Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ

    বাংলাদেশ, নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে

    বিমানত বহি থকা ৰাহুল গান্ধীৰ ছবি শ্বেয়াৰ কৰি বিজেপিৰ তীব্ৰ আক্ৰমণ

    মহানৱমীত দেৱী দুৰ্গাৰ আৰাধনাত মুখৰ ৰাজ্যৰ পূজা মণ্ডপ, ভক্তৰ সমাগম

    জীৱন-যাপনৰ ব্যয়বৃদ্ধি আৰু জনসেৱাৰ দুৰৱস্থাৰ প্ৰতিবাদত ফ্ৰান্সত বিক্ষোভৰ হিংসাত্মক ৰূপ

    অৱতৰণৰ পূৰ্বে বিপত্তি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানৰ, ১৪৮ যাত্ৰীসহ নিৰাপদে অৱতৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Stroke : দেশত প্ৰতি চাৰি মিনিটত এজন ষ্ট্ৰোকত মৃত্যু হয় , আশংকা এৰাই চলিবলৈ কি কৰিব ?

publisher by publisher
March 14, 2023
in Lifestyle
Reading Time: 2 mins read
0
Stroke : দেশত প্ৰতি চাৰি মিনিটত এজন ষ্ট্ৰোকত মৃত্যু হয় , আশংকা এৰাই চলিবলৈ কি কৰিব ?
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

দিল্লীৰ চিকিৎসালয়ত হঠাতে বাঢ়িছে ৰোগীৰ সংখ্যাঃ এইম্‌ৰ চিকিৎসকে কি ক’লে?

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা

Stroke :

শেহতীয়াকৈ, অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছৰ (এইমছ) নিউৰোলজী বিভাগৰ গৱেষকসকলে এক তথ্য প্ৰকাশ কৰিছে।

ADVERTISEMENT

এইমছে জনাইছে , ভাৰতত প্ৰতি চাৰি মিনিটত কমেও এজন লোকৰ ষ্ট্ৰোকত মৃত্যু হয়। হৃদৰোগজনিত সমস্যা বৰ্তমান বিদ্যুতৰ গতিত বৃদ্ধি পাইছে।

বহুতো লোক হৃদৰোগজনিত সমস্যাত ভুগিছে । যুৱ প্ৰজন্মৰ মাজতো এই ৰোগ দেখিবলৈ পোৱা হৈছে । ক্ৰমশ হৃদৰোগৰ আশংকা বৃদ্ধি পাইছে ।

পৰিসংখ্যাই দেখুৱাইছে যে দেশত প্ৰতি বছৰে হোৱা বেছিভাগ মৃত্যু ষ্ট্ৰোকৰ ফলত হয়। ভাৰতত প্ৰতি বছৰে প্ৰায় ১,৮৫,০০০ টা ঘটনা ষ্ট্ৰোকৰ হয়। প্ৰতি ৪০ ছেকেণ্ডত এটা ষ্ট্ৰোক হয়।

‘গ্লোবেল বাৰ্ডেন অফ ডিজিছৰ’ অনুসৰি, ভাৰতত ষ্ট্ৰোকৰ হাৰ ৬৮.৬ শতাংশ। ষ্ট্ৰোকৰ ফলত মৃত্যুৰ হাৰ ৭০.৯ শতাংশ আৰু ৭৭.৭ শতাংশই ষ্ট্ৰোকৰ ফলত পক্ষাঘাতগ্ৰস্ত হৈ কাম কৰাৰ ক্ষমতা হেৰুৱাইছে।

বহুলোকে অনুমান কৰে যে বয়স বৃদ্ধি হোৱাৰ লগে লগেই এই ধৰণৰ ৰোগ সাধাৰণতে হয়। চিকিৎসকসকলে জনাইছে , তাতেই অধিকাংশই ভুল কৰে ।

অসুস্থতাই কোনো বয়স নামানে । কম বয়সতে ষ্ট্ৰোক হ’ব পাৰে। আনকি ২০ বছৰৰ তলৰ লোকসকলৰ মাজতো, ষ্ট্ৰোকৰ আশংকা থাকে। কিছুমান দৈনন্দিন জীৱনৰ অভ্যাসে ষ্ট্ৰোকৰ আশংকা বৃদ্ধি কৰিব পাৰে। সেইসমূহ জানিলে এতিয়াৰ পৰা সতৰ্ক হ’ব পাৰে।

অস্বাস্থ্যকৰ খাদ্য খোৱা

স্বাস্থ্যকৰ আহাৰে ষ্ট্ৰোকৰ আশংকা ৮০ শতাংশ হ্ৰাস কৰিব পাৰে। অতিৰিক্ত নিমখ, চেনী আৰু চৰ্বি থকা খাদ্যই ষ্ট্ৰোকৰ আশংকা বৃদ্ধি কৰে। অনিয়ন্ত্ৰিত ৰক্তচাপ আৰু কলেষ্টেৰলে ডাঙৰ বিপদ আনিব পাৰে। যিসকল ইতিমধ্যে বিপদাশংকাত আছে তেওঁলোকে কণীৰ কুহুম আৰু মাংস খোৱা বন্ধ কৰিব লাগিব পাৰে।

পৰিশ্ৰম কম কৰা

শৰীৰচৰ্চাৰ অভাৱ আৰু গোটেই দিনটো শুই থকাই মাতি আনে এই ৰোগ । এলেহুৱা জীৱনযাপনে ওজন বৃদ্ধি কৰে, পেশী আৰু হাড়ৰ ক্ষমতা হ্ৰাস কৰে। বিপাকৰ হাৰৰ ওপৰতো ইয়াৰ নেতিবাচক প্ৰভাৱ পৰে।

ধূমপান

ধূমপানৰ ফলত, বহুতো ক্ষতিকাৰক পদাৰ্থ শৰীৰত প্ৰৱেশ কৰে। আনকি পৰোক্ষ ধূমপানেও শৰীৰৰ গুৰুতৰ ক্ষতি কৰে। তেজত অক্সিজেনৰ স্তৰ হ্ৰাস হয়। ফলস্বৰূপে, হাঁওফাঁওৰ স’তে, সংবহন প্ৰণালীৰো ক্ষতি হয়।

সুৰাপান কৰা

অত্যাধিক সুৰাপান হৈছে অনিয়ন্ত্ৰিত ৰক্তচাপৰ অন্যতম কাৰণ। সুৰাই শিৰা আৰু ধমনীবোৰৰ স্থিতিস্থাপকতাক গুৰুতৰভাৱে প্ৰভাৱিত কৰিব পাৰে। এইটো ষ্ট্ৰোকৰ এটা মুখ্য কাৰণ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AIIMSHealthStroke
publisher

publisher

Related Posts

চুলি সৰা কেনেকৈ বন্ধ কৰিব ?
Lifestyle

চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

October 20, 2026
পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!
Lifestyle

পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

October 17, 2026
কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল
Lifestyle

কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

October 10, 2026
শেৱালি ফুলৰো আছে ঔষধি গুণ
Lifestyle

শেৱালি ফুলৰো আছে ঔষধি গুণ

October 4, 2026
গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি
Lifestyle

গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

October 4, 2026
ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d