Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে

    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ

    বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Russia Ukraine War : ইউক্রেইনৰ হাস্পাতালত ২৪ বাৰ আক্ৰমণ ৰাছিয়াৰ !

publisher by publisher
March 11, 2022
in International, News
Reading Time: 1 min read
0
Russia Ukraine War : ইউক্রেইনৰ হাস্পাতালত ২৪ বাৰ আক্ৰমণ ৰাছিয়াৰ !
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

বিশ্ব সংঘাতত ভাৰতৰ স্পষ্ট বার্তা: সামৰিক পথ নহয়, শান্তিপূৰ্ণ সমাধানৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাছিয়া-ইৰাণৰ তেল ক্ৰয়ত আমেৰিকাৰ কঠোৰতা: ৰেহাই নবীকৰণ নকৰে বুলি স্পষ্ট ঘোষণা

ৰাছিয়াৰ সেনাত কৰ্মৰত অৱস্থাত নিহত উত্তৰ প্ৰদেশৰ যুৱক 

মাৰিউপোলৰ হাস্পাতালত আক্ৰমণ ইউক্রেইনৰ স্বাস্থ্য সেৱাত একমাত্র ৰুছ আক্ৰমণ নহয় । ইউক্রেইনৰ স্বাস্থ্য ব্যৱস্থাত ২৪ বাৰ আক্ৰমণ কৰিছে মস্কোৱে । এই দাবী বিশ্ব স্বাস্থ্য সংস্থা (হু)-ৰ । এই ঘটনাক লৈ উদ্বেগ প্রকাশ কৰি হু-ৱে কৈছে, ‘‘এই আক্ৰমণৰ ফলত প্ৰায় ১২ জনৰ মৃত্যু হৈছে আৰু ১৭ জন আহত হৈছে । আহতসকলৰ প্ৰা‌য় আঠজন আৰু নিহতৰ দুজন স্বাস্থ্যকর্মী আছিল । ২৪ ফেব্রুৱাৰীৰ পৰা আঠ মার্চৰ ভিতৰত এই আক্ৰমণ চলোৱা হয় ।’’

ADVERTISEMENT

ইয়াতেই শেষ নহয়, ইউক্রেইনত এইবাৰ জৈৱ আৰু ৰাসায়নিক অস্ত্র প্রয়োগ কৰাৰ পৰিকল্পনা কৰিছে ৰাছিয়াই । বুধবাৰে এই দাবী কৰিছে আমেৰিকাই । লগতে আমেৰিকাইও ইউক্রেইনৰ স’তে যৌথভাৱে জৈৱ আৰু ৰাসায়নিক অস্ত্রক লৈ কাম কৰিছে বুলি অভিযোগ কৰিছে মস্কোৱে । ৱাশ্বিংটনে ইতিমধ্যে এই অভিযোগ খাৰিজ কৰিছে ।

বুধবাৰে ৰুছ আগ্রাসনত মাৰিউপোলৰ এখন হাস্পাতাল ধ্বংস হৈছে । ইয়াৰ পাছতেই এই বিবৃতি দিছে হু-ৱে । এই ঘটনাক নিন্দনীয় বুলিও হু-ৱে জনাইছে ।

মাৰিউপোল চহৰ প্রশাসনৰ মতে, হাস্পাতালত ৰুছ বিমান আক্ৰমণৰ পাছত মহিলা, শিশু আৰু ডাক্তৰসহ মুঠ ১৭ জন আহত হৈছে । ক্ষেপণাস্ত্রৰ আঘাতত এটি শিশুসহ তিনিজনৰ মৃত্যু হৈছে বুলিও, প্রশাসনৰ তৰফৰ পৰা জনোৱা হৈছে ।

মাৰিউপোলৰ হাস্পাতালৰ উপৰিও জাইতোমিৰৰ দুখন অন্য হাস্পাতালতো, ৰুছ আক্ৰমণত ক্ষতি হৈছে । সেই সময়ত হাস্পাতালত এটি শিশু আছিল বুলিও মাৰিউপোলৰ মেয়ৰ ছের্হি সুখোমলিনে জনাইছে ।

প্রসংগত, মস্কো-কিভ সংঘাত শুকুৰবাৰে ১৬ দিন হ’ল । ইতিমধ্যে হাস্পাতালত আক্ৰমণ চলোৱাৰ বাবে বিশ্বজুৰি কঠোৰ প্রতিক্রিয়াৰ সন্মুখীন হ’বলগীয়া হৈছে ক্রেমলিনে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Hospital BombedRussiaUkraine
publisher

publisher

Related Posts

পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে
Assam

September 26, 2026
মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ
Assam

মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

September 26, 2026
সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ
International

সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ

September 26, 2026
বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ
Assam

বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ

September 25, 2026
খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী
Assam

খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

September 25, 2026
কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?
Entertainment

কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d