Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

দুই-তিনি নম্বৰ ধলপুৰৰ উচ্ছেদিতক পুনৰ সংস্থাপন দিয়াৰ পৰিকল্পনা নাই

publisher by publisher
April 26, 2022
in Assam, India, News
Reading Time: 1 min read
0
দুই-তিনি নম্বৰ ধলপুৰৰ উচ্ছেদিতক পুনৰ সংস্থাপন দিয়াৰ পৰিকল্পনা নাই
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আৰু গৰুখুঁটি কৃষি প্ৰকল্পৰ অধীনৰ দুই নম্বৰ আৰু তিনি নম্বৰ ধলপুৰৰ পৰা উচ্ছেদ কৰা পৰিয়ালসমূহক পুনৰ সংস্থাপনৰ কাৰণে কোনো চৰকাৰী পৰিকল্পনা নাই । কিয়নো একেটা অঞ্চলৰ এক নম্বৰ ধলপুৰ আৰু নিজ শালমৰা গাঁৱৰ বাসিন্দাক একে দিনাই উচ্ছেদ কৰি জিলাখনৰ দলগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত আৰিমাৰী আৰু শ্যামপুৰ চাপৰিত স্থানান্তৰ কৰাৰ পাছতেই জিলা প্ৰশাসনে পুনৰ সংস্থাপনৰ প্ৰক্ৰিয়াটো বন্ধ কৰি দিয়ে ।

ADVERTISEMENT

উল্লেখ্য যে ২০২১ৰ ২০ আৰু ২৩ ছেপ্টেম্বৰত তেতিয়াৰ প্ৰস্তাৱিত গৰুখুঁটি প্ৰকল্পৰ কাৰণে মাটি মুকলি কৰাৰ উদ্দেশ্যে দৰং জিলা প্ৰশাসনে বৃহৎ সংখ্যক অৰ্ধ-সামৰিক আৰু আৰক্ষী বাহিনী লগত লৈ ধাৰাবাহিক উচ্ছেদ অভিযান চলাইছিল । সেই দুদিনীয়া উচ্ছেদ অভিযানৰ সময়ত এজন লোকৰ মৃত্যু হোৱাৰ লগতে কে’বাজনো আৰক্ষীৰ গুলিত আঘাতপ্ৰাপ্ত হৈছিল । সেই দিন ধৰি, চৰকাৰী তথ্য মতে ১৫০৭টা উচ্ছেদিত পৰিয়ালে ব্ৰহ্মপুত্ৰ সুঁতিৰ সিপাৰে, অৰ্থাৎ ধলপুৰৰ পশ্চিম দিশত ভেটিৰ বজাৰ নামে চৰত অস্থায়ী শিবিৰ পাতি আশ্ৰয় লৈ আছে । সম্প্ৰতি ভেটিৰ বজাৰত বাস কৰা উচ্ছেদিতমূলক পুনৰ সংস্থাপনৰ কাৰণে দৰং জিলা প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ প্ৰশাসনিক ব্যৱস্থা হাতত লোৱা নাই ।

লক্ষ্যণীয় যে দুই নম্বৰ আৰু তিনি নম্বৰ ধলপুৰৰ বাসিন্দাক দৰং জিলা প্ৰশাসনে উচ্ছেদ কৰিছিল ২০২১ৰ ২০ আৰু ২৩ ছেপ্টেম্বৰত । বিপৰীতে, একেটা অঞ্চলৰ নিজ শালমৰা আৰু এক নম্বৰ ধলপুৰৰ বাসিন্দাক উচ্ছেদ কৰিছিল চলিত বৰ্ষৰ, অৰ্থাৎ ২০২২ৰ ১৫ ফেব্ৰুৱাৰীত । তাৎপৰ্যপূৰ্ণ, ১৫ ফেব্ৰুৱাৰীৰ পৰা ধাৰাবাহিকভাৱে কে’বাদিন ধৰি চলোৱা উচ্ছেদ অভিযানৰ সময়ত উচ্ছেদিত পৰিয়ালসকলক দৰং জিলা প্ৰশাসনে যোগান ধৰা ট্ৰেক্টৰেৰে একেদিনাই দলগাঁৱৰ আৰিমাৰী আৰু শ্যামপুৰ চাপৰিলৈ স্থানান্তৰ কৰা হৈছিল ।

