Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Tech

Navratri Car Sales : ২০২১ৰ তুলনাত ৫৭ শতাংশ বিক্রী বৃদ্ধি, উৎসৱৰ বতৰত অভিলেখ ‘গড়ী বিক্ৰী’ দেশত

publisher by publisher
October 11, 2022
in India, News, Tech
Reading Time: 1 min read
0
Navratri Car Sales : ২০২১ৰ তুলনাত ৫৭ শতাংশ বিক্রী বৃদ্ধি, উৎসৱৰ বতৰত অভিলেখ ‘গড়ী বিক্ৰী’ দেশত
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

কৰ’নাৰ মাজতে আৰম্ভ হ’ল নৱৰাত্ৰি

Navratri Car Sales : ক’ভিডকালত গাড়ী বিক্রীত মন্দাৰ পাছত পুনৰ চংগা হ’ল ভাৰতৰ গাড়ীৰ বজাৰ । বিগত দুই বছৰত উৎসৱৰ বতৰত কম বিক্রীৰ পাছত নৱৰাত্রিত অভিলেখ বৃদ্ধি হৈছে গাড়ী বিক্ৰীত । ২০২১ৰ নৱৰাত্রিৰ তুলনাত ৫৭ শতাংশ বাঢ়িছে গাড়ী বিক্রী । বাইক, অট’, বহনক্ষম গাড়ী, যাত্রীবাহী গাড়ী আৰু ট্রেক্টৰৰ বিক্রীত যথাক্রমে ৫২ শতাংশ, ১১৫ শতাংশ, ৪৮ শতাংশ, ৭০ শতাংশ আৰু ৫৮ শতাংশ সকলো বিভাগতে বিক্রী আছে ।

ADVERTISEMENT

গাড়ীৰ বিক্ৰী কেনেকুৱা ?
নৱৰাত্রি ২০১৯ৰ স’তে তুলনা কৰিলে (কোভিডৰ আগৰ) মুঠ খুচুৰা গাড়ীৰ বিক্রী ১৬ শতাংশ বাঢ়িছে । অট’ৰ স’তে টু হুইলাৰ বিক্রী বৃদ্ধি পাইছে অভিলেখ হাৰত । কিন্তু এই বিক্ৰীত প্রকৃত তাৰকা পিভি ছেগমেন্ট বা পেছেঞ্জাৰ ভেহিকল বিভাগ । চলিত বছৰত নৱৰাত্রিত পিভি বিক্রী আছিল ১,১০,৫২১টা, যি ২০২১ত আছিল ৬৪,৮৫০ ।

Car Sales : ছেমিকণ্ডাক্টৰৰ নাটনি পূৰণ
এই গাড়ী বিক্রীৰ তথ্যত আৰু দেখা যায় যে, ছেমিকণ্ডাক্টৰৰ নাটনি পূৰণ কৰি বর্তমান গাড়ীৰ সৰবৰাহ বহু উন্নত হৈছে । যাৰ ফলত কিছু হ’লেও স্বস্তি লাভ কৰিছে গাড়ী নির্মাণকাৰী সংস্থাবোৰে । গাড়ীৰ বিক্রী বৃদ্ধিৰ লগতে শ্ব’-ৰুমত সৰবৰাহ বাঢ়িছে । দেখা গৈছে, সাম্প্রতিক এছ‌ইউভি গাড়ীৰ হাৰ যথেষ্ট বৃদ্ধি পাইছে ।

Maruti Suzuki Cars : মাৰুতি গাড়ীয়ে দৃষ্টি আকৰ্ষণ কৰিছে বজাৰত
কিছুদিন পূৰ্বে মাৰুতি ছুজুকিৰ নতুন এছ‌ইউভি উন্মোচন কৰা হৈছে । যাৰ ভিতৰত গ্ৰেণ্ড ভিটাৰা আৰু ব্রেজা আছে । ইতিমধ্যে ব্রেজাই বিক্রীৰ তালিকাত আধিপত্য অটুট ৰাখিছে । নতুন গ্ৰেণ্ড ভিটাৰাও পিছ পৰি থকা নাই । যিয়ে প্রচুৰ বুকিং পাই আগ্রহ বঢ়াইছে ক্রেতাসকলৰ । মহিন্দ্রাৰ দৰে অন্যান্য অট’মেকাৰসকলে নতুন স্কৰপিঅ’ এন উন্মোচন কৰি বজাৰত ধামাকা কৰিছে ।

এছইউভিৰ তালিকাত টাটায়ো নিজেৰ অৱদান আগবঢ়াইছে । টাটাৰ কে’বাটাও নতুন আকর্ষণীয় গাড়ীয়ে ক্রেতাৰ সংখ্যা বঢ়াইছে কোম্পানিৰ । ক্রেতাসকলৰ আগ্রহ বঢ়াইছে হুণ্ডাই ক্ৰেটাৰ দৰে মডেলবোৰে । সম্প্রতি উন্মোচন হোৱা ভেন্যুয়েও ক্রেতাৰ দৃষ্টি কাঢ়িছে । অৱশ্যে ইয়াৰ লগতে মুঠ গাড়ী বিক্রীৰ সংখ্যাত যোগ হৈছে বৈদ্যুতিক গাড়ীও । দৈনন্দিন বৃদ্ধি পাইছে এই গাড়ীৰ চাহিদা ।

নতুন গাড়ীৰ উন্মোচনে দীপাৱলীৰ পাছতো দেশৰ গাড়ী বজাৰৰ চাহিদা অটুট ৰাখিব । ক্রেতাসকলৰ আগ্রহ অটুট থাকিব নতুন উন্মোচনক লৈ । অৱশ্যে পৰিসংখ্যা অনুযায়ী, ক’ভিডৰ পূৰ্বৰ গাড়ী বিক্রীৰ সংখ্যা এতিয়াও অতিক্রম কৰিব পৰা নাই ২০২২এ ।

ছেপ্টেম্বৰ ২০১৯ত যি সংখ্যাত ভাৰতত গাড়ী বিক্রী হৈছিল, ২০২২ত সেই বিক্ৰী ফিগাৰ স্পৰ্শ কৰিব পৰা নাই কোম্পানিবোৰে । অৱশ্যে নৱৰাত্রিক কেন্দ্র কৰি গাড়ীৰ লগতে, টু-হুইলাৰ বিক্ৰী বাঢ়িছে । উৎসৱৰ বতৰত এই প্রৱণতা অটুট থাকিব বুলি আশাবাদী কোম্পানিবোৰ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Car Salesnavratri
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d