Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ASSAM GOVT:সামাজিক মাধ্যমত উপলব্ধ তথ্যৰ সত্যাসত্য নিৰূপণ কৰিহে মূলঁসুতিৰ সংবাদ মাধ্যমত স্থান দিবলৈ আহ্বান মন্ত্ৰী পীযুষ হাজৰীকাৰ

গুৱাহাটীৰ Turning Point Institute of Media & Creative Skills শৈক্ষিক প্ৰতিষ্ঠানৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহ

publisher by publisher
September 18, 2022
in Assam, News
Reading Time: 1 min read
0
ASSAM GOVT:সামাজিক মাধ্যমত উপলব্ধ তথ্যৰ সত্যাসত্য নিৰূপণ কৰিহে মূলঁসুতিৰ সংবাদ মাধ্যমত স্থান দিবলৈ আহ্বান মন্ত্ৰী পীযুষ হাজৰীকাৰ
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

Theft incident in Hengerabari:মহানগৰীৰ হেঙেৰাবাৰীত চোৰৰ চাফাই অভিযান

Pranay Bordoloi:আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ কিলিমাঞ্জাৰো আৰোহণকাৰী প্ৰণয় বৰদলৈক দল- সংগঠনৰ সম্বৰ্ধনা

Heroin seized in Guwahati:সৰিয়হৰ ডুলিতে ভূত !

ASSAM GOVT: অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি গুৱাহাটীৰ Turning Point Institute of Media & Creative Skills নামৰ ব্যৱহাৰিক টেলিভিচ্যন সাংবাদিকতাৰ শিক্ষানুষ্ঠানৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত থাকে | সমাৰোহত বক্তব্য প্ৰদান কৰি মন্ত্ৰী হাজৰীকাই শিক্ষানুষ্ঠানখনৰ সকলো ন-পূৰণি ছাত্ৰ ছাত্ৰীক শুভেচ্ছা জনোৱাৰ লগতে ভাৰতৰ দৰে গণতান্ত্ৰিক দেশ এখনত গুণগত শিক্ষাৰে শিক্ষিত সাংবাদিকৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে |

ADVERTISEMENT

মন্ত্ৰী গৰাকীয়ে কয় যে ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাত সংবাদ মাধ্যম হৈছে চতুৰ্থ স্তম্ভ আৰু এই চতুৰ্থ স্তম্ভই প্ৰতি মূহুৰ্ততে সষ্টম হৈ থাকি গণতান্ত্ৰিক ব্যৱস্থাটোক শক্তিশালী কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে | ভাৰতীয় গণতন্ত্ৰত কাৰ্যপালিকা আৰু ন্যায়পালিকাসকল সদায়ে গুণগত শিক্ষাৰে শিক্ষিত হোৱাৰ লগতে তেঁওলোকৰ নিযুক্তিৰ ক্ষেত্ৰত একোটা বিশেষ মাপকাঠিৰ প্ৰয়োজন থাকে | কিন্তু গণতান্ত্ৰিক ব্যৱস্থাৰ আন দুটা বিশেষ স্তম্ভৰ সদস্য, ৰাজনৈতিক নেতা আৰু সাংবাদিকসকলৰ নিযুক্তিৰ ক্ষেত্ৰত গুণগত শৈক্ষিক মান নিৰ্দ্ধাৰণ কৰি থোৱা নাথাকে যাৰ ফলত দুয়ো ক্ষেত্ৰতে গুণগত শিক্ষা নথকা ব্যক্তি থাকিলে দেশ এখন চলোৱাৰ ক্ষেত্ৰত কিছু সমস্যাৰ উদ্ভৱ হ’ব পাৰে, মন্ত্ৰী গৰাকীয়ে কয় | তেনে অৱস্থাত ৰাজনীতি আৰু সংবাদ জগত উভয়তে গুণগত শিক্ষাৰে শিক্ষিত ব্যক্তিসকল থকাটো অত্যন্ত জৰুৰী বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে | ৰাজনীতি অথবা সংবাদ জগত আন সকলো ক্ষেত্ৰতে সফল হ’ব নোৱাৰা ব্যক্তিসকলৰ অন্তিম স্থান হ’ব নালাগে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে | আনহাতে সংবাদজগতৰ ক্ষেত্ৰত প্ৰশিক্ষণৰ ব্যৱস্থা থকাটো খুবেই প্ৰয়োজনীয় বুলিও মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই |

মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে যে একাংশ সাংবাদিকে মূল উৎসৰ মূল কথাখিনিও বহু পৰিমাণে বেলেগ অৰ্থ অথবা আধা অৰ্থ উলিয়াব পৰাকৈ সলনি কৰি দিয়ে | মন্ত্ৰী হাজৰীকাই নিজৰে এটা উদাহৰণ দি কয় যে দুদিন আগতে তেখেতে বিদ্যুতৰ বিল বৃদ্ধি হোৱা বিষয়ত একাংশ সাংবাদিকে প্ৰশ্ন কৰাত উত্তৰ প্ৰদান কৰে | কিন্তু সেই উত্তৰৰ সম্পাদনা কৰা তথ্য এটা সংবাদ মাধ্যমত গ্ৰাফিক্স আকাৰে প্ৰচাৰ চলাবলৈ আৰম্ভ কৰে যাৰ ফলত মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ বহুখিনি ট্ৰ’লিঙৰ সন্মুখীন হ’বলগাত পৰে | মন্ত্ৰীগৰাকীয়ে কয় যে তেঁও যিহেতু প্ৰকৃত কথাবোৰ ক’ব পৰাকৈ একোটা মাধ্যম আছে, গতিকে মন্ত্ৰীগৰাকীৰ ক্ষেত্ৰত সম্পূৰ্ণ কথাটো পুনৰ ক’বলৈ সুবিধা পাব, কিন্তু যিসমূহ ব্যক্তিৰ ওচৰত কোনো মাধ্যম নাথাকে, বা কোনো সুবিধা নাপায় তেঁওলোকে নিজৰ ক’ব লগা খিনি প্ৰকাশ কৰিব নোৱাৰাকৈয়ে এটা মিছা অথবা অৰ্ধ সত্যত থাকি যাব লগাত পৰে, যি ব্যক্তিজনৰ বাবে অত্যন্ত কষ্টদায়ক | এনে অৱস্থাত সংবাদকৰ্মীসকল সচেতন হোৱাটো খুবেই জৰুৰী বুলি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে |

আনহাতে আজি ফলাফল ঘোষণা কৰা অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত সম্পূৰ্ণ মেধাৰ ভিত্তিত প্ৰাৰ্থীসকল নিৰ্বাচিত হৈছে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে শেহতীয়াকৈ সামাজিক মাধ্যমত দাস উপাধিৰ এজন ব্যক্তিয়ে চাকৰিৰ নামত দুৰ্নীতি হোৱা বুলি ভিত্তিহীন অভিযোগ আনি ৰাজ্যখন উত্তাল কৰি ৰাখিছিল | কোনোবাই সামাজিক মাধ্যমত একোটা মন্তব্য কৰিলেই তাক সত্যাসত্য নিৰূপণ নকৰাকৈ সংবাদ মাধ্যমে গুৰুত্ব দিয়া অনুচিত বুলি মন্ত্ৰী হাজৰীকাই মন্তব্য কৰে | অসমৰ কেইবাটাও সংবাদ প্ৰতিস্থানৰ মুখ্য সম্পাদক উপস্থিত থকা আজিৰ অনুষ্ঠানটোতে মন্ত্ৰী গৰাকীয়ে সকলোকে বিনম্ৰতাৰে অনুৰোধ জনাই কয় যে সত্যাসত্য নিৰূপণ নকৰাকৈ সামাজিক মাধ্যমৰ মন্তব্য এটাক খৰধৰকৈ মূলসুঁতিৰ সংবাদ মাধ্যমত স্থান দিব নালাগে | অৱশ্যে যি তথ্য সত্যৰ ওপৰত প্ৰতিস্থিত তেনে তথ্যক লৈ বেয়া কাম কৰা ৰাজনৈতিক নেতা অথবা চৰকাৰক সংবাদ মাধ্যমে সমালোচনা কৰাত কোনো ধৰণৰ আপত্তি নাই বুলিও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে | মন্ত্ৰী গৰাকীয়ে কয়, “ৰাজনৈতিক নেতাই যাতে বেয়া কাম কৰিব নোৱাৰে তাৰ বাবে সংবাদ মাধ্যম সষ্টম হৈ থকাটো এখন গণতান্ত্ৰিক দেশৰ প্ৰগতিৰ বাবে খুবেই প্ৰয়োজন”| আনহাতে Turning Point Institute of Media & Creative Skills ৰ ন-পূৰণি ছাত্ৰ ছাত্ৰীসকলক শুভকামনা জনাই মন্ত্ৰী গৰাকীয়ে তেঁওলোকক দেশ আৰু জাতিৰ প্ৰতি ভালপোৱা ৰাখি, দায়বদ্ধ হৈ কাম কৰি যাবলৈ আহ্বান জনায় |

আজিৰ অনুষ্ঠানটোত মন্ত্ৰীগৰাকীৰ লগতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, নৰ্থ ইষ্ট লাইভৰ মুখ্য সম্পাদক ৱাছবিৰ হুছেইন, নিউজ লাইভৰ মুখ্য পৰিচালন সম্পাদক জাৰিৰ হুছেইন, দৈনিক জনমভূমিৰ সম্পাদক উৎপল বৰুৱা, এন কে টি ভি ৰ পৰিচালন সম্পাদক পৰাগমণি আদিত্য, এন ডি ২৪ ৰ পৰিচালন সম্পাদক ৰাজদীপ বাইলুং বৰুৱা তথা ৰাজ্যখনৰ কেইবাজনো জ্যেষ্ঠ সাংবাদিক উপস্থিত আছিল |

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: GuwahatiTURNING POINT INSTITUTE PROGGAMME
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d