Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Madhya Pradesh Major Accident : মধ্য প্ৰদেশত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

দ্ৰতবেগী ট্ৰাকে মহতিয়াই নিলে পথৰ কাষত ৰৈ থকা যাত্ৰীবাহী বাছ

publisher by publisher
February 25, 2023
in India, News
Reading Time: 2 mins read
0
Madhya Pradesh Major Accident : মধ্য প্ৰদেশত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

Tragic road accident in Dhar district of Madhya Pradesh:মধ্যপ্ৰদেশৰ ধাৰৰ তিৰলাত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল শিশু সহ ১৬জন লোক,১৬ আহত

Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

Madhya Pradesh Major Accident :

শুক্ৰবাৰে নিশা মধ্যপ্ৰদেশৰ ছিধি জিলাত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় ১৭ জনকৈ লোক আৰু গুৰুত্বৰভাৱে আহত হয় ৫০ জন৷

ADVERTISEMENT

প্ৰাপ্ত খবৰ অনুসৰি দ্ৰুতগতিত আহি থকা ট্ৰাকে এখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰৈ থকা দুখনকৈ যাত্ৰীবাহী বাছত প্ৰচণ্ড খুন্দা মৰাৰ ফলতেই সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটি ৷

ছিধি জিলাৰ বড়খৰা গাৱঁৰ ৰিৱা-সুৰহট ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা দুৰ্ঘটনাটোত আহত সকলক স্থানীয়লোকে ততাতৈয়াকৈ সমীপৱৰ্তী চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

উল্লেখ্য যে,যাত্ৰীবাহী বাছৰ যাত্ৰী সকলে কুল সমাজৰ দ্বাৰা আয়োজিত মহাকুম্ভ অনুষ্ঠানত অংশ লৈছিল ৷য’ত উপস্থিত আছিল দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ৷ শ্বাহে সম্বোধন কৰা জনসভা খনতত অংশ লৈ গৃহাভিমুখী হোৱাৰ পথত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনাটি ৷

মধ্য প্ৰদেশ আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই সংবাদ মাধ্যমক সদৰি কৰা মতে দ্ৰুতগতিত অহা ট্ৰাক খনৰ টায়াৰ ব্লাষ্ট হোৱাৰ ফলত ট্ৰাক খন নিয়ন্ত্ৰণহীন হৈ পথৰ ৰৈ থকা বাছ দুখনক ইমানেই জোৰেৰেই মহতিয়াইছিল যে, ইয়াৰে এখন বাছ পথৰ কাষৰ এটা খাৱৈত বাগৰি পৰে ৷ঘটনাৰ পাছতে যাত্ৰীৰ মৰণকাতৰ চিঞৰ শুনি স্থানীয় লোক আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায় ৷

আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত বাছ খনৰ পৰা মৃত অৱস্থাত উদ্ধাৰ কৰে ১৪ টাকৈ মৃতদেহ ৷ আৰু আহত ৫০ জনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷চিকিৎসাধীন অৱস্থাতে চিকিৎসালয়ত নিহত হয় আন তিনিজন লোক৷আনহাতে গুৰুত্বভাৱে আহত ১০ জনক ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় ভূপাললৈ ৷

স্মতৰ্ৱ্য যে,গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাত অংশ লৈ উভতাৰ পথত আয়োজকে যোগান ধৰা পেকেট সংগ্ৰহ কৰিবৰ বাবে ৰৈ আছিল বাছখনৰ দুৰ্ভগীয়া যাত্ৰীসকল ৷

ঘটনাৰ সম্ভেদ পোৱাৰ পাছতে মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানে আহত সকলৰ যাবতীয় ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়ে সংশ্লিষ্ট প্ৰসাশনক ৷আৰু শোকাৱহ দুৰ্ঘটনাৰ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আহত সকলৰ আহু আৰোগ্য কামনা কৰে ৷

শেহতীয়া খবৰ অনুসৰি মুখ্যমন্ত্ৰী গৰাকীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে নিহত সকলৰ নিকট আত্মীয়লৈ এককালীন সাহায্য হিচাপে দহ লাখ টকা আৰু আহত সকলৰ চিকিৎসাৰ বাবে দুই লাখ টকা দিয়াৰ ঘোষণা কৰে ৷একেদৰে নিহত পৰিয়ালৰ যোগ্যজনক চৰকাৰী চাকৰি দিয়াৰ কথাও সংবাদ মাধ্যমৰ আগত সদৰি কৰে ৷

গৃহমন্ত্ৰী অমিত শ্বাহে শোকাৱহ পথ দুৰ্ঘটনাত নিহত সকলৰ প্ৰতি গভীৰ শোকপ্ৰকাশ কৰে আৰু আহত সকলৰ আহু আৰোগ্য কামনা কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AccidentalDeathindiaMADHYA PRADESH
publisher

publisher

Related Posts

ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে
India

September 2, 2026
পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম
Assam

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

September 2, 2026
Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d