Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dr.Bhupen Hazarika 100th anniversary:ভাৰত ৰত্ন ড:ভূপেন হাজৰিকা জন্ম-শতবার্ষিকী উপলক্ষে জালুকবাৰীৰ সমন্বয় তীৰ্থত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী

    আৰক্ষী থানাৰ পাছত চৰকাৰী কাৰ্যালয়তো চলিব দালাল বিৰোধী অভিযান

    ACS officer Arrested:ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাক গ্ৰেপ্তাৰ চিএম ভিজিলেঞ্চৰ

    Horrific murder in Beltala: মহানগৰীৰ বেলতলাৰ বশিষ্ঠপুৰত লোমহৰ্ষক হত্যাকাণ্ড

    পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ

    পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

Entertainment : অভিষেক বচ্চনক বিয়া কৰোৱাৰ পূৰ্বে ঐশ্বৰ্য আছিল বিবাহিতা , কোন আছিল বিশ্বসুন্দৰীৰ প্ৰথম স্বামী ? জানিবলৈ পঢ়ক

publisher by publisher
December 5, 2022
in Entertainment, Movie
Reading Time: 2 mins read
0
Entertainment : অভিষেক বচ্চনক বিয়া কৰোৱাৰ পূৰ্বে ঐশ্বৰ্য আছিল বিবাহিতা , কোন আছিল বিশ্বসুন্দৰীৰ প্ৰথম স্বামী ? জানিবলৈ পঢ়ক
4
SHARES
43
VIEWS
ShareShareShareShare

RelatedPosts

কেমেৰাৰ সন্মুখত কিয় হাঁহি নাথাকে আৰিয়ান খানে?

উদয়পুৰত ভাৰতীয় মূলৰ মার্কিন অর্বুদপতিৰ বিবাহত জেনিফাৰৰ সংগীত পৰিৱেশন, নাচিলে বলিউড তাৰকাই

Salman Khan’s kitchen is banned from beef:জনপ্ৰিয় অভিনেতা ছলমান খানৰ পাকঘৰত নিষিদ্ধ গো-মাংস !

Entertainment :

২০০৭ চনত ধুমধামেৰে অমিতাভ-জয়াই পুত্ৰ অভিষেকৰ কাৰণে প্ৰাক্তন বিশ্ব সুন্দৰী ঐশ্বৰ্য ৰায়ক বিয়া কৰাই আনিছিল ।

এই বিলাহ বহুল বিবাহৰ এতিয়া ১৫ বছৰ অতিক্ৰম হ’ল । বৰ্তমান এটি কন্যা সন্তানৰ মাতৃ ঐশ্বৰ্য । তৎস্বত্বেও এই দম্পত্তী সদায় চৰ্চাৰ শীৰ্ষত থকা দেখা যায় ।

ঐশ্বৰ্যৰ পূৰ্বেও একাধিক সুন্দৰীৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল অভিষেকৰ । কৰিস্মা কাপুৰৰ পৰা ৰাণী মুখাৰ্জীলৈকে প্ৰেমৰ সম্পৰ্ক আছিল অভিনেতাজনৰ । শেষত কিন্তু বিশ্ব সুন্দৰী ঐশ্বৰ্যক জীৱনসংগী হিচাপে বাচি লৈছিল তেওঁ ।

একেদৰে ঐশ্বৰ্য ৰায়ো বলীউডত প্ৰৱেশ কৰাৰ পিছতে ছালমন খানৰ লগত প্ৰেমত পৰিছিল । এই সম্পৰ্কৰ কথা সকলোৱে জানে । অৱশ্যে কিছু বছৰৰ পিছত এই সম্পৰ্ক ভাঙি গৈছিল যদিও বৰ্তমানেও এই প্ৰেম কাহিনীক লৈ মানুহৰ উৎকণ্ঠাৰ অন্ত পৰা নাই । হ’লেও বৰ্তমান অভিষেক-ঐশ্বৰ্যয়ে এখন সুখৰ সংসাৰ গঢ়ি তুলিছে ।

আপুনি হয়তো নেজানে যে ,অভিষেক কিন্তু ঐশ্বৰ্যৰ প্ৰথম স্বামী নহয় । বৰ্তমান এই কথাই বলীউড জগতত চৰ্চা লাভ কৰিছে যে , অভিষেকলৈ বিয়া হোৱাৰ পূৰ্বেই ঐশ্বৰ্যই লুকাই-চুৰকৈ ছালমন খানক বিয়া কৰাইছিল । অৱশ্যে এইকথাৰ কোনো প্ৰমাণিত তথ্য নাই ।

কিন্তু অভিষেকক বিয়া কৰোৱাৰ পূৰ্বে এই বিশ্ব সুন্দৰীয়ে আৰু এবাৰ বিয়াত বহিছিল । এইকথা অমিতাভ-জয়াৰ আগত লুকাই থকা নাছিল । অভিষেকৰ লগত বিয়া হোৱাৰ পূৰ্বে ঐশ্বৰ্য এজোপা গছৰ লগত বিয়াত বহিছিল ।

আচলতে ঐশ্বৰ্যৰ বিবাহৰ ক্ষেত্ৰত থকা মাংগলিক দোষ মোচন কৰিবলৈকে শাহু জয়া বচ্চনে এজোপা গছৰ লগত অভিনেত্ৰীগৰাকীৰ বিবাহ কৰাই দিছিল । যিহেতু বচ্চন পৰিয়ালে কিছু কু-সংস্কাৰ বিশ্বাস কৰে ।

সেই বিশ্বাসৰ মৰ্যদা ৰাখিবলৈকে ঐশ্বৰ্যক এনেকৈ এজোপা গছৰ সৈতে বিয়া হ’বলৈ বাধ্য কৰিছিল জয়াই । বচ্চন পৰিয়ালৰ সূত্ৰ অনুসৰি , ঐশ্বৰ্যৰ সমস্ত অমংগল তথা অশুভ লক্ষণ কাটিবলৈকে এই ব্যৱস্থা কৰোৱা হৈছিল ।

গছৰ লগত প্ৰথম বিবাহ সম্পন্ন হোৱাৰ পিছতহে অভিষেক-ঐশ্বৰ্যৰ বিয়া হয় । পৌৰাণিক মনোবৃত্তিৰ এইকথাবোৰ বহু বছৰ ধৰি লুকুৱাই ৰখা হৈছিল যদিও সদ্য ঐশ্বৰ্যই এইকথা স্বীকাৰ কৰিছে ।

এইলৈ বহুবাৰ অভিনেত্ৰীগৰাকীয়ে সাংবাদিকৰ মুখামুখি হৈ আহিছে । আনকি বিদেশতো অভিনেত্ৰীগৰাকীয়ে এই প্ৰশ্নৰ মুখামুখি হ’বলগীয়া হৈছিল ।

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aishwarya RaiBOLLYWOODEntertainment
publisher

publisher

Related Posts

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

September 6, 2026
দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’
Entertainment

দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

September 5, 2026
আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প
Assam

আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

September 4, 2026
লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ
Entertainment

লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

September 3, 2026
২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ
Entertainment

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

September 1, 2026
বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ
Entertainment

বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d