Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Iran : মাহশাৰ মৃত্যুত জ্বলিছে ইৰান, হিজাব বিৰোধী বিক্ষোভত নিহতৰ সংখ্যা ৭৫, গ্রেপ্তাৰ সহস্ৰাধিক

publisher by publisher
September 27, 2022
in International, Politics, world
Reading Time: 1 min read
0
Iran : মাহশাৰ মৃত্যুত জ্বলিছে ইৰান, হিজাব বিৰোধী বিক্ষোভত নিহতৰ সংখ্যা ৭৫, গ্রেপ্তাৰ সহস্ৰাধিক
4
SHARES
40
VIEWS
ShareShareShareShare

RelatedPosts

সংঘর্ষবিৰতি লঙ্ঘন: লেবাননত পুনৰ ইজৰাইলী আক্ৰমণ, বহু নিহত

যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ

Iran : বিক্ষোভৰ জুই জ্বলিছে ইৰানত । হিজাব বিৰোধী বিক্ষোভ দমন কৰিবলৈ তৎপৰ প্রশাসন । অগ্নিগর্ভ পৰিস্থিতিত ইৰানত মৃত্যুসমদল অব্যাহত । বিক্ষোভত অংশগ্ৰহণ কৰি ৭৫ জনৰো অধিক লোক নিহত হৈছে বুলি দাবী ইৰানৰ মানৱ অধিকাৰ সংগঠনৰ । যদিও চৰকাৰীভাৱে জনোৱা হৈছে মৃতৰ সংখ্যা ৪১ ।

ADVERTISEMENT

মাহশা আমিনিৰ মৃত্যুৰ প্রতিবাদত উত্তাল ইৰান । বিক্ষোভকাৰীসকলক দমন কৰিবলৈ ব্যাপক আটক অভিযান হৈছে সেই দেশত । সোমবাৰে প্রশাসনৰ তৰফৰ পৰা জনোৱা হৈছে, ১২০০ জনৰো অধিক বিক্ষোভকাৰীক গ্রেপ্তাৰ কৰা হৈছে ।

যিসকলে অশান্ত পৰিৱেশ সৃষ্টি কৰাত উদগনি যোগাইছে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি দেওবাৰে বার্তা দিছে ইৰান চৰকাৰে । কোনো কাৰণতেই বিক্ষোভ যে কৰা নহ’ব, বুলি বার্তা দিছিল ৰাষ্ট্ৰপতি ইব্রাহিম ৰাইজে ।

ইৰানৰ কুর্দিস্তানৰ পৰা ৰাজধানী তেহৰানলৈ গৈছিল ২২ বছৰৰ মাহশা । সেই সময়ত তেওঁলোকক পথত ৰখায় নীতি আৰক্ষীয়ে । হিজাব পৰিধান নকৰাকৈ বাহিৰত ওলাইছিল মাহশাই, এই অভিযোগত তেওঁক আটক কৰে নীতি আৰক্ষীৰ দলে । ইয়াৰ পাছতেই হিফাজতত ৰহস্যজনকভাৱে মৃত্যু হয় তেওঁৰ ।

আৰক্ষীৰ অত্যাচাৰতেই মাহশাৰ মৃত্যু হৈছে বুলি অভিযোগ উত্থাপিত হৈছে । যদিও প্রশাসনৰ তৰফৰ পৰা দাবী কৰা হৈছে, হৃদ্‌ৰোগত মৃত্যু হৈছে যুৱতীগৰাকীৰ । এই ঘটনা প্রকাশ্যত অহাৰ পাছতেই সমগ্ৰ ইৰানত বিক্ষোভ আৰম্ভ হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: IranWomen Protest
publisher

publisher

Related Posts

ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়
International

October 3, 2026
কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!
International

কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

October 3, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল
International

ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

October 2, 2026
আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা
International

আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d