Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

‘লেপটপ’ক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি পুটিন বাহিনীক জ্বলাকলা খোৱাইছে ইউক্রেইনৰ চাইবাৰ বিশেষজ্ঞ‌ই

publisher by publisher
April 3, 2022
in International, News
Reading Time: 1 min read
0
‘লেপটপ’ক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি পুটিন বাহিনীক জ্বলাকলা খোৱাইছে ইউক্রেইনৰ চাইবাৰ বিশেষজ্ঞ‌ই
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

বিশ্ব সংঘাতত ভাৰতৰ স্পষ্ট বার্তা: সামৰিক পথ নহয়, শান্তিপূৰ্ণ সমাধানৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাছিয়া-ইৰাণৰ তেল ক্ৰয়ত আমেৰিকাৰ কঠোৰতা: ৰেহাই নবীকৰণ নকৰে বুলি স্পষ্ট ঘোষণা

ৰাছিয়াৰ সেনাত কৰ্মৰত অৱস্থাত নিহত উত্তৰ প্ৰদেশৰ যুৱক 

আগ্নেয়াস্ত্র চলাই লক্ষ্যভেদ কৰিব নোৱাৰে । ৰাছিয়াৰ বিৰুদ্ধে তেঁৱো যুদ্ধত নামি পৰিছে । তেওঁৰ অস্ত্ৰ — কিব’র্ড আৰু মাউছ ! মাতৃভূমি ইউক্রেইনৰ দুর্দশাত হেকাৰৰ বিৰুদ্ধে হেকিঙকেই অস্ত্র কৰি যুদ্ধত নামিছে তেওঁ ।

ADVERTISEMENT

শত্রুপক্ষ ৰাছিয়াৰ স’তে ‘ষড়যন্ত্ৰ’ত জড়িত চাইবাৰ অপৰাধীসকলৰ এটা কুখ্যাত গেঙৰ কম্পিউটাৰ ছিষ্টেমত বাৰে বাৰে অন্তর্ঘাতী আক্ৰমণ চলাইছে ইউক্রেইনৰ এটা চাইবাৰ বিশেষজ্ঞ‌‌ই । নিৰাপত্তাৰ বাবে যিয়ে সংবাদমাধ্যমৰ আগত নিজৰ পৰিচয় গোপন ৰাখিছে ।

২৪ ফেব্রুৱাৰীত ইউক্রেইন আক্রমণৰ চাৰি দিনৰ ভিতৰতে ৰাছিয়া আৰু পূৱ ইউৰোপৰ চাইবাৰ অপৰাধীসকলৰ অন্যতম ছিণ্ডিকেট কন্টিৰ কম্পিউটাৰ ছাৰ্ভাৰৰ পৰা বহু ফাইল, তথ্যসহ গোপন কথোপকথন ফাদিল হৈছে । ইয়াত এই চাইবাৰ বিশেষজ্ঞৰে হাত আছে বুলি দাবী আমেৰিকাৰ সংবাদমাধ্যম চিএনএন-ৰ ।

দীর্ঘ দিন ধৰি এফবিআইৰ দৃষ্টিত আছে চাইবাৰ অপৰীধীৰ কুখ্যাত গোষ্ঠী কন্টিৰ সদস্যসকল । অভিযোগ, আমেৰিকৰ শ শ গুৰুত্বপূর্ণ পৰিকাঠামোত আঘাত কৰি লক্ষাধিক ডলাৰৰ লোকচান কৰিছে কন্টিয়ে । ইউৰোপৰ বহু ক্ষেত্রৰ কম্পিউটাৰ ছাৰ্ভাৰত ভাইৰাছ ভৰাই সেইবোৰৰ সেৱাও সাময়িকভাৱে স্তব্ধ কৰি দিছিল তেওঁলোকে ।

কন্টি হৈছে এক প্ৰকাৰৰ ৰেনছমৱেৰৰ নাম । বিভিন্ন দেশৰ গুৰুত্বপূর্ণ পৰিকাঠামোৰ কম্পিউটাৰ ছিষ্টেমত এই মালৱেৰ সোমাই সেয়া ব্লক কৰি দিয়াই কন্টিৰ লক্ষ্য । ইয়াৰ ফলত ছিষ্টেমৰ সেৱা স্তব্ধ হৈ গ’লে পুনৰ আৰম্ভ কৰিবৰ বাবে মোটা অংকৰ অর্থ আদায় কৰে কন্টিয়ে । ৰেনছমৱেৰৰ নামতেই নিজৰ গেঙৰ নাম ৰাখিছে ইয়াৰ সদস্যসকলে । ট্রিকবটৰ দৰে হেকিং টুলো ব্যৱহাৰ কৰে কন্টিয়ে ।