ভেটিৰ বজাৰৰ অস্থায়ী শিবিৰত বাস কৰা আৰু পূৰ্বৰ তিনি নম্বৰ ধলপুৰৰ বাসিন্দা ছ‌ইদুল ইছলামৰ দৰং জিলা প্ৰশাসন তথা অসম চৰকাৰলৈ মুকলি প্ৰশ্ন, ‘ছমাহৰ আগতে উচ্ছেদিত হৈয়ো আজি পৰ্যন্ত আমাক চৰকাৰে পুনৰ সংস্থাপন নিদিলে । দুৰ্ভাগ্যজনকভাৱে ছমাহৰ পাছত উচ্ছেদৰ সন্মুখীন হোৱা নিজ শালমৰা আৰু দুই নম্বৰ ধলপুৰৰ বাসিন্দাসকল উচ্ছেদৰ একেদিনাই দলগাঁৱৰ আৰিমাৰী আৰু শ্যামপুৰ চাপৰিত পুনৰ সংস্থাপন লাভ কৰিলে । দৰং জিলা প্ৰশাসন তথা অসম চৰকাৰে দুই নম্বৰ আৰু তিনি নম্বৰ ধলপুৰৰ ‌উচ্ছেদিতক চৰম বৈষম্যমূলক আচৰণ কৰিছে ।’

তাৎপৰ্যপূৰ্ণ যে ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত নিজ শালমৰা আৰু এক নম্বৰ ধলপুৰৰ গৰিষ্ঠসংখ্যকেই একচনীয়া মাটিত বাস কৰি আছিল বুলি স্থানীয় লোকে দাবী কৰে । সেয়ে একচনীয়া মাটিত বাস কৰা লোকক জিলা প্ৰশাসন তথা অসম চৰকাৰে উচ্ছেদ কৰা যথেষ্ট জটিলতা আহি পৰিছিল যাৰ পৰিপ্ৰেক্ষিতত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতৃত্বৰ হতুৱাই তেওঁলোকক সৈমান কৰাই একেদিনাই উচ্ছেদ কৰি আৰিমাৰী আৰু শ্যামপুৰ চাপৰিলৈ স্থানান্তৰ কৰা হৈছিল ।

ভেটিৰ বজাৰৰ অস্থায়ী শিবিৰত বাস কৰা আমিৰ ইছলামে ‘দৈনিক অগ্ৰদূত’ৰ আগত কয়, ‘আমছু আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতৃত্ব‌ই নিজ শালমৰা আৰু এক নম্বৰ ধলপুৰৰ বাসিন্দাক ভাল মাটি, পানী, চৰকাৰী ঘৰ, ল’ৰা-ছোৱালীৰ কাৰণে পঢ়াশালিৰ ব্যৱস্থা সকলো কৰি দিম বুলি প্ৰতিশ্ৰুতি দি ঘৰ মাটি খালি কৰিবলৈ দিলে । অন্যথা চৰকাৰে বলপূৰ্বক সকলো সম্পত্তি ভাঙি-ছিঙি মাটি ঘূৰাই ল’ব বুলিও ভাবুকি দিলে, কিন্তু আমাৰ ক্ষেত্ৰত, অৰ্থাৎ দুই নম্বৰ আৰু তিনি নম্বৰ ধলপুৰৰ ‌উচ্ছেদিতসকলৰ পুনৰ সংস্থাপনৰ বিষয়টোত আমছু আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদ সম্পূৰ্ণ নীৰৱ ।’ আমছু আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাসকলে উচ্ছেদিত, গৃহহীন লোকসকলক লৈ চৰকাৰৰ লগত মিলি পাশা খেলত লিপ্ত হৈছে বুলিও ইছলামে পোনপটীয়া অভিযোগ উত্থাপন কৰে ।

