Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Russia-Ukraine Conflict : ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ ফলত আৰু বেয়া হ’ব পাৰে ক’ভিড পৰিস্হিতি ,সতৰ্কবাৰ্তা হু-ৰ

publisher by publisher
March 14, 2022
in International, News
Reading Time: 1 min read
0
Russia-Ukraine Conflict : ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ ফলত আৰু বেয়া হ’ব পাৰে ক’ভিড পৰিস্হিতি ,সতৰ্কবাৰ্তা হু-ৰ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

বিশ্ব সংঘাতত ভাৰতৰ স্পষ্ট বার্তা: সামৰিক পথ নহয়, শান্তিপূৰ্ণ সমাধানৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাছিয়া-ইৰাণৰ তেল ক্ৰয়ত আমেৰিকাৰ কঠোৰতা: ৰেহাই নবীকৰণ নকৰে বুলি স্পষ্ট ঘোষণা

ৰাছিয়াৰ সেনাত কৰ্মৰত অৱস্থাত নিহত উত্তৰ প্ৰদেশৰ যুৱক 

যুদ্ধক্ষেত্ৰৰ পৰাও বিয়পিব পাৰে কৰ’না ভাইৰাছ , আশংকা প্ৰকাশ কৰিলে বিশ্ব স্বাস্থ্য সংস্থাই । ইউক্ৰেইন আৰু ইয়াৰ চুবুৰীয়া দেশসমূহকো এই বিষয়ে সতৰ্ক কৰি দিয়া হৈছে। একে সময়তে, বিশ্ব স্বাস্থ্য সংস্থাই ৰাছিয়াৰ সামৰিক বাহিনীক ইউক্ৰেইনৰ স্বাস্থ্য কেন্দ্ৰ আৰু চিকিৎসালয়সমূহৰ ক্ষতি নকৰিবলৈ অনুৰোধ জনাইছে।

ADVERTISEMENT

বিগত ১৯ দিনত প্ৰায় ২০ লাখ লোকে ইউক্ৰেইন ত্যাগ কৰি চুবুৰীয়া দেশবোৰত আশ্ৰয় লৈছে। হু-ৰ আশংকা তেওঁলোকৰ পৰাই সংক্ৰমণ বিয়পিব পাৰে । কিয়নো, প্ৰথমতে, ইউক্ৰেইনৰ বাসিন্দাসকলৰ টিকাকৰণৰ মাত্ৰ হৈছে ৩৪ শতাংশ। যিটো আন দেশৰ তুলনাত অতি কম। দ্বিতীয়তে, তিনি-ন মাৰ্চত ইউক্ৰেইন আৰু ইয়াৰ কাষৰীয়া দেশসমূহত কৰ’না সংক্ৰমণৰ হাৰ যথেষ্ট বৃদ্ধি পাইছিল।

এই ছয় দিনত, ইউক্ৰেইনকে ধৰি চুবুৰীয়া দেশবোৰত সাত লাখ ৯১ হেজাৰ ২১ জনৰ দেহত কৰ’না সংক্ৰমণ ধৰা পৰিছে । মৃত্যু হৈছে আঠ হেজাৰ ১২ জনৰ ।হু-ৰ মতে এই সংখ্যা উদ্বেগজনক।

হু-ৰ স্বাস্থ্য সংক্ৰান্ত জৰুৰীকালীন বিভাগৰ কাৰ্যবাহী সঞ্চালক মাইক ৰিয়ানৰ মতে, ইউক্ৰেইনত কৰ’না সংক্ৰমণ বৃদ্ধি পাইছে আৰু অনাগত দিনত বৃদ্ধি পাব। তেওঁ কয়, “যুদ্ধৰ ফলত ইউক্ৰেইনত ক’ভিড টিকাকৰণৰ প্ৰক্ৰিয়া স্থবিৰ হৈ পৰিছে। ক’ভিড পৰীক্ষাও বন্ধ কৰা হৈছে।আৰু এইটো এটা আটাইতকৈ উদ্বেগজনক কাৰণ।’

যুদ্ধৰ পাছত বিভিন্ন দেশত বিয়পি পৰা ইউক্ৰেইনৰ শৰণাৰ্থীসকলৰ বিষয়েও উত্থাপন কৰিছে ৰায়ানে। তেওঁ কয়,”এই শৰণাৰ্থীসকলে অজ্ঞাতে ভাইৰাছটো নিজৰ লগত লৈ যাব পাৰে। “

বিশ্ব স্বাস্থ্য সংস্থাই সংক্ৰমণ বিয়পা প্ৰতিহত কৰিবলৈ বিভিন্ন সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰি আছে। ইউক্ৰেইনৰ চুবুৰীয়া দেশ যেনে হাংগেৰী, ৰোমানিয়া, শ্লোভাকিয়াই ইতিমধ্যে শৰণাৰ্থীসকলৰ বিনামূলীয়া কৰ’না পৰীক্ষা আৰু টিকাকৰণৰ ব্যৱস্থা কৰিছে।

অৱশ্যে, ইউৰোপত যিদৰে কৰ’না সংক্ৰমণ বৃদ্ধি হ’বলৈ আৰম্ভ কৰিছে, দুয়োখন দেশৰ মাজত হোৱা যুদ্ধই পৰিস্থিতি আৰু বেয়া কৰিব পাৰে বুলি অনুমান কৰিছে হু-য়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CORONAVIRUScovid19RussiaRussia Ukraine Conflict
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d