চাইবাৰ জগতত এই অপৰাধীসকলৰ লাভো কম নহয় । ক্রিপ্ট’কাৰেন্সিৰ লেনদেন কৰে এনে সংস্থাই এলিপ্টিক-ৰ দাবী, ৰেনছমৱেৰৰ মাধ্যমত ২০২১ত মাত্র চাৰি মাহতেই কন্টিয়ে আয় কৰিছিল ২.৫৫ কোটি ডলাৰ ।

আমেৰিকাৰ দাবী, কন্টিৰ সহায়কৰ্তাৰ ভিতৰত আছে ভ্লাদিমিৰ পুটিন চৰকাৰ । ৱাশ্বিংটনৰ বিৰুদ্ধে কৌশলগত সুবিধা লোৱাৰ বাবেই এই পদক্ষেপ ক্রেমলিনৰ । যদিও সেই দাবী অগ্রাহ্য কৰিছে ৰাছিয়াই । ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণাৰ পাছৰ দিনাই ৰাছিয়াক নিজৰ সমর্থনৰ কথা জনাই বিবৃতি প্রকাশ কৰিছিল কন্টিয়ে । ইয়াৰ পাছতেই কন্টিৰ বিৰুদ্ধে অন্তর্ঘাতী আক্ৰমণৰ সিদ্ধান্ত লয় বুলি দাবী এই ইউক্রেইনীয় চাইবাৰ বিশেষজ্ঞৰ ।

পৰিচয় গোপন ৰাখিলেও এই বিশেষজ্ঞৰ সুৰক্ষা বজায় ৰাখিবলৈ তেওঁক ডেনিলো ছদ্মনামে সম্বোধন কৰিবলৈ প্ৰস্তুত হৈছে চিএনএন । কিয় এই যুদ্ধত যোগ দিলে ডেনিলোৱে ? তেওঁৰ দাবী, ৰাছিয়াৰ আক্ৰমণত বিধ্বস্ত নিজৰ দেশক তেওঁ চিনিব‌ই পৰা নাই ।

পূর্বতন ছোভিয়েত ইউনিয়নৰ ইউক্রেইনত জন্ম হ’লেও দীর্ঘকাল দেশৰ বাহিৰত আছিল ডেনিলো । তেওঁ নিজৰ দেশৰ দখল ৰাছিয়াৰ হাতত গুচি যোৱাটো কোনো কাৰণতেই নিবিচাৰে । ফলত এই যুদ্ধত চাইবাৰ সুৰক্ষা বিশেষজ্ঞ হিচাপে তেওঁৰ দক্ষতাকেই অস্ত্ৰ কৰি লৈছে ডেনিলোৱে । তেওঁ ইউৰোপৰ আণ্ডাৰগ্রাইণ্ড চাইবাৰ ক্রিমিনেল ইকনমি নামৰ বিষয়কো কামত লগাইছে ।

ডেনিলোৰ দাবী, ২০১৬ত প্রথমবাৰ তেওঁ কন্টিৰ কম্পিউটাৰ ছাৰ্ভাৰত হেকিং কৰিছিল । তাৰ পাছৰ পৰা চুপচাপ তেওঁলোকৰ গতিবিধি লক্ষ্য ৰাখিছিল । কন্টিৰ ছাৰ্বাৰত সোমাই অপেক্ষা কৰিছিল, কেতিয়া অপৰাধীসলে ভুল কৰে ।

চিএনএন-ক ডেনিলোৱে কয়, ‘‘কেতিয়াবা কেতিয়াবা তেওঁলোকে ভুল কৰে । সেই সময়তেই তেওঁলোকক ধৰা পেলোৱাৰ শ্ৰেষ্ঠ সময় । ম‌ই তেওঁলোকৰ গতিবিধিৰ ওপৰত লক্ষ্য ৰাখিছিলো । সঠিক সময়ত সঠিক স্থানত থকাৰ বাবে এইবোৰ কৰিব পাৰিছো ।’’

