Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Foundation Day of Dispur Press Club:সগৌৰৱেৰে নটা বৰ্ষত এক খোজ দিলে দিছপুৰ প্ৰেছ ক্লাবে

    Online Business:পহিলা এপ্ৰিলৰ পৰা অনলাইন ব্যৱসায়িক লেনদেনত প্ৰযোজ্য হ’ব মাচুল

    Jua 27th Conference In Manas:মানাহত জাৰ্ণেলিষ্ট ইউনিয়ন অফ অসমৰ ২৭ সংখ্যক দুদিনীয়া অধিবেশনৰ সামৰণি

    Assam Liquor License:আঠ জিলাত নতুনকৈ ১৪ খন বিদেশী সুৰাৰ অনুজ্ঞাপত্ৰ প্ৰদান

    Sarbananda Sonowal : চৰকাৰে পাঁচ হেজাৰ কিলোমিটাৰ নৌবাহী জলপথৰ স’তে ইষ্টার্ণগ্রিড বিকাশৰ পৰিকল্পনা কৰিছে: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

    Abhayapuri : অভয়াপুৰীৰ ডুমেৰগুৰীত শোকাৱহ ঘটনা, অশোকাষ্টমীত স্নান কৰিবলৈ গৈ ছাত্ৰৰ সলিল সমাধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    Rani Mukerji In Kamakhya Temple  : ওপজা দিনটোতে ‘মা’ কামাখ্যাৰ আশিস ল’লে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জীয়ে

    Satish Kaushik : জনপ্ৰিয় কৌতুক অভিনেতা সতীশ কৌশিকৰ দেহাৱসান , বুধবাৰে খেলিছিল হোলি

    Black N White : এতিয়া চিএনডি প্লেত উপলব্ধ হ’ব ব্লেক এন হোৱাইট

    Zeenat Aman : সামাজিক মাধ্যমত আহিয়ে কি ক’লে ‘সত্যম শিবম সুন্দৰম ‘ ৰ জনপ্ৰিয় অভিনেত্ৰী জিনাতে ?

    Attack on Sonu Nigam: বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী ছনু নিগমক আক্ৰমণ

    Pathaan : ‘ বাহুবলী – ২’ ৰ অভিলেখ ভংগৰ বাবে ১০০ কোটি টকাৰ প্ৰয়োজন ‘পাঠান ‘ ৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope: দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Puffed rice :  মুড়ি খাই বেয়া পাই নেকি ? আছে ইয়াৰ বহু উপকাৰিতা

    Benefits of having Rock Salt : অতিৰিক্ত নিমখ মানেই বিপদ ! সাধাৰণ নিমখৰ সলনি ব্যৱহাৰ কৰক এই নিমখ !

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Weight Loss Tips : ওজন বৃদ্ধি হ’লেই হৃদৰোগৰ আশংকা বৃদ্ধি হয়!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

  • Videos
No Result
View All Result

Home News Assam

JOURNALIST ATTAACKED IN TINSUKIA : সাংবাদিক আক্ৰমণৰ ঘটনাক গৰিহণা জাৰ্নেলিষ্ট ইউনিয়নৰ

publisher by publisher
October 6, 2022
in India, Assam, News
Reading Time: 1 min read
0
WhatsApp Image 2022 10 06 at 19.05.29
1
SHARES
7
VIEWS
ShareShareShareShare

JOURNALIST ATTAACKED IN TINSUKIA : ৰাজ্যত পুনৰ সংঘটিত হৈছে সাংবাদিক নিৰ্যাতনৰ ঘটনা। তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক তথা দৈনিক পূর্বদয়ৰ সাংবাদিক ৰৌচনলাল ভৰদ্বাজক কালি সন্ধিয়া দুৰ্বৃত্তই আক্ৰমণ কৰি গুৰুতৰ আহত কৰা ঘটনাক জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছামৰ তিনিচুকীয়া জিলা সমিতিয়ে তীব্র ভাষাৰে গৰিহণা দিছে। ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি বিহিবলৈ জাৰ্নেলিষ্ট ইউনিয়নে দাবী জনাইছে ।