উল্লেখ্য যে যোৱা ৩১ জানুৱাৰীত দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাৰ উদ্যোগত, জিলা প্ৰশাসনৰ কে’বাগৰাকী উচ্চপদস্থ বিষয়া, বিধায়ক আৰু সংখ্যালঘু সংগঠনৰ নেতৃত্বৰ অংশগ্ৰহণত পুনৰ সংস্থাপন ক্ষেত্ৰত দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল । উক্ত বৈঠকৰ অন্তত এখন আঠজনীয়া পুনৰ সংস্থাপন কমিটীও গঠন কৰা হৈছিল । দলগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সমীৰ চৌধুৰী সমন্বয়কৰূপে থকা কমিটীখনৰ অন্যতম সদস্য আছিল আমছু আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ ।

গুৰুত্বপূৰ্ণ কথাটো হ’ল, ৩১ জানুৱাৰীত যেতিয়া উক্ত বৈঠক অনুষ্ঠিত হৈছিল, অৰ্থাৎ যিখন বৈঠকৰ ফলশ্ৰুতিত পুনৰ সংস্থাপন কমিটীখন গঠন কৰা হৈছিল, তেতিয়ালৈকে নিজ শালমৰা আৰু এক নম্বৰ ধলপুৰৰ বাসিন্দাসকলক উচ্ছেদ কৰাই হোৱা নাছিল । নিজ শালমৰা আৰু এক নম্বৰ ধলপুৰত উচ্ছেদ অভিযান আৰম্ভ হৈছিল ১৫ ফেব্ৰুৱাৰীত আৰু একেদিনাই পুনৰ সংস্থাপনো লাভ কৰিছিল । অৰ্থাৎ দৰং জিলা প্ৰশাসনে গঠন কৰা পুনৰ সংস্থাপন কমিটীয়ে ইতিমধ্যে উচ্ছেদ হোৱা গৃহহীন লোকসকলক পুনৰ সংস্থাপনৰ কাৰণে কোনো ধৰণৰ আলাপ-আলোচনা আৰু সিদ্ধান্ত লোৱা নাছিল । বৰঞ্চ তেতিয়ালৈকে উচ্ছেদ নোহোৱাসকলক পুনৰ সংস্থাপন দিয়াৰ বাবেহে পূৰ্ব পৰিকল্পনা প্ৰস্তুত কৰিছিল ।

ফলত অসম চৰকাৰে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা পুনৰ সংস্থাপন পাবৰ বাবে যোগ্য ২০৫১টা পৰিয়ালৰ ৫৪৪টা পৰিয়ালেহে আৰিমাৰী আৰু শ্যামপুৰত পুনৰ সংস্থাপন লাভ কৰিলে । ৫৪৪টা পৰিয়ালৰ আটাইকেইটাই নিজ শালমৰা আৰু এক নম্বৰ ধলপুৰৰ বাসিন্দা আছিল । ইয়াৰ বিপৰীতে পুনৰ সংস্থাপন কমিটী গঠন হোৱাৰ প্ৰায় পাঁচ মাহ পূৰ্বে উচ্ছেদিত ১৫০৭ টকা পৰিয়াল আজিও পুনৰ সংস্থাপনৰ পৰা বঞ্চিত হৈ মুকলি আকাশৰ তলত বাস কৰি থাকিবলগীয়া হৈছে।