ইয়াৰ আগতেও কন্টিৰ কুকীর্তিৰ বহু তথ্যপ্রমাণ ইউৰোপীয় বিষয়াসকলৰ হাতত তুলি দিছে দাবী ডেনিলোৰ । কিন্তু এইবাৰ তেওঁৰ যুঁজ মাতৃভূমিৰ বাবে । দেশত উভতাৰ পাছত তেওঁ তেওঁৰ প্রিয়জনৰ ঘৰৰ আশপাশত ভয়ংকৰ বোমাবর্ষণ দেখিছে । অসংখ্য নিৰীহ নাগৰিকৰ প্রাণহানিৰ খবৰ পাইছে । সেয়ে তৎপৰ হৈছে বুলি দাবী ডেনিলোৰ । ইয়াৰ পাছতেই তেওঁ অনলাইনত কন্টিৰ তথ্য ফাদিল কৰি থাকে । ডেনিলোৱে কয়, ‘‘ম‌ই গুলি কৰি লক্ষ্যভেদ কৰিব নোৱাৰো । কিন্তু কিব’র্ড আৰু মাউছেৰেই যুঁজ দিব পাৰো ।’’

হোৱাইট হাউছৰ অভিযোগ, ৰাছিয়া-ইউক্রেইন যুদ্ধৰ আগৰ পৰাই ইউক্রেইনৰ বহু চৰকাৰী ৱেবছাইটত আক্ৰমণ কৰিছে অপৰাধীসকলেও । এই কাৰ্যত সহায় কৰিছে ৰাছিয়াৰ সামৰিক গুপ্তচৰ সংস্থা জিআৰইউ-ৱে । যদিও এই দাবী অস্বীকাৰ কৰিছে ক্রেমলিনে । আনহাতে, ৰাছিয়াৰ বহু সংস্থাত হেকিঙৰ বাবেও ভল’দিমিৰ জেলেনস্কি চৰকাৰে ‘চাইবাৰযোদ্ধাসকলক’ উৎসাহ দিছে বুলি দাবী ।

বস্তুত, এই যুদ্ধত যেন পার্শ্বযোদ্ধা হিচাপে কাম কৰিছে হেকাৰসকলে । ডেনিলোৰ দৰে বহু ‘চাইবাৰযোদ্ধা’ই ৰাছিয়া অথবা ইউক্রেইনৰ পক্ষ লৈ যুদ্ধত নামিছে । কন্টিৰ দৰে কুখ্যাত গোষ্ঠীৰ ছাৰ্ভাৰত আক্ৰমণ কৰাৰ বাবে এফবিআইৰ দৃষ্টিত পৰিছে ডেনিলো । তেওঁৰ স’তে যোগাযোগো কৰিছে এফবিআই-য়ে । যদিও তেওঁলোকে কন্টিৰ গোপন তথ্য প্রকাশ্যত ননাৰ অনুৰোধ কৰিছে ডেনিলোক । এফবিআইৰ শংকা, ইয়াৰ ফলত সতর্ক হৈ ছাৰ্ভাৰ সলনি কৰিব কন্টিয়ে । তেতিয়া তেওঁলোকক ধৰা আৰু কঠিন হৈ পৰিব ।

ৰাছিয়াৰ আক্ৰমণৰ পৰা বাচিবৰ বাবে বাংকাৰত আশ্রয় লোৱাৰ সময়তো ডেনিলোৱে তেওঁৰ লেপটপটো এৰি দিয়া নাছিল । তাত বহিও কন্টিৰ বিৰুদ্ধে তেওঁ যুঁজ অব্যাহত ৰাখিছিল । কিয় ? ডেনিলোৱে কয় শ, ‘‘এইটোৱে মোৰ কাম । এই কাম কৰিব পাৰো বাবেই কৰিছো ।’’

মহাশক্তিশালী ৰাছিয়াক ধৰাশায়ী কৰিবৰ বাবে হেকিংকেই সম্বল কৰিছে ডেনিলোৱে । তেওঁ কয়, ‘‘এইখন মোৰ দেশ । যদি তেওঁলোকে (ইউক্রেইন চৰকাৰ) মোক অস্ত্রৰ জোগান দিয়ে, তেতিয়া যুদ্ধত যাম । কিন্তু ম‌ই (লেপটপত) টাইপিং কৰি ভাল পাওঁ ।’’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cyber AttackRussiaUkraine
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d