Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    G p Singh :অসম আৰক্ষীৰ হেড কোৱাৰ্টাৰত জেষ্ঠ আৰক্ষী বিষয়াৰে ডি জি পি ৰ ৰুদ্ধদ্বাৰ বৈঠক

    Assam Against Child Marriage:বাল্য বিবাহত জড়িত বাৰ শতাধিক লোক আৰক্ষীৰ জালত

    Chief Minister’s Intimate Talk: তাজ বিভান্টাত এন চি চি আৰু এন এছ এছৰ কেডেটৰে মুখ্যমন্ত্ৰীৰ অন্তৰংগ আলাপ

    PM Narendra Modi : ২০১৯ ৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  জানি লওক খৰছ কিমান ?

    Silchar Detention Camp:শিলচৰ ডিটেনচন কেম্পৰ নাগপাছাত প্ৰায় চাৰি বছৰ ছয়মাহ ধৰি নেপালী মহিলা জন্নত খাতুনকাৰাবন্দী

    Illegal Timber Seized Chirang : চিৰাঙৰ ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music
    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home News Assam

Guwahti MV Ganga Vilas:‘এম ভি গংগা বিলাস’ৰ ফ্লেগ অফৰ পাণ্ডু জাহাজ মেৰামতি কেন্দ্ৰত বিশেষ অনুষ্ঠান

এমভি গংগা বিলাসৰ ফ্লেগ অফ আৰু ‘উত্তৰ-পূৱ সামুদ্ৰিক দক্ষতা বিকাশ গুৱাহাটী কেন্দ্ৰৰ শুভ উদ্বোধন,অংশগ্ৰহণ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় ৰাজ্যিক জাহাজ আৰু পৰ্যটন মন্ত্ৰীৰ

publisher by publisher
January 13, 2023
in India, Assam, News
Reading Time: 3 mins read
0
Guwahti MV Ganga Vilas:‘এম ভি গংগা বিলাস’ৰ ফ্লেগ অফৰ পাণ্ডু জাহাজ মেৰামতি কেন্দ্ৰত বিশেষ অনুষ্ঠান
2
SHARES
16
VIEWS
ShareShareShareShare

Guwahti MV Ganga Vilas:

দেশৰ প্ৰথম নদী ক্ৰুজ ‘এম ভি গংগা বিলাস’ৰ শুক্ৰবাৰে ভাৰ্চুৱেলী ফ্লেগ অফ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

ADVERTISEMENT

WhatsApp Image 2023 01 13 at 2.34.22 PMবিশ্বৰ আটাইতকৈ দীঘল নদী ক্ৰুজ আজি উত্তৰ প্ৰদেশৰ তীৰ্থ নগৰী বাৰাণসীৰ পৰা গংগা নৈৰ বুকুয়েদি যাত্ৰা আৰম্ভ কৰে ৷‘এম ভি গংগা বিলাস ক্ৰুজ খনে পাঁচখন ৰাজ্যৰ লগতে চুবুৰীয়া দেশ বাংলাদেশৰ মাজেৰে হৈ ডিব্ৰুগড়ত প্ৰৱেশ কৰিব।

RelatedPosts

Assam Against Child Marriage:বাল্য বিবাহত জড়িত বাৰ শতাধিক লোক আৰক্ষীৰ জালত

Cm Tweet : শুক্ৰবাৰৰ পৰা ৰাজ্যজুৰি বাল্য বিবাহ কৰা স্বামীৰ বিৰুদ্ধে অভিযান

Foot Bridge Opens At Fancy Bazar:মুখ্যমন্ত্ৰীৰ জন্মদিনৰ দিনাই মুকলি হ’ল

প্ৰায় পঞ্চাশদিনীয়া দিনীয়া এই দীঘলীয়া যাত্ৰাত ক্ৰুজখনে অতিক্ৰম কৰিব ২৭ খন নদীৰ মাজেৰে ৷ আজি পুৱা ভাগত দিল্লীৰ পৰা ভাৰ্চুৱেলী দেশৰ প্ৰধানমন্ত্ৰীয়ে ক্ৰুজ খনৰ ফ্লেগ অফ কৰে। ইয়াৰ পাছতে ডিব্ৰুগড় অভিমুখে যাত্ৰা আৰম্ভ কৰে জাহাজখনে ৷

WhatsApp Image 2023 01 13 at 2.34.23 PMআনহাতে এম ভি গংগা বিলাস ক্ৰুজ খনৰ বাবে মহানগৰীৰ ঐতিহ্যমণ্ডিত পাণ্ডুৰ জাহাজ মেৰামতি কেন্দ্ৰত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এমভি গংগা বিলাসৰ ফ্লেগ অফৰ অনুষ্ঠানত ‘উত্তৰ-পূৱ সামুদ্ৰিক দক্ষতা বিকাশ কেন্দ্ৰ,গুৱাহাটীৰ শাখাটিৰ লগতে শুভ উদ্বোধনৰ উপৰিও এমএমটি পাণ্ডু আৰু ৰাষ্ট্ৰীয় ঘাইপথ-২৭ সংযোগী এলিভেটেড কৰিডৰো উদ্বোধন কৰা হয় ।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কয়,দেশৰ নদী পৰ্যটনৰ ক্ষেত্ৰত এক ন অধ্যায়ৰ সূচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী আজি বিশ্বৰ আটাইতকৈ দীঘল নদীভ্ৰমণ এম ভি গংগা বিলাসৰ শুভাৰম্ভ কৰে।

উত্তৰ প্ৰদেশৰ বাৰাণসী আৰু অসমৰ ডিব্ৰুগড়ৰ মাজত ৩,২০০ কিল’মিটাৰ দূৰত্ব অতিক্ৰমৰ লক্ষ্যৰে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰ্যালয়ৰ এই বৈপ্লৱিক পদক্ষেপে কেৱল অসমৰ পৰ্যটন সম্ভাৱনা বৃদ্ধি কৰাই নহয়, ৰাজ্যৰ ঐতিহ্যবহনকাৰী স্থান যেনে কাজিৰঙা, মা কামাখ্যা মন্দিৰক বিশ্ব পৰ্যটন স্থলী হিচাপে চিহ্নিত কৰিব।

WhatsApp Image 2023 01 13 at 2.34.23 PM 1তদুপৰি  প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত সামুদ্ৰিক দক্ষতা বিকাশ কেন্দ্ৰ উদ্বোধনৰ লগতে পাণ্ডুত এটি জাহাজ মেৰামতি কেন্দ্ৰ আৰু পাণ্ডু বন্দৰসমূহক ঘাইপথৰ সৈতে সংযোগ কৰা এলিভেটেড পথসমূহৰ শিলান্যাস কৰে। এই পদক্ষেপসমূহে উত্তৰ-পূবক বিকাশ আৰু প্ৰগতিৰ ইঞ্জিনলৈ ৰূপান্তৰ কৰাৰ সম্ভাৱনীয়তাৰে প্ৰধানমন্ত্ৰীৰ এক্ট ইষ্ট নীতিৰ এক নতুন অধ্যায়ৰ সূচনা কৰিছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

উল্লেখ্য যে অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ,বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে ভাৰ্চুৱেলী এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থকাৰ বিপৰীতে মহানগৰীৰ পাণ্ডুত আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ নায়ক, গুৱাহাটীৰ সাংসদ কুইন ওজা,ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা,গুৱাহাটী পৌৰনিগমৰ মেয়ৰ মৃগেন শৰণীয়া সহ বহু কেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকে ৷

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Cm Himanta Biswa SarmaGanga Vilas launchGuwahati PanduPm Narendra Modi Flag OffUnion Minister Sarbanandra SonowalVaranasiWorld Longest river Cruise
publisher

publisher

Related Posts

G p Singh :অসম আৰক্ষীৰ হেড কোৱাৰ্টাৰত জেষ্ঠ আৰক্ষী বিষয়াৰে ডি জি পি ৰ ৰুদ্ধদ্বাৰ বৈঠক
Assam

February 3, 2023
Assam Against Child Marriage:বাল্য বিবাহত জড়িত বাৰ শতাধিক লোক আৰক্ষীৰ জালত
Assam

Assam Against Child Marriage:বাল্য বিবাহত জড়িত বাৰ শতাধিক লোক আৰক্ষীৰ জালত

February 3, 2023
Chief Minister’s Intimate Talk: তাজ বিভান্টাত এন চি চি আৰু এন এছ এছৰ কেডেটৰে মুখ্যমন্ত্ৰীৰ অন্তৰংগ আলাপ
Assam

Chief Minister’s Intimate Talk: তাজ বিভান্টাত এন চি চি আৰু এন এছ এছৰ কেডেটৰে মুখ্যমন্ত্ৰীৰ অন্তৰংগ আলাপ

February 3, 2023
PM Narendra Modi : ২০১৯ ৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  জানি লওক খৰছ কিমান ?
Assam

PM Narendra Modi : ২০১৯ ৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জানি লওক খৰছ কিমান ?

February 2, 2023
Silchar Detention Camp:শিলচৰ ডিটেনচন কেম্পৰ নাগপাছাত প্ৰায় চাৰি বছৰ ছয়মাহ ধৰি নেপালী মহিলা জন্নত খাতুনকাৰাবন্দী
Assam

Silchar Detention Camp:শিলচৰ ডিটেনচন কেম্পৰ নাগপাছাত প্ৰায় চাৰি বছৰ ছয়মাহ ধৰি নেপালী মহিলা জন্নত খাতুনকাৰাবন্দী

February 2, 2023
Illegal Timber Seized Chirang : চিৰাঙৰ ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ উচ্ছেদ
Assam

Illegal Timber Seized Chirang : চিৰাঙৰ ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ উচ্ছেদ

February 2, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: