সাৰ মালিয়ে ৩০ টকাকৈ বিক্ৰী কৰে।

ইয়াৰ সমান্তৰাল কৈ মালিয়ে আৰম্ভ কৰিছে এখন নাৰ্চাৰি। নাৰ্চাৰি খনো শূণ্য মুলধনেৰে আৰম্ভ কৰিছিল মালিয়ে। প্ৰথমে কষি বিজ্ঞান কেন্দ্ৰই দিয়া মেৰি গল্ডেৰে মালিয়ে আৰম্ভ কৰে নাৰ্চাৰি খন। মেৰি গল্ডৰ পাছত কৃষি বিজ্ঞান কেন্দ্ৰই ডেম’ হিছাবে দিয়া নাৰ্জি ফুলৰে মালাৰ বাবে মালিয়ে নাৰ্জি ফুলৰ খেতি কৰে।

নাৰ্জি ফুল দেখি মানুহে অন্যান্য ফুল , গছ পুলি আদি বিছৰাত মালিয়ে ২০২০ চনতে নাৰ্চাৰিৰ এটি ট্ৰেইনিং লৈ ডালিয়াকে ধৰি অন্যান্য ফুল গছ পুলি আদিৰো ব্যৱস্হা কৰে। বৰ্তমান মালিৰ নাৰ্চাৰী খনেও পুণাংগ ৰূপ লাভ কৰিছে।

২০২০ চনতে মালিয়ে ২০ -২৫ টা স্হানীয় সঁচৰ হাঁহেৰে আৰম্ভ কৰা হাঁহৰ ফাৰ্ম এখনো বৰ্তমান পুৰ্ণাংগ হোৱাৰ দিশে। অকল ইমানেই নহয় ২০২১ চনৰ পৰা মালিয়ে এটি টেঙ্কিত আৰম্ভ কৰিছে আলংকাৰিক মাছ পালন কৰিবলৈ।

বৰ্তমান টেঙ্কি টোত ১৫০ আলংকাৰিক মাছ আছে। তদুপৰি মালিয়ে নাৰ্চাৰি খনৰ কাষত বৰ্ধিত ৰূপত মৌ পালনৰ প্ৰয়াসেৰে কেবাবাহো মৌ পালন আৰম্ভ কৰিছে। গৰুক খুৱাবৰ বাবে ঘৰতে কৰিছে ঘাঁহৰ খেতি। মুঠতে মালীৰ ঘৰৰ চৌপাশে কেৱল ফাৰ্মিং।

প্ৰতিখন ফাৰ্মত ব্যস্ত থাকোতে সময় কোনফালে যায় মালিয়ে গমেই নাপাই। তাৰ মাজতে কৰে ঘৰুৱা ৰন্ধা বঢ়াৰ কাম। মালিক এই সন্দৰ্ভত অগ্ৰদূতৰ পৰা – তেওঁ কেনেকৈ সময় মিলাই আৰু ইমান দুৰন্ত কৰ্মস্পৃহাৰ অন্তৰালত কি আছে বুলি সোধাত তেওঁ কয় ,”এই মানসিক শক্তি কনেই মোৰ ফাৰ্মিঙৰ প্ৰকৃত মুলধন।

অসমৰ কৰ্মসংস্হানহীন শিক্ষিত যুৱক যুৱতিলৈ মালিৰ আৱেদন ,চাকৰি অসমত কেইটা আছে। চেষ্টা কৰক চাকৰিৰ বাবে। কিন্তুু চৰকাৰী চাকৰি অৱিহনে জীৱন টো অসাৰ বুলি নাভাবিব। ফাৰ্মিং কৰক, খেতিবাতি কৰক। অসমত এই এই ক্ষেত্ৰ খনত বহুত সম্ভাৱনা আছে।তদুপৰি বৰ্তমান বেঙ্কৰ ঋণ লৈ প্ৰতিবাদ কৰা সকলৰ সন্দৰ্ভত তেখেতৰ প্ৰতিক্ৰীয়া সোধাত কয় – ঋণ দি বেঙ্কে সহায় কৰিছে গতিকে ঋণ পৰিশোধ কৰাটো ঋণ লওঁতাৰ কৰ্তব্য। ঋণৰ সৎব্যৱহাৰ কৰিলে সৰ্বস্বান্ত হোৱাৰ প্ৰশ্ন নাহে। অসমৰ বজাৰ সন্দৰ্ভতো তেওঁ কয় – অসমীয়াগীৰি মুখেৰে কৰি বজাৰ দখল কৰিব বিছাৰিলে অসমীয়াক কোনেও হাতত বজাৰ তুলি নিদিয়ে। বজাৰ আমি নিজেই লব লাগিব। মই কাম কৰিছো বজাৰো দখল কৰিছো।’

উল্লেখ্য যে মালিয়ে নিজৰ কৰ্মৰ বাবে জিলা পৰ্যায়ৰ পৰা ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত কেবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। মৰিগাঁও জিলা প্ৰশাসনৰ আদৰ্শ মহিলা কৃষক সন্মান, কৃষি বিজ্ঞান কেন্দ্ৰৰ ডাঃ কৰানে আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা, ৰাষ্ট্ৰীয় দুগ্ধ দিৱসত পুৰৱি ডায়েৰিৰ – ২য় ফাৰ্মাৰ অ’মেন বঁটাকে ধৰি দুটা ৰাজ্যিক বঁটা লাভ কৰে। তদুপৰি পুৰৱি ডায়েৰিৰ তৰফৰ পৰা মালিয়ে এটি মিল্কিং মেচিন উপহাৰ হিচাবে এইবাৰ লাভ কৰিছে। মুঠতে শূণ্য হাতেৰে এজনী আধি গৰুৰ পৰা ফাৰ্মিঙৰ যাত্ৰা আৰম্ভ কৰি জুনুমা মালি ডেকাই আত্মবিশ্বাসৰ বাবেই ৮ বছৰীয়া নিৰলস চেষ্টাৰ ফলত আজি যেন সফলতাৰ আকাশ চুৱাৰ দিশে গতি কৰিছে। নিশ্চিত ভাৱে মৰিগাঁৱৰ জুনমা মালি ডেকাই নৱপ্ৰজন্মৰলৈ সংস্হাপনৰ এক অনন্য পথ দেখুৱাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamMORIGAON
publisher

publisher

Related Posts

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

September 6, 2026
পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা
Assam

দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

September 6, 2026
মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ
International

মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d