বিহাৰৰ বেগুচাৰাই জিলাৰ পৰা গ্ৰেপ্তাৰ কৰে পংকজক ।
ADVERTISEMENT
অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পংকজক।
এতিয়াও অন্যতম চুপাৰি কিলাৰ বালু পাঁচৱান পলাতক ।
দুইটা পৰিয়ালৰ মাজত দীৰ্ঘ দিন ধৰি আছিল শত্ৰুতা।
দুয়োটা পৰিয়ালৰ মাজত প্ৰায় ৩০টা কৈ গোচৰ আছিল ।
দুয়োটা পৰিয়ালৰ মাজত থকা শত্ৰুতাৰ বাবেই হত্যা কৰা হ’ল অৱদেশক।




























