Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!

    শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

    ‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

    চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Viral : ‘আমি পাঁচজনক মাৰিছো, তেওঁলোকে এজনক’, ভাইৰেল ভিডিঅ’ত দাবী বিজেপি নেতাৰ

publisher by publisher
August 21, 2022
in India, News, Politics
Reading Time: 1 min read
0
Viral : ‘আমি পাঁচজনক মাৰিছো, তেওঁলোকে এজনক’, ভাইৰেল ভিডিঅ’ত দাবী বিজেপি নেতাৰ
3
SHARES
33
VIEWS
ShareShareShareShare

RelatedPosts

BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

সাম্প্রদায়িক হিংসা সৃষ্টি কৰাৰ অভিযোগত ৰাজস্থানৰ বিজেপি নেতা জ্ঞানদেৱ আহুজাক গ্রেপ্তাৰ কৰিলে ৰাজ্যৰ আৰক্ষীয়ে । সম্প্রতি আহুজাৰ এটা ভিডিঅ’ ভাইৰেল হৈছে । সেই ভিডিঅ’ত তেওঁক কৈ থকা শুনা যায়, “আমি ইয়াৰ আগতে পাঁচজনক মাৰিছো । এয়ে প্রথম তেওঁলোকে আমাৰ এজনক মাৰিব পাৰিলে ।”

ADVERTISEMENT

কিন্তু এই ‘আমি’ কোন ? আৰু ‘তেওঁলোক’ বা কোন ? ভিডিঅ’ৰ দ্বাৰাই সেয়া স্পষ্টভাৱে বুজিব পৰা যায় । আহুজা বর্ণিত ‘তেওঁলোক’ প্ৰকৃততে ৰাজ্যৰ সংখ্যালঘু সম্প্রদায়ৰ লোক । ‘আমি’ হ’ল তথাকথিত গোৰক্ষক বাহিনীৰ স’তে জড়িতসকল । গোহত্যাকাৰীৰ সন্দেহত গণপ্ৰহাৰত হত্যা হোৱা পহেলু খান আৰু ৰাকবৰ খানৰ প্রসংগও এই ভিডিঅ’ত প্ৰকাশ পাইছে ।

আহুজাই ভিডিঅ’টোৰ এটা অংশত কয়, বেৰোৰ হ‌ওক বা লালৱাণ্ডি, আমি ইতিমধ্যে পাঁচজনক মাৰিছো । প্রসংগত, ২০১৭ৰ এক এপ্রিলত ৫৫ বছৰৰ পহেলু খানক ৰাজস্থানৰ আলৱাৰ জিলাৰ বেহৰোৰত প্রায় দুশ জনীয়া এটা দলে গোহত্যাকাৰী সন্দেহত লোহাৰ ৰডেৰে মাৰধৰ কৰে । ঘটনাৰ দুদিন পাছত পহেলুৰ মৃত্যু হয় ।

একেদৰেই ২০১৮ৰ ২১ জুলাইত হাৰিয়ানাত ২৯ বছৰ বয়সৰ ৰাকবৰ খানকে প্ৰহাৰ কৰি হত্যা কৰা হয় ।

ভিডিঅ’ৰ এটা অংশত আহুজাই কয়, “ম‌ই মোৰ মানুহক হত্যা কৰাৰ পূর্ণ স্বাধীনতা দিছো । তেওঁলোক ধৰা পৰিলেও আমি তেওঁলোকক জামিন দি মুক্ত কৰিম ।”

আৰক্ষীৰ হাতত ধৰা পৰাৰ পাছত অৱশ্যে আহুজাই দাবী কৰিছে, তেওঁৰ বক্তব্য বিকৃত কৰা হৈছে । নিজৰ বক্তব্যৰ সমর্থনত তেওঁ কয়, আলৱাৰত তেওঁৰ নির্বাচনী অঞ্চলত হিন্দু জাগৰণ মঞ্চৰ সদস্যসকলে তেওঁৰ স’তে নানা বিষয়ত আলোচনা কৰিছিল । তাতেই তেওঁলোকে তেওঁক জনায়, ৰাজস্থানৰ মেৱাত অঞ্চলত মুছলিমসকলে ছাইনি বোলা এজন হিন্দুক প্ৰহাৰ কৰি হত্যা কৰিছে । পূৰ্বে যি পাঁচজন মুছলমান গণপ্ৰহাৰত মৃত্যু হৈছে, তেওঁলোকে গৰু সৰবৰাহ আৰু হত্যাৰ স’তে জড়িত বুলি দাবী কৰিছে আহুজাই ।

মুছলিমসকলে অসংখ্য সন্তান জন্ম দি ভাৰতক দখল কৰাৰ চেষ্টা কৰিছে বুলিও অভিযোগ কৰিছে আহুজাই । ৰাজস্থান প্রদেশ কংগ্রেছ সভাপতি গোবিন্দ সিং দোতাছাৰাই ভিডিঅ’টো টুইট কৰি প্রশ্ন কৰিছে, বিজেপি যে কিমান সাম্প্রদায়িক দল, সেয়া বুজিবলৈ আৰু কোনো তথ্যপ্রমাণৰ প্রয়োজন আছে নেকি ?

"अब तक 5 हमने मारे हैं…कार्यकर्ताओं को खुली छूट दे रखी है..मारो **** को..ज़मानत हम करवाएँगे” ये शब्द राजस्थान भाजपा कार्यकारिणी के सदस्य और पूर्व विधायक ज्ञानदेव आहूजा के हैं।

BJP के मजहबी आतंक व कट्टरता का और क्या सबूत चाहिए? पूरे देश में भाजपा का असली चेहरा सामने आ गया है। pic.twitter.com/v8XhxZEKcF

— Govind Singh Dotasra (@GovindDotasra) August 20, 2022

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BJPCongressGovind Singh DotasraGyan Dev Ahuja
publisher

publisher

Related Posts

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

October 17, 2026
নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

October 17, 2026
বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!
International

বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!

October 17, 2026
শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং
International

শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

October 17, 2026
‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা
India

‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

October 17, 2026
চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d