ADVERTISEMENT

উল্লেখযোগ্য যে, এটা দুৰ্ঘটনাৰ আলম লৈ দুৰ্বৃত্তৰ এটা দলে সাংবাদিক গৰাকীৰ বাসগৃহৰ সন্মুখত ভাবুকি প্ৰদান কৰাৰ লগতে আক্ৰমণ কৰে। নিশাই আৰক্ষীক অৱগত কৰাৰ লগতে পৰিয়ালৰ লোকে আক্ৰমণৰ বলি হোৱা সাংবাদিকজনক ততালিকে চিকিৎসালয়ত ভৰ্তি কৰে। আনহাতে, তিনিচুকীয়া আৰক্ষীয়ে978/22 (294/325/338/307/34 IPC) গোচৰ ৰুজু কৰি আক্ৰমণত জড়িত দুৰ্বৃত্তৰ দলটোৰ এজনক আটক কৰাৰ লগতে ঘটনাত ব্যৱহৃত এ এছ ২৩ এইচ ১০১১ নম্বৰৰ এখন গাড়ীও জব্দ কৰে।

RelatedPosts

Tinsukia :  তিনিচুকীয়া জিলাত প্ৰচণ্ড ধুমুহা- শিল বৰষুণ গছ বাগৰি যোগাযোগ ব্যাহত

Tinsukia Murder : সুৰাপানেই কাল হ’ল ! পিতৃয়ে হত্যা কৰিলে নিজ পুত্ৰক

Tinsukia : তিনিচুকীয়া জিলাত ডিগবৈ পেঙেৰীত সেনা – আলফাৰ সংঘৰ্ষ

ঘটনাত জড়িত সকলক শীঘ্ৰে কৰায়ত্ত কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈকো জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছামৰ তিনিচুকীয়া জিলা সমিতিয়ে দাবী জনাইছে। আইনী সুৰুঙাৰে যাতে দোষী সাৰি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আৰক্ষী প্ৰশাসনক জাৰ্নেলিষ্ট ইউনিয়নে আহ্বান জনাইছে।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: JOURNALIST ATTAACKEDTinsukia
publisher

publisher

Related Posts

Foundation Day of Dispur Press Club:সগৌৰৱেৰে নটা বৰ্ষত এক খোজ দিলে দিছপুৰ প্ৰেছ ক্লাবে
Assam

March 30, 2023
Online Business:পহিলা এপ্ৰিলৰ পৰা অনলাইন ব্যৱসায়িক লেনদেনত প্ৰযোজ্য হ’ব মাচুল
India

Online Business:পহিলা এপ্ৰিলৰ পৰা অনলাইন ব্যৱসায়িক লেনদেনত প্ৰযোজ্য হ’ব মাচুল

March 30, 2023
Jua 27th Conference In Manas:মানাহত জাৰ্ণেলিষ্ট ইউনিয়ন অফ অসমৰ ২৭ সংখ্যক দুদিনীয়া অধিবেশনৰ সামৰণি
Assam

Jua 27th Conference In Manas:মানাহত জাৰ্ণেলিষ্ট ইউনিয়ন অফ অসমৰ ২৭ সংখ্যক দুদিনীয়া অধিবেশনৰ সামৰণি

March 30, 2023
Assam Liquor License:আঠ জিলাত নতুনকৈ ১৪ খন বিদেশী সুৰাৰ অনুজ্ঞাপত্ৰ প্ৰদান
Assam

Assam Liquor License:আঠ জিলাত নতুনকৈ ১৪ খন বিদেশী সুৰাৰ অনুজ্ঞাপত্ৰ প্ৰদান

March 30, 2023
Sarbananda Sonowal : চৰকাৰে পাঁচ হেজাৰ কিলোমিটাৰ নৌবাহী জলপথৰ স’তে ইষ্টার্ণগ্রিড বিকাশৰ পৰিকল্পনা কৰিছে: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
India

Sarbananda Sonowal : চৰকাৰে পাঁচ হেজাৰ কিলোমিটাৰ নৌবাহী জলপথৰ স’তে ইষ্টার্ণগ্রিড বিকাশৰ পৰিকল্পনা কৰিছে: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

March 29, 2023
Abhayapuri : অভয়াপুৰীৰ ডুমেৰগুৰীত শোকাৱহ ঘটনা, অশোকাষ্টমীত স্নান কৰিবলৈ গৈ ছাত্ৰৰ সলিল সমাধি
Assam

Abhayapuri : অভয়াপুৰীৰ ডুমেৰগুৰীত শোকাৱহ ঘটনা, অশোকাষ্টমীত স্নান কৰিবলৈ গৈ ছাত্ৰৰ সলিল সমাধি

March 29, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: