Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৰাজ্যজুৰি আকস্মিক অভিযানত কমেও ৩৩০ ঠগ-প্ৰৱঞ্চকক আটক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Jorhat Incident:যোৰহাটত নিশা আৰক্ষীৰ ওপৰত দলবদ্ধ আক্ৰমণ

পলায়ণ কৰিহে প্ৰাণৰক্ষা আৰক্ষীৰ দলৰ

publisher by publisher
April 3, 2023
in Assam, Crime, India, News
Reading Time: 2 mins read
0
Jorhat Incident:যোৰহাটত নিশা আৰক্ষীৰ ওপৰত দলবদ্ধ আক্ৰমণ
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

যোৰহাটত পৰাস্ত গৌৰৱ গগৈ

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

১২ ঘণ্টাৰ ভিতৰত দুটা যৌন নিৰ্যাতনৰ অভিযোগ— দিল্লীত IRS বিষয়াৰ কন্যাৰ ধৰ্ষণ-হত্যা, 

Jorhat Incident:

অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে যোৰহাট চহৰ ৷ ইটোৰ পাছত সিটোকৈ অপৰাধমূলক কাৰ্যকলাপে একপ্ৰকাৰ ত্ৰস্তমান কৰি তুলিছে যোৰহাট চহৰবাসীক ৷

ADVERTISEMENT

আৰক্ষীও অপৰাধীৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত ৰখাৰ মাজতে দেওবাৰে নিশা ভয়ংকৰ ঘটনা সংঘটিত হয় চহৰখনৰ পুলিবৰত ৷
বৰহুজ গাৱঁলৈ ঘটনা এটাৰ তদন্তৰ বাবে যোৱা আৰক্ষী দলৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰে দুৰ্বৃত্তই ৷

বৰহুজ গাৱঁলৈ গৈ থকা পথত আৰক্ষী দলটোকপানী টেংকীৰ সমীপত কেইজনমান যুৱকে আৰক্ষী বাহন খন আগভেটি ধৰি কুঠাৰেৰে গাড়ীখন আক্ৰমণ কৰাৰ লগতে আৰক্ষীকো আক্ৰমণৰ লক্ষ্য কৰি লয় ৷

অৱশ্যে সম্ভাব্য বিপদৰ আশংকা কৰি আৰক্ষী দলটো পলায়ন কৰে ৷ পাছত পুনৰ বৃহৎ আৰক্ষী দল এটা সেই স্থানত উপস্থিত হোৱাত পুনৰ অনুৰূপ ঘটনা সংঘটিত হয় ৷

এইবাৰ পুনৰ আৰক্ষীৰ দলটোৰ ওপৰত একাংশ লোকে হাতত চোকা জাতীয় অস্ত্ৰ লৈ আৰক্ষীৰ ওপৰত দলবদ্ধ আক্ৰমণ কৰে ৷এই আক্ৰমণত আহত হৈছিল উপ-পৰিদৰ্শক সোণাৰাম গগৈ, কনিষ্টবল ৰাজু মিলি, উত্তম শইকীয়া, প্ৰাঞ্জল কোঁৱৰ, হেমন্ত সোণোৱাল।

আনহাতে নিশাই সংঘটিত এই ঘটনাৰ পাছতে যোৰহাট আৰক্ষী অধীক্ষকে কঠোৰ স্থিতি গ্ৰহণ কৰি অভিযান চলাই আৰক্ষীক আক্ৰমণ কৰাৰ অভিযোগত ৰাজিৱ দাস নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰে ৷ ধৃত ৰাজিবৰ স্বীকাৰোক্তিৰ ভিত্তিত আন সকলৰ সন্ধানত অব্যাহত ৰাখিছে অভিযান ৷

মনকৰিবলগীয়া যে, পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলটোত দিনক দিনে বৃদ্ধি পাইছে বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ ৷ অপৰাধ ৰোধত ব্যৰ্থ হোৱাৰ বাবেই কিছুদিন পূৰ্বে পুলিবৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীক এছ পিয়ে কৰিছিল বদলি ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CrimeJORHATone person arrestedPulibor
publisher

publisher

Related Posts

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
ৰাজ্যজুৰি আকস্মিক অভিযানত কমেও ৩৩০ ঠগ-প্ৰৱঞ্চকক আটক
Assam

ৰাজ্যজুৰি আকস্মিক অভিযানত কমেও ৩৩০ ঠগ-প্ৰৱঞ্চকক আটক

September 6, 2026
গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d