তাৎপৰ্যপূৰ্ণ যে যোৱা ২০ আৰু ২৩ ছেপ্টেম্বৰত উচ্ছেদ কৰা দুই নম্বৰ আৰু তিনি নম্বৰ ধলপুৰৰ ৫৪০টা পৰিয়ালে পূৰ্বৰ গাঁও, অৰ্থাৎ বৰ্তমান গৰুখুঁটি কৃষি প্ৰকল্পৰ অধীনলৈ যোৱা মাটি ঘূৰাই বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰিছে । সম্প্ৰতি গোচৰটো উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন । ভেটিৰ বজাৰ নিবাসী ছ‌ইদুল ইছলামে এই সম্পৰ্কত কয়, ‘১৯৮৬ত অসম চৰকাৰে দুই নম্বৰ আৰু তিনি নম্বৰ ধলপুৰক ৰাজহ গাঁওৰূপে ঘোষণা কৰি প্ৰতি ঘৰৰ পৰা খাজনা লোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল । গতিকে দুই নম্বৰ আৰু তিনি নম্বৰ ধলপুৰৰ বাসিন্দাক পুনৰ সংস্থাপন নালাগে । আমাক ঘূৰাই লাগে আমাৰ মাটি । আমি আশাবাদী গুৱাহাটী উচ্চ ন্যায়ালয়ে দুই নম্বৰ আৰু তিনি নম্বৰ ধলপুৰবাসীক প্ৰকৃত ন্যায় প্ৰদান কৰিব আৰু আমাৰ মাটি আমাক ঘূৰাই দিব ।’

শেহতীয়াকৈ দুই নম্বৰ আৰু তিনি নম্বৰ ধলপুৰৰ ‌উচ্ছেদিত লোকসকলে হেৰুওৱা মাটি ঘূৰাই বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰা কাৰণেও তেওঁলোকৰ ভেটিৰ বজাৰৰ পৰা স্থানান্তৰ কৰাত যথেষ্ট আইনী জটিলতা আহি পৰিছে একাংশই দাবী কৰে । অৱশ্যে দৰং জিলা প্ৰশাসনে এনে ধৰণৰ আইনী জটিলতা থকাৰ কথা আনুষ্ঠানিকভাৱে প্ৰকাশ নকৰিলেও ভেটিৰ বজাৰৰ পৰা উচ্ছেদিত লোকসকলেক স্থানান্তৰ কৰাৰ পৰা সম্প্ৰতি বিৰত আছে ।

ইতিমধ্যে দৰং জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত (ৰাজহ) বিবেক শ্যামে বৰষুণ বতৰৰ কাৰণে সাময়িকভাৱে পুনৰ সংস্থাপনৰ প্ৰক্ৰিয়াটো বন্ধ কৰি দিয়া হৈছে আৰু বতৰ ভাল হ’লে প্ৰক্ৰিয়াটো পুনৰ আৰম্ভ কৰা হ’ব বুলি প্ৰকাশ কৰিলেও স্থানীয় উচ্ছেদিত লোকৰ অভিযোগ যে নিজ শালমৰা আৰু এক নম্বৰ ধলপুৰৰ ৫৪৪টা পৰিয়ালক স্থানান্তৰ কৰিয়েই জিলা প্ৰশাসনে স্থানান্তৰকৰণৰ প্ৰক্ৰিয়াটোৰ সামৰণি মাৰিলে । তেওঁলোকৰ ক্ষোভ এয়ে যে বাকী ১৫০৭টা উচ্ছেদিত পৰিয়ালক স্থানান্তৰৰ কাৰণে সম্প্ৰতি দৰং জিলা প্ৰশাসনে নতুনকৈ মাটিও বিচৰা নাই আৰু উচ্ছেদিতসকলক লৈ স্থানান্তৰ কৰিবৰ কাৰণে কোনো ধৰণৰ তালিকাও প্ৰস্তুত কৰা নাই । অৰ্থাৎ দুই আৰু তিনি নম্বৰ ধলপুৰৰ ‌উচ্ছেদিতক ভেটিৰ বজাৰৰ পৰা স্থানান্তৰ কৰা নহয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DhalpurEvictionHimanta Biswa Sarma